• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

সামান্য ভুলৰ বাবে আধাৰ কাৰ্ডধাৰীয়ে ভৰিব লাগিব পাৰে ১০,০০০ টকাৰ জৰিমনা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 13, 2019 2:17 pm

1 min read

aadhaar-card_1

প্ৰতিনিধিত্বমূলক চিত্ৰ

21.3k
VIEWS
Share on FacebookShare on Twitter

এতিয়াৰ পৰা আধাৰ কাৰ্ড থকা ব্যক্তি সকলে পাৰমানেণ্ট একাউণ্ট নম্বৰ চমুকৈ PANৰ বিপৰীতে আধাৰ কাৰ্ডত থকা ১২ টা সংখ্যাৰ বায়’মেট্ৰিক আই ডি নম্বৰটো ব্যৱহাৰ কৰিব পাৰিব। আয়কৰ বিভাগৰ তৰফৰ পৰা এই কথা জানিবলৈ দিছে।

IT Income Tax Act 1961ৰ নতুন সংশোধনী অনুসৰি, যদি IT returnত কোনো কৰদাতাই ভুল আধাৰ নম্বৰ সংযোগ কৰে তেন্তে সেই লোকজনক ১০,০০০ টকাৰ জৰিমনা বিহা হ’ব।

উল্লেখ্য যে, এই নতুন নিয়ম তেতিয়াহে প্ৰযোজ্য হ’ব যেতিয়া কোনো কৰদাতাই PANৰ বিপৰীতে আধাৰ নম্বৰ ব্যৱহাৰ কৰে।

নতুন বেংক একাউণ্ট, ডিমেট একাউণ্ট খোলাৰ সময়ত, IT return পূৰ কৰাৰ সময়ত আৰু মিউচুয়েল ফাণ্ডছ কিনাৰ সময়ত এই নতুন সংশোধনী প্ৰযোজ্য হ’ব।

ইফালে ১০ হাজাৰ টকাৰ জৰিমনাৰ ব্যৱস্থাটো IT Income Tax Act 1961ৰ 272B ধাৰাৰ আওতাত অনা হৈছে।

আনহাতে যদি কোনো কৰদাতাই দুখন ফৰ্মত নিজৰ আধাৰ নম্বৰটো ভুলকৈ লিখে তেন্তে তাৰ বাবে তেওঁ ২০ হাজাৰ টকাৰ জৰিমনাৰ সন্মুখীন হ’ব পাৰে।

ইয়াৰ উপৰি যদি কোনোবাই নিৰ্দিষ্ট লেনদেনৰ সময়ত PAN আৰু আধাৰৰ কোনো এটা নম্বৰেই দিবলৈ সক্ষম নহয় তেন্তে সেই ব্যক্তিজনৰ ক্ষেত্ৰতো জৰিমনা বিহাৰ ব্যৱস্থা আছে।

Recent News

মূল্য বৃদ্ধিৰ বিৰুদ্ধে দদৰাত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ; হাজো-গুৱাহাটী ঘাইপথ অৱৰোধ

মূল্য বৃদ্ধিৰ বিৰুদ্ধে দদৰাত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ; হাজো-গুৱাহাটী ঘাইপথ অৱৰোধ

নতুন বৰ্ষত কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰলৈ আশাৰ সঞ্চাৰ কঢ়িয়াইছে বিভিন্ন স্থানৰ পৰ্যটকে

নতুন বৰ্ষত কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰলৈ আশাৰ সঞ্চাৰ কঢ়িয়াইছে বিভিন্ন স্থানৰ পৰ্যটকে

দিল্লী এইমছৰ চাফাই কৰ্মী মনিষ কুমাৰ ভাৰতৰ প্ৰথম গৰাকী ক’ৰ’নাৰ ভেকচিন গ্ৰহণ কৰা ব্যক্তি

দিল্লী এইমছৰ চাফাই কৰ্মী মনিষ কুমাৰ ভাৰতৰ প্ৰথম গৰাকী ক’ৰ’নাৰ ভেকচিন গ্ৰহণ কৰা ব্যক্তি

aa del

কলিয়াবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গঁড়ৰ আতংক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd