• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী স্থগিত, সংগঠনত বিভাজনৰ কথা অস্বীকাৰ

প্ৰণৱ কুমাৰ ডেকা by প্ৰণৱ কুমাৰ ডেকা
July 24, 2021 2:31 pm
booonnn
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আক্ৰাছু বিভাজন হোৱা নাই আৰু নহয় ৷ জাতিৰ স্বাৰ্থত আমি সকলোৱে ঐক্যৱদ্ধভাৱে কাম কৰিম ৷ আমাৰ মাজত কিছু ভুল বুজা বুজি হ’ব পাৰে ৷ সেয়া যি কি নহওক, কিন্তু আমি পুনৰ জাতিটোৰ স্বাৰ্থত সকলোৱে মিলি একগোট হৈ জনগোষ্ঠীটোৰ যি প্ৰাপ্য অধিকাৰ জনজাতিকৰণ আৰু ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবী পূৰণ নোহোৱালৈকে আমাৰ আন্দোলন চলি থাকিব ৷ এই মন্তব্য আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়ৰ৷

বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত সংগঠনটোৰ মুখ্য কাৰ্যালয়ত আয়োজিত এখন সংবাদ মেলত সভাপতি ৰায়ে এই মন্তব্য কৰে ৷ উল্লেখ্য যে কে এ চিকলৈ আক্ৰাছু পুনৰ বিভাজন হ’ব বুলি বিভিন্ন প্ৰচাৰ চলি থকাৰ সময়তে এই সংবাদ মেলত কে এ চিৰ ঘোষিত পাৰিষদৰ তালিকাত থকা আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মন , উপদেষ্টা প্ৰদীপ ৰায় , কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী পূৰৱী সৰকাৰ আদি উপস্থিত থাকি সংগঠনটোৰ মাজত যে বিভাজন নাই সেয়া প্ৰমাণ কৰা পৰিলক্ষিত হয় ৷

Apply Now

আনকি সাধাৰণ সম্পাদক গোকুল বৰ্মনেও আক্ৰাছুৰ মাজত কোনো বিভাজন নাই বুলি কৈ এয়া কোচ ৰাজবংশী জনগোষ্ঠী বিৰোধী অপ শক্তিয়েহে অপ প্ৰচাৰ চলাই আছে বুলি কয় ৷ সংবাদ মেলত আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়ে লগতে কয় যে চৰকাৰে কে এ চি গঠন কৰা তিনি মাহমান হ’ল যদিও আজিলৈকে তাক পূৰ্ণতা প্ৰদানৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে ৷

সেয়ে চৰকাৰে জনগোষ্ঠীটোৰ উন্নয়নৰ  স্বাৰ্থত গঠন কৰা কে এ চি খনক অতিশীঘ্ৰে পূৰ্ণতা প্ৰদান কৰাৰ বাবে যাৱতীয় ব্যৱস্থা লোৱাৰ বাবে আহ্বান জনায় ৷ সেইদৰে ক’ভিড সৃষ্ট পৰিৱেশ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অহা ২৯ জুলাইত আক্ৰাছুৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিসৱটি সংগঠনটোৰ বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত মুখ্য কাৰ্যালয়ত অনুষ্টুপীয়াকৈ পালন কৰিব বুলি কয় ৷

লগতে ২৪ জুলাইত আহ্বান কৰা সংগঠনটোৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন সাময়িকভাৱে স্থগিত ৰাখি অহা ২৯ জুলাইত প্ৰতিষ্ঠা দিৱসৰ দিনাখন সভাৰ পৰৱৰ্তী দিন ঘোষণা কৰা হ’ব বুলি কয় ৷

লগতে প্ৰতিষ্ঠা দিৱসৰ দিনা প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ জনজাতিকৰণ আৰু কমতাপুৰৰ দাবীত তেজেৰে পত্ৰ লিখি প্ৰেৰণৰ যি কাৰ্যসূচী ঘোষণা কৰিছিল সেয়াও সাময়িকভাৱে স্থগিত ৰখা বুলি সভাপতি ৰায়ে উল্লেখ কৰে ৷

ইপিনে সংবাদ মেলত সংগঠনটোৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনে কয় যে  জনজাতিকৰণৰ মৰ্যদা কোচ ৰাজবংশী জনগোষ্ঠীৰ নাৰ্য দাবী ৷ জনজাতিকৰণৰ প্ৰসংগত আক্ৰাছু পূৰ্বৰ স্থিতিতে অটল  আৰু জনজাতিকৰণৰ বিষয়টোত কোনোদিনে আপোচ কৰা নহ’ব বুলি কয় ৷

প্ৰণৱ কুমাৰ ডেকা

প্ৰণৱ কুমাৰ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

October 17, 2026 3:43 pm
মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm
আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

October 17, 2026 1:00 pm
দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

October 17, 2026 12:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

October 17, 2026 3:43 pm
মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd