• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বলিউদৰ পাৰ্ফেক্টচনিষ্ট আমিৰ খানক লৈ কিয় হতাশ পত্নী কিৰণ ৰাও?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 15, 2020 11:49 am

1 min read

82e204a7b51c185184aaed411a7b5b99

ফাইল ফ'টো, সৌজন্য- ইন্টাৰনেট

27.7k
VIEWS
Share on FacebookShare on Twitter

বলিউদৰ মিষ্টাৰ পাৰ্ফেক্টচনিষ্ট আমিৰ খানে নিজৰ বাৰ্থ দে’ দিনা তেওঁৰ বিষয়ে অনুৰাগীয়ে নজনা বহু কথা প্ৰকাশ কৰিছে।

আমিৰে প্ৰকাশ কৰিছে নিজৰ জীৱনৰ ব্যক্তিগত কিছুমান অতি আকৰ্ষণীয় কথা।

পেচাগত ভাৱে আমিৰ খানক বলিউদত মিষ্টাৰ পাৰ্ফেক্টচনিষ্ট বুলি অভিহিত কৰা হয়।

কিন্তু এটা সাক্ষাৎকাৰত আমিৰ খানে নিজৰ ব্যক্তিগত জীৱনত অতিশয় বিশৃংখল বুলিহে ব্যক্ত কৰিছে। ব্যক্তিগত জীৱনত তেওঁ অতি দায়িত্বহীন যাৰ ফলত তেওঁৰ পত্নী কীৰণ ৰাও তেওঁক লৈ প্ৰায়ে অসন্তুষ্ট হৈ উঠে।

পেচাগত জীৱনত অতি শৃংখল আমিৰ খান ব্যক্তিগত জীৱনত অতিশয় অশৃংখল হোৱাৰ বাবে পত্নী কীৰণ ৰাৱে অশান্তিত ভুগে বুলিও তেওঁ স্বীকাৰ কৰিছে। তেওঁ কয় যে মাজে মাজে তাই হতাশো হৈ পৰে।

আমিৰে আৰু কয় যে তেওঁৰ এই সত্য পৰিয়ালে স্বীকাৰ কৰি লোৱাৰ বাবে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি হোৱা নাই।

প্ৰতিখন ছবিতে আমিৰ খানক ব্যতিক্ৰমী ৰূপত নিজকে উপস্থাপন কৰা দেখা যায়। এই ক্ষেত্ৰত পত্নী কীৰণ ৰাৱৰ অৱদানৰ কথা স্বীকাৰ কৰি তেওঁ কয় যে ‘প্ৰতিখন ছবিৰ বাবে মোক কেনেকৈ প্ৰস্তুত কৰি তুলিব লাগে কীৰণে সেই কথা অতি ভালকৈ জানে আৰু বুজি পায়।’

উল্লেখ্য কালি বলিউদৰ জনপ্ৰিয় অভিনেতা গৰাকীৰ জন্মদিন আছিল।

বৰ্তমান আমিৰে লালা সিং চাধা নামৰ ছবিখনৰ শ্বুটিঙত ব্যস্ত আছে। এই ছবিখনত কৰীণা কাপুৰ খানেও অভিনয় কৰিছে।

Recent News

a ca

আঁতৰা নাই ক’ৰ’ণাতংক: জুলাইলৈ পিচুৱালে ৭৪ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱ

উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪ সংখ্যক ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী

উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪ সংখ্যক ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী

opposition boycott president address

সংসদৰ যৌথ অধিৱেশনত ১৬টা বিৰোধী দলে বৰ্জন কৰিব ৰাষ্ট্ৰপতিৰ ভাষণ

a 5g

দেশত আৰম্ভ হ’ল 5G নেটৱৰ্ক, কোনখন চহৰে প্ৰথমে লাভ কৰিলে এই সেৱা?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd