• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিৰোধী ঐক্যৰ পাটনা বৈঠক সন্দৰ্ভত আম আদমি পাৰ্টীৰ বিবৃতি

কংগ্ৰেছে দিল্লীৰ জনসাধাৰণৰ সৈতে থিয় দিব নে মোডী চৰকাৰৰ সৈতে থিয় দিব সেই সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে৷

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 23, 2023 7:38 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’লা অধ্যাদেশখনে একমাত্ৰ দিল্লীৰ নিৰ্বাচিত চৰকাৰৰ গণতান্ত্ৰিক অধিকাৰ কাঢ়ি ল’ব বিচৰা নাই, ই ভাৰতীয় গণতন্ত্ৰ আৰু সাংবিধানিক প্ৰমূল্যলৈও গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে। ইয়াক প্ৰতিৰোধ নকৰিলে এই ভয়াবহ প্ৰৱণতাই আন সকলো ৰাজ্যকে দহি নিব পাৰে। ফলত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত ৰাজ্য চৰকাৰসমূহৰ ক্ষমতা অন্যায়ভাৱে কুক্ষিগত কৰিব পাৰে। এই ক’লা অধ্যাদেশক পৰাভূত কৰাটো অত্যন্ত জৰুৰী।

পাটনাত মুঠ ১৫টা সমভাবাপন্ন দল মিলিত হৈছে আৰু ইয়াৰে ১২ টা দলৰ ৰাজ্যসভাত প্ৰতিনিধিত্ব আছে। ৰাজ্যসভাত প্ৰতিনিধিত্ব থকা এই দলসমূহৰ কংগ্ৰেছৰ বাহিৰে আন ১১ টা দলেই এই ক’লা অধ্যাদেশৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিছে আৰু ইয়াক তেওঁলোকে ৰাজ্যসভা বিৰোধিতা কৰিব বুলি ঘোষণা কৰিছে।

Apply Now

ৰাষ্ট্ৰীয় দল হিচাপে প্ৰায় সকলো ইছ্যুতে নিজৰ স্থিতি গ্ৰহণ কৰা কংগ্ৰেছে এই ক’লা অধ্যাদেশখনৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰা নাই। অৱশ্যে কংগ্ৰেছৰ দিল্লী আৰু পঞ্জাব শাখাই ঘোষণা কৰিছে যে এই সন্দৰ্ভত তেওঁলোকৰ দলে মোডী চৰকাৰক সমৰ্থন দিব লাগে।

আজি সমভাবাপন্ন দলৰ সভাতো এই ক’লা অধ্যাদেশখনক সমালোচনা কৰিব লাগে বুলি কংগ্ৰেছক কেবাটাও দলে আহ্বান জনাইছিল। অৱশ্যে কংগ্ৰেছে এই কাম কৰিবলৈ অসন্মত হ’ল।

কংগ্ৰেছৰ মৌনতাই দলটোৰ প্ৰকৃত উদ্দেশ্যক লৈ সন্দেহৰ সৃষ্টি কৰিছে। ব্যক্তিগত পৰ্যায়ৰ হোৱা আলোচনাত কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে ইংগিত দিছে যে তেওঁলোকৰ দলে ৰাজ্যসভাত আনুষ্ঠানিক বা অনানুষ্ঠানিকভাৱে ইয়াৰ ভোটদানৰ পৰা বিৰত থাকিব।   এই বিষয়ত কংগ্ৰেছে ভোটদানৰ পৰা বিৰত থাকিলে বিজেপিয়ে ভাৰতীয় গণতন্ত্ৰৰ ওপৰত আক্ৰমণ আৰু অধিক আগুৱাই নিয়াৰ ক্ষেত্ৰত অপৰিসীম সহায় কৰিব।

ক’লা অধ্যাদেশ সাংবিধানিক বিৰোধী, যুক্তৰাষ্ট্ৰবাদ বিৰোধী আৰু সম্পূৰ্ণ অগণতান্ত্ৰিক। তদুপৰি এই বিষয়টোত মাননীয় উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ বিপৰীতে গৈ সৰ্বোচ্চ ন্যায়ালয়ক অবমাননা  কৰিছে। বিশেষকৈ এইটোৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত কংগ্ৰেছৰ দ্বিধাবোধ আৰু বিৰোধীৰে সৈতে একেলগে কাম কৰিবলৈ অস্বীকাৰ কৰা কংগ্ৰেছক লৈ কৰা যিকোনো মিত্ৰতাৰ অংশ হ’বলৈ আপৰ বাবে অতি কঠিন হৈ পৰিছে। কংগ্ৰেছে এই ক’লা অধ্যাদেশক ৰাজহুৱাভাৱে ধিক্কাৰ নিদিয়ালৈকে আৰু দলটোৰ ৩১ জন ৰাজ্যসভাৰ সাংসদে এই অধ্যাদেশ ৰাজ্যসভাত বিৰোধিতা কৰিব বুলি ঘোষণা নকৰালৈকে কংগ্ৰেছ অংশীদাৰ হিচাপে থকা সমভাবাপন্ন দলৰ ভৱিষ্যতৰ যিকোনো বৈঠকত উপস্থিত থকাটো আপৰ বাবে কঠিন হ’ব।

কংগ্ৰেছে দিল্লীৰ জনসাধাৰণৰ সৈতে থিয় দিব নে মোডী চৰকাৰৰ সৈতে থিয় দিব সেই সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm
‘অমৃতপ্ৰভাই কেনেকৈ পালে জামিন?’ জুবিন ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচীত প্ৰশ্ন গৰিমাৰ

‘অমৃতপ্ৰভাই কেনেকৈ পালে জামিন?’ জুবিন ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচীত প্ৰশ্ন গৰিমাৰ

October 12, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd