• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন

‘মিম জগত’ৰ চিনাকী মুখ পাকিস্তানী সাংসদ তথা টিভিৰ অনুষ্ঠান সঞ্চালক আমিৰ লিয়াকতৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 9, 2022 6:47 pm
Aamir Liaquat
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাস্যৰসৰ ভিডিঅ’ বা মিমৰ মাজে মাজে “ৱাহ: ৱাহ:” কৈ বহি থকাৰ পৰা জপিয়াই দিয়া এটা সৰু ক্লিপ আপোনালোকে নিশ্চয় দেখিছে। মিমপ্ৰেমী সকলৰ বাবে এই মুখখন তেনেই চিনাকী। মিমৰ মাজে মাজে ঠাই পোৱা এই মানুহজনৰ নাম হৈছে লিয়াকত আলী। দুখৰ কথা যে পাকিস্তানৰ এই জনপ্ৰিয় ব্যক্তিজনে আজি শেষ নিশ্বাস ত্যাগ কৰে।

পাকিস্তানৰ স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এক ৰহস্যজনক পৰিস্থিতিত আজি কৰাচীত আমিৰ লিয়াকতৰ মৃত্যু হয়। উল্লেখ্য যে মিমাৰৰ দ্বাৰা অধিক জনপ্ৰিয় হৈ পৰিলেও লিয়াকত আছিল পাকিস্তানৰ এগৰাকী ৰাজনীতিবিদ।

Apply Now

ইমৰান খান নেতৃত্বাধীন তেহৰিক-ই-ইনচাফৰ পৰা সাংসদ হিচাপে মনোনীত হোৱা লিয়াকত পাকিস্তানৰ নেচনেল এচেম্বলীৰ প্ৰাক্তন সদস্য। লগতে তেওঁ পাকিস্তানৰ দূৰদৰ্শনত এগৰাকী জনপ্ৰিয় সঞ্চালকো।

কৰাচীৰ খুদাদ কলনীত থকা নিজা বাসভৱনত আজি লিয়াকতক অচেতন অৱস্থাত উদ্ধাৰ কৰাৰ পিছত সংকটজনক অৱস্থাত এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। অৱশ্যে চিকিৎসালয় পোৱাৰ পূৰ্বেই তেওঁৰ মৃত্যু ঘটে বুলি চিকিৎসকসকলে নিশ্চিত কৰে।

বাতৰি অনুসৰি বুধবাৰে নিশা লিয়াকতে শাৰীৰিকভাৱে অস্বস্তি অনুভৱ কৰিছিল। কিন্তু তেওঁ চিকিৎসালয়লৈ যাবলৈ অস্বীকাৰ কৰিছিল। আজি পুৱা হঠাতে লিয়াকতৰ কোঠাৰ পৰা এটা চিঞৰ শুনা গৈছিল। ভিতৰৰ পৰা বন্ধ থকাৰ বাবে তেওঁৰ ঘৰুৱা কৰ্মচাৰী সকলে কোঠাৰ দুৱাৰ ভাঙি তেওঁক অচেতন অৱস্থাত উদ্ধাৰ কৰিছিল।

তেওঁৰ এই অস্বাভাৱিক মৃত্যুৰ পাছতে কৰাচী আৰক্ষীয়ে নিজাকৈ এক তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে আৰক্ষীয়ে তেওঁৰ বাসভৱনৰ পৰা চিচিটিভি ফুটেজ সংগ্ৰহ কৰিছে। মৃত্যুৰ কাৰণ সম্পৰ্কে নিশ্চিত হ’বৰ বাবে লিয়াকতৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

আনহাতে সাংসদগৰাকীৰ মৃত্যুৰ বাবে পাকিস্তানী সংসদৰ অধিৱেশন পিছুৱাই দিয়া হৈছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে লিয়াকতে ২০১৮ চনৰ মাৰ্চত ইমৰান খানৰ তেহৰিক-ই-ইনচাফ দলত যোগদান কৰিছিল। অৱশ্যে ইমৰান খান চৰকাৰৰ বিৰুদ্ধে দেশখনত হোৱা ৰাজনৈতিক অস্থিৰতাৰ পিছত তেওঁ নিজে দলটোৰ পৰা আঁতৰি আহিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাহ জনজাতিৰ ভূমি দখল কৰি অবৈধ ইটা ভাটা স্থাপনৰ অভিযোগ! লিডু মাউলাঙত তীব্ৰ প্ৰতিবাদ আটছাৰ

চাহ জনজাতিৰ ভূমি দখল কৰি অবৈধ ইটা ভাটা স্থাপনৰ অভিযোগ! লিডু মাউলাঙত তীব্ৰ প্ৰতিবাদ আটছাৰ

June 19, 2026 3:39 pm
প্ৰশ্নকাকত ফাদিলৰ বাবে ১১ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু, শিক্ষামন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ চিঠি অভিজিৎ দীপকেৰ

প্ৰশ্নকাকত ফাদিলৰ বাবে ১১ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু, শিক্ষামন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ চিঠি অভিজিৎ দীপকেৰ

June 19, 2026 3:15 pm
স্বামীৰ অমানুষিক অত্যাচাৰ: পত্নীক বান্ধি মাৰধৰ, কাটি পেলালে চুলি, খাবলৈ বাধ্য কৰালে প্ৰস্ৰাৱ

স্বামীৰ অমানুষিক অত্যাচাৰ: পত্নীক বান্ধি মাৰধৰ, কাটি পেলালে চুলি, খাবলৈ বাধ্য কৰালে প্ৰস্ৰাৱ

June 19, 2026 3:07 pm
দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

June 19, 2026 1:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাহ জনজাতিৰ ভূমি দখল কৰি অবৈধ ইটা ভাটা স্থাপনৰ অভিযোগ! লিডু মাউলাঙত তীব্ৰ প্ৰতিবাদ আটছাৰ

চাহ জনজাতিৰ ভূমি দখল কৰি অবৈধ ইটা ভাটা স্থাপনৰ অভিযোগ! লিডু মাউলাঙত তীব্ৰ প্ৰতিবাদ আটছাৰ

June 19, 2026 3:39 pm
প্ৰশ্নকাকত ফাদিলৰ বাবে ১১ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু, শিক্ষামন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ চিঠি অভিজিৎ দীপকেৰ

প্ৰশ্নকাকত ফাদিলৰ বাবে ১১ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু, শিক্ষামন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ চিঠি অভিজিৎ দীপকেৰ

June 19, 2026 3:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd