DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জগৰ লগালে অজগৰে! প্ৰকৃতিপ্ৰেমী যুৱকে ধৰি মুকলি কৰি দিলে বনাঞ্চলত

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
June 6, 2019 5:37 pm
531
VIEWS
Share on FacebookShare on Twitter

কলিয়াবৰত আজি এডাল ৮ ফুট দৈৰ্ঘৰ প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ হয়।

ঘটনাৰ বিৱৰণি মতে কলিয়াবৰৰ শিলঘাটস্থিত কলিয়াবৰৰ চাহ বাগিচাৰ এখন এল পি স্কুলৰ সন্মুখত থকা এটা নলাত প্ৰথম অৱস্থাত কেইটামান শিশুৱে অজগৰটো দেখা পায়।

ফলত স্থানীয় লোকে শিলঘাটৰ সকলোৰে পৰিচিত প্ৰকৃতি প্ৰেমী যুৱক মানৱ সঞ্জীৱ ডেকাক খবৰ দিয়ে। সঞ্জীৱ ডেকাই এই কথা জানিব পাৰি উক্ত অঞ্চলত উপস্থিত হৈ ৮ ফুট দৈৰ্ঘৰ অজগৰডাল উদ্ধাৰ কৰে। পিছত প্ৰকৃতিপ্ৰেমী যুৱকজনে অজগৰডাল শিলঘাট বনাঞ্চলত মুকলি কৰি দিয়ে।

প্ৰকৃতিপ্ৰেমী যুৱক সঞ্জীৱে এতিয়া লৈকে ১৬০ ডাল অজগৰ আৰু বিভিন্ন ধৰণৰ মুঠ ২৫০ ৰো অধিক বিষাক্ত সাপ ধৰিছে।

শেহতীয়াকৈ কালি অৰ্থাৎ ৫ জুনত শিলঘাট বন সংমণ্ডলৰ লগত জড়িত হৈ শিলঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱসৰ বিভিন্ন কাৰ্যসূচীত ভাগ লৈ সঞ্জীৱে সাপৰ ওপৰত এক সজাগতা শিবিৰ অনুষ্ঠিত কৰে।

এই সজগতা শিবিৰত সঞ্জীৱে ছাত্ৰ-ছাত্ৰীসকলক সাপৰ পৰা কিদৰে নিজকে ৰক্ষা কৰিব পাৰি বা হঠাৎ ঘৰৰ ভিতৰত সাপ সোমালে কি কি ব্যৱস্থা হাতত লৈ সাপ নমৰাকৈ কিদৰে খেদি পঠিয়াব পাৰি তাৰ ওপৰত বিস্তৃতভাৱে বাখ্যা কৰে।

Recent News

বঙাইগাঁৱৰ পোপৰাগাঁৱত বিৰল প্ৰজাতিৰ অতি বিষাক্ত ৰাছেল ভাইপাৰ সাপ উদ্ধাৰ

বঙাইগাঁৱৰ পোপৰাগাঁৱত বিৰল প্ৰজাতিৰ অতি বিষাক্ত ৰাছেল ভাইপাৰ সাপ উদ্ধাৰ

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd