DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটী পৌৰ নিগম নিৰ্বাচন: পুনৰ ১৫ টা ৱাৰ্ডৰ প্ৰাৰ্থীৰ নাম ঘোষণা আম আদমি পাৰ্টিৰ

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
March 28, 2022 8:45 pm
গুৱাহাটী পৌৰ নিগম নিৰ্বাচন: পুনৰ ১৫ টা ৱাৰ্ডৰ প্ৰাৰ্থীৰ নাম ঘোষণা আম আদমি পাৰ্টিৰ
132
VIEWS
Share on FacebookShare on Twitter

আজি এক সংবাদমেল যোগে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে পুনৰ ১৫ টা ৱাৰ্ডৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে আম আদমি পাৰ্টিয়ে।

এনেদৰে বৰ্তমানলৈকে ২৫ টা ৱাৰ্ডৰ প্ৰাৰ্থীৰ নাম ঘোষনা কৰিছে দলটোৱে।

ইতিমধ্যে আপে পৌৰ নিৰ্বাচনত আটাইকেইটা ৱাৰ্ডতে প্ৰাৰ্থীত্ব আগবঢ়াব বুলি ঘোষণা কৰিছিল।

গুৱাহাটীবাসীক বিশুদ্ধ খোৱা পানী যোগান ধৰা, ষ্ট্ৰীট লাইটৰ ব্যৱস্থা, মহানগৰীত নাৰী সুৰক্ষা প্ৰদানকে ধৰি ৫ টা গুৰুত্বপূৰ্ণ সমস্যা আগত লৈ নিৰ্বাচনত প্ৰতিদ্বন্দীতা কৰিব দলটোৱে।

গুৱাহাটীবাসীয়ে আপৰ নেতৃত্বত এখন সুস্থিৰ পৌৰ নিগম গঠন কৰিব বুলি আশাবাদী দলটোৰ নেতৃত্ব।

আজি দলটোৱে ঘোষণা কৰা প্ৰাৰ্থী সকল ক্ৰমে:
ৱাৰ্ড নম্বৰ ৫- ৰাজেশ মেধি
ৱাৰ্ড নম্বৰ ১০- ভাবিতা দাস
ৱাৰ্ড নম্বৰ ২৪- বেদান্ত ৰাভা
ৱাৰ্ড নম্বৰ ২৫- কৃষ্ণা সিংঘা
ৱাৰ্ড নম্বৰ ২৮- মায়া সিংঘা
ৱাৰ্ড নম্বৰ ৩০- গীতা ছেত্ৰী
ৱাৰ্ড নম্বৰ ৩৬- এডভোকেট কল্পনা ভট্টাচাৰ্য
ৱাৰ্ড নম্বৰ ৪০- পলাক্ষী দাস
ৱাৰ্ড নম্বৰ ৪১- নাৰ্জিনা বেগম
ৱাৰ্ড নম্বৰ ৪৮- সুৰেহা বেগম
ৱাৰ্ড নম্বৰ ৫০- প্ৰবীণ চন্দ্ৰ শৰ্মা
ৱাৰ্ড নম্বৰ ৫৫- ৰাজীৱ পাছৱান
ৱাৰ্ড নম্বৰ ৫৬- জয়শ্ৰী তিৱাৰী
ৱাৰ্ড নম্বৰ ৫৭- মিৰা বেগম
ৱাৰ্ড নম্বৰ ৫৮- আৰ্জিনা বেগম

Recent News

কণ্ঠশিল্পী জুবলিৰ সংগীতানুষ্ঠান চলি থকাৰ মাজতে অঘটন; যুৱকৰ দলৰ প্ৰহাৰত আহত এজন

কণ্ঠশিল্পী জুবলিৰ সংগীতানুষ্ঠান চলি থকাৰ মাজতে অঘটন; যুৱকৰ দলৰ প্ৰহাৰত আহত এজন

Breast Milk: কেঁচুৱাৰ খাদ্যৰ সংকটৰ সময়ত নিজৰ ১১৮ লিটাৰ স্তন্যদুগ্ধ বিক্ৰী কৰিলে এগৰাকী মাতৃয়ে

Breast Milk: কেঁচুৱাৰ খাদ্যৰ সংকটৰ সময়ত নিজৰ ১১৮ লিটাৰ স্তন্যদুগ্ধ বিক্ৰী কৰিলে এগৰাকী মাতৃয়ে

চীনে অৰুণাচলৰ সীমান্তৰ সিপাৰে বৃহৎ আন্তঃগাঁথনি নিৰ্মাণত নিয়োজিত হৈ আছে: সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী ৰাণা প্ৰতাপ কলিতা

চীনে অৰুণাচলৰ সীমান্তৰ সিপাৰে বৃহৎ আন্তঃগাঁথনি নিৰ্মাণত নিয়োজিত হৈ আছে: সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী ৰাণা প্ৰতাপ কলিতা

Gyanvapi Mosque Row: জ্ঞানৱাপী মছজিদৰ শিৱলিংগ উদ্ধাৰৰ দাবী কৰা এলেকা ছীল, উচ্চতম ন্যায়ালয়ত আজি শুনানি

Gyanvapi Mosque Row: জ্ঞানৱাপী মছজিদৰ শিৱলিংগ উদ্ধাৰৰ দাবী কৰা এলেকা ছীল, উচ্চতম ন্যায়ালয়ত আজি শুনানি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd