• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘আমছু’ৰ গুৱাহাটী মহানগৰ সমিতিৰ সাধাৰণ সম্পাদক দিলবৰ ৰহমানৰ পদত্যাগ

আমছু এৰি গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদত যোগদান দিলবৰ ৰহমানৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 31, 2019 10:34 pm
Dilbor Rahman

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ গুৱাহাটী মহানগৰ সমিতিৰ সাধাৰণ সম্পাদক দিলবৰ ৰহমানে সন্থাৰ মহানগৰ সমিতিৰ সভাপতিলৈ লিখিতভাৱে পদত্যাগ পত্ৰ প্ৰদান কৰি সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদত যোগদান কৰে।

আমছুৰ মহানগৰ জিলা সমিতিৰ পৰা সম্পূৰ্ণ ব্যক্তিগত কাৰণত পদত্যাগ কৰা বুলি দিলবৰ হুছেইনে পদত্যাগ পত্ৰখনত উল্লেখ কৰে। পদত্যাগ কৰাৰ দিনাই গুৱাহাটীৰ হাতীগাওঁস্থিত মনিষা বিবাহ ভৱনত অনুষ্ঠিত হৈ থকা গৰিয়া মৰীয়া-দেশীয় জাতীয় পৰিষদৰ মহানগৰ জিলা সমিতিৰ সাধাৰণ সভাত সংগঠনটোত আনুষ্ঠানিকভাৱে যোগদান কৰে ৰহমানে।

Apply Now

আমছুৰ পৰা পদত্যাগী ৰহমানে গৰিয়া-মৰীয়া-দেশীয় জাতীয় পৰিষদত যোগদান কৰিয়েই সংগঠনটোৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা দেখা যায়।

‘কোনো ধৰ্মৰ ভিত্তিত নহয় বিভিন্ন ধৰ্ম, বৰ্ণ, জাতি-জনগোষ্ঠীৰ সমিল-মিলেৰে বৃহত্তৰ অসমীয়া জাতি গঠন হৈছিল ৷ সাম্প্ৰতিক সময়ত ৰাজ্যৰ বিভিন্ন জনজাতি-জনগোষ্ঠীৰ দৰেই সমগ্ৰ অসমৰ গৰিয়া, মৰিয়া, দেশীৰ লোকসকল একত্ৰিত হৈ হৃতমৰ্যদা পুনৰ উদ্ধাৰৰ সংগ্ৰামখন অধিক শক্তিশালী কৰাৰ  উদ্দেশ্যে মই এই সংগঠনত যোগদান কৰিছো’। এই মন্তব্য হুছেইনৰ।

উল্লেখযোগ্য যে বিগত ৬ বছৰে আমছু”ৰ কাৰ্যকৰী সভাপতি, সাধাৰণ সম্পাদককে ধৰি বিভিন্ন দায়িত্বভাৰ লৈ আছিল ৰহমানে।

ইপিনে, ৰহমানৰ আগমনে পৰিষদক অধিক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাত সহায় কৰিব বুলি আশা ব্যক্ত কৰে পৰিষদৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি নুৰুল হকে।

তদুপৰি সংগঠনৰ মজিয়ালৈ ৰহমানক কাৰ্যকৰী সভাপতি নুৰুল হক, কেন্দ্ৰীয় সহকাৰী সম্পাদক চহিদ আলী আহমেদে আদৰণি জনায়।

মন কৰিবলগীয়া যে, সংগঠনটোত যোগদান কৰিয়েই গুৱাহাটী মহানগৰ জিলাৰ সাধাৰণ সম্পাদক ৰূপে মনোনীত হয় প্ৰাক্তন আমছুৰ নেতাজন।

ইয়াৰ উপৰি ৰাজীৱ চৌধুৰীক সভাপতি, দিলবৰ ৰহমানক সাধাৰণ সম্পাদক, ইছমাইল আলীক কাৰ্যকৰী সভাপতি আৰু প্ৰাক্তন সম্পাদক সুৰজ খানক উপ সভাপতি হিচাপে লৈ  ৩১ জনীয়া সদস্যৰে গুৱাহাটী মহানগৰ সমিতিখন পুনৰ গঠন কৰা হয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd