DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সন্ধান নাই বিকাশ আৰু জিণ্টুৰ : আলফালৈ যোৱাৰ সন্দেহ প্ৰকাশ পৰিয়ালৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 27, 2023 10:16 pm
102
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়াৰ পৰা নিৰুদ্দেশ হোৱা এজন যুৱকে আলফাত যোগদান কৰাৰ সন্দেহ প্ৰকাশ কৰিছে সন্ধানহীন যুৱকজনৰ পৰিয়ালৰ লোকে।

বিকাশ গগৈ নামৰ যুৱকজন যোৱা ৫ দিন ধৰি সন্ধানহীন হৈ আছে। জানিব পৰা মতে বিকাশৰ ঘৰ বৰডুমছা অঞ্চলত।

বিকাশৰ পৰিয়ালৰ লোকে এই সন্দৰ্ভত বৰডুমছা আৰক্ষী থানাত নিৰুদ্দেশৰ অভিযোগ দাখিল কৰিছে।

জানিব পৰা মতে, ২০২১ চনত গগৈৰ পিতৃক হত্যা কৰা হৈছিল, তাৰ পিছত তেওঁ হতাশাত ভুগিছিল। স্থানীয় ৰাইজে সন্দেহ কৰিছে যে তেওঁৰ মানসিক অৱস্থা দুৰ্বল আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাৰ অভাৱৰ বাবেই হয়তো তেওঁ আলফা(স্বাধীন)ত যোগদান কৰিছে।

ইয়াৰ পূৰ্বে শনিবাৰে ডিব্ৰুগড় চহৰত সম্ভাৱ্য চাকৰিৰ সাক্ষাৎকাৰ সন্দৰ্ভত কাৰোবাৰ সৈতে সাক্ষাৎ কৰিবলৈ নিজৰ ঘৰৰ পৰা ওলাই আহি নিৰুদ্দেশ হৈছিল এজন যুৱক।

যোৱা ২২ মাৰ্চৰ পৰা যুৱকজন নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। জিন্টু চেতিয়া নামৰ যুৱকজন ডিব্ৰুগড় জিলাৰ অন্তৰ্গত ডিমৌৰ উষাপুৰ গাঁৱৰ বাসিন্দা।

জানিব পৰা মতে, তেওঁ হোৱাটছএপত “I will miss everyone” বুলি ষ্টেটাছ আপলোড কৰাৰ পিছতে তেওঁৰ মোবাইল ফোনটো চুইচ অফ হৈ থকা অৱস্থাত উদ্ধাৰ হয়।

ইফালে যুৱকজনৰ পিতৃ–মাতৃয়ে সন্দেহ প্ৰকাশ কৰিছে যে তেওঁ নিষিদ্ধ সংগঠন আলফাত যোগদান কৰিছিল। ঘটনা সন্দৰ্ভত জিন্টুৰ অভিভাৱকেও নিৰুদ্দেশৰ গোচৰ ৰুজু কৰিছে।

Recent News

১২ জুনত পাটনাত আলোচনাত মিলিত নহয় বিৰোধী, বৈঠক স্থগিত; পুনৰ কেতিয়া বহিব?

১২ জুনত পাটনাত আলোচনাত মিলিত নহয় বিৰোধী, বৈঠক স্থগিত; পুনৰ কেতিয়া বহিব?

World Environment Day 2023: জলবায়ু পৰিৱৰ্তনৰ উদ্বেগৰ সময়ত পৰিৱেশ ৰক্ষাৰ বাবে গ্ৰহণ কৰক এইকেইটা উপায়

World Environment Day 2023: জলবায়ু পৰিৱৰ্তনৰ উদ্বেগৰ সময়ত পৰিৱেশ ৰক্ষাৰ বাবে গ্ৰহণ কৰক এইকেইটা উপায়

World Environment Day 2023: বিশ্ব পৰিৱেশ দিৱসৰ ইতিহাসে কি কয়? বিশ্ব পৰিৱেশ দিৱস-২০২৩ৰ বিষয়বস্তু কি?

World Environment Day 2023: বিশ্ব পৰিৱেশ দিৱসৰ ইতিহাসে কি কয়? বিশ্ব পৰিৱেশ দিৱস-২০২৩ৰ বিষয়বস্তু কি?

উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনা :  পিতৃ-মাতৃক হেৰুওৱা শিশুৰ শিক্ষাৰ দায়িত্ব ল’ব আদানী গ্ৰুপে

উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনা :  পিতৃ-মাতৃক হেৰুওৱা শিশুৰ শিক্ষাৰ দায়িত্ব ল’ব আদানী গ্ৰুপে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd