DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণত ত্ৰিপুৰাৰ যুৱকৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
January 29, 2020 6:04 pm
Tripura youth

মনিৰ হুছেইন

1.6k
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাৰ মনিৰ হুছেইন নামৰ এগৰাকী ২৩ বছৰীয়া যুৱকৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

মনিৰ হুছেইনে মালেছিয়াৰ এখন ৰেষ্টুৰেণ্টত কাম কৰিছিল আৰু মালেছিয়াতে তেওঁ ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছিল।

মনিৰৰ বৰদেউতাকে বুধবাৰে ৰাতিপুৱা তেওঁলোকে মালেছিয়াৰ পৰা এটা ফোন কলৰ যোগেৰে মনিৰৰ মৃত্যুৰ বাতৰি লাভ কৰে বুলি জানিবলৈ দিয়ে।

মঙলবাৰে নিশা মালেছিয়াৰ এখন চিকিৎসালয়ত মনিৰৰ মৃত্যু হয়।

মনিৰৰ পৰিয়াল ত্ৰিপুৰাৰ বিশালগড় মহকুমাৰ অন্তৰ্গত পুৰাথল ৰাজনগৰ পঞ্চায়তত বাস কৰিছিল। ২০১৬ চনত বিবাহপাশত আবদ্ধ হোৱা মনিৰ ত্ৰিপুৰাৰ পৰা ২০১৮ চনত মালেছিয়ালৈ কামৰ বাবে গৈছিল।

মালেছিয়াত এখন ৰেষ্টুৰেণ্টত কাম কৰা মনিৰে মৃত্যুৰ সময়ত তিনিজন ভায়েক আৰু এজনী ভনীয়েকক এৰি থৈ যায়।

মনিৰৰ মৃত্যুৰ বাতৰি লাভ কৰি পৰিয়ালৰ লোকসকল শোকবিহ্বল হৈ পৰে আৰু চৰকাৰক মনিৰৰ মৃত্যুদেহটো মালেছিয়াৰ পৰা ভাৰতলৈ অনাত সহায় কৰিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে, চীনত বৰ্তমান সময়ত ক’ৰ’না ভাইৰাছে ভয়াবহ ৰূপ ধাৰণ কৰিছে। এইপৰ্যন্ত প্ৰায় শতাধিক লোক চীনত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু বৰণ কৰিছে।

Recent News

Lashkar Terrorist

সৰিয়হৰ ডুলিত ভূত! জম্মু-কাশ্মীৰত আটক কৰা লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী ওলাল বিজেপিৰ আই টি চেলৰ মুৰব্বী

Assam elephant

মধ্য প্ৰদেশলৈ প্ৰেৰণ কৰা হ’ব অসমৰ ১৫ টা হাতী

Jamuna Boro

এলোৰ্ডা কাপৰ ফাইনেলত প্ৰৱেশ অসমৰ বক্সিং তাৰকা যমুনা বড়োৰ

Manipur landslide

মণিপুৰৰ নোনিত ভূমিস্খলনত নিহতৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি: এতিয়াও সন্ধানহীন ২০ জন লোক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd