• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক্ৰছ ভোটিঙতো ভাগ্য সলনি নহ‘ল বিজেপিৰ; দিল্লী পৌৰনিগমৰ মেয়ৰ পদত জয়ী আপ প্ৰাৰ্থী

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 15, 2024 12:41 pm
দিল্লী পৌৰনিগমৰ মেয়ৰৰ পদত বিজয়ী মহেশ খিচি। ফটোঃ সংগ্ৰহীত।

দিল্লী পৌৰনিগমৰ মেয়ৰৰ পদত বিজয়ী মহেশ খিচি। ফটোঃ সংগ্ৰহীত।

70
VIEWS
Share on FacebookShare on Twitter

বিধানসভা নিৰ্বাচনলৈ আৰু কেইমাহমান বাকী। তাৰ পূৰ্বে অনুশীলন যুঁজত জয়ী হৈছে আম আদমী পাৰ্টি। আপৰ প্ৰাৰ্থীয়ে পুনৰ দিল্লী পৌৰনিগমৰ মেয়ৰৰ পদত জয়লাভ কৰে। কিন্তু জয়ী হ’লেও দলীয় কাউন্সিলাৰৰ ক্ৰছ ভোটিঙৰ বাবে চিন্তিত হৈ থাকিব অৰবিন্দ কেজৰিৱাল। তদুপৰি এই নিৰ্বাচনত জয়ৰ ব্যৱধানো কম।

২০২২ চনত দিল্লী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হয়। সেইবাৰ আপে ১৩৪খন আসনত জয়লাভ কৰে। বিজেপিয়ে জয়লাভ কৰে ১০৪খন আসনত। কংগ্ৰেছে লাভ কৰে ৯খন আসন। দিল্লী পৌৰ নিগম আইন অনুসৰি মেয়ৰৰ পদ প্ৰথম বছৰৰ বাবে মহিলাৰ বাবে সংৰক্ষিত। পিছৰ বছৰ অনুসূচিত জাতি-জনজাতিৰ বাবে।

লগতে পঢ়কঃ বিশ্বকাপৰ কোৱালিফাইং মেচত মেছিৰ আৰ্জেণ্টিনাক পৰাস্ত কৰি চমক পেৰাগুৱেৰ

ইয়াৰ পূৰ্বে শ্বেলী অবেৰয় আপৰ মেয়ৰ আছিল। এইবাৰ নিৰ্বাচনত আপে মহেশ খিচিক মনোনীত কৰে। বিজেপিয়ে মনোনীত কৰে কিষাণ লালক। দিল্লী মেয়ৰ নিৰ্বাচনত কাউন্সিলাৰৰ লগতে সাংসদ, উপ-ৰাজ্যপালৰ প্ৰতিনিধি আৰু দিল্লী চৰকাৰৰ নিৰ্বাচিত প্ৰতিনিধিয়ে ভোটদান কৰিব পাৰে।

বৃহস্পতিবাৰে নিশা ভোটদানৰ ফলাফলৰ পিছত দেখা যায় যে আপৰ প্ৰাৰ্থীগৰাকীয়ে ১৩৩টা ভোট লাভ কৰে। বিজেপিয়ে ১৩০টা ভোট লাভ কৰে। দুটা ভোট বাতিল ঘোষণা কৰা হয়। ভোট বৰ্জন কৰে ৭ গৰাকী কংগ্ৰেছৰ কাউন্সিলাৰে।

লগতে পঢ়কঃ পুনৰ হ্ৰাস পালে টকাৰ মূল্য, ডলাৰৰ হিচাপত সৰ্বনিম্ন; ট্ৰাম্পৰ প্ৰত্যাৱৰ্তনতে ভাৰতীয় মুদ্ৰাৰ পতন?

সামান্য ব্যৱধানত জয়লাভ কৰাৰ পিছত পৌৰসভাৰ ভিতৰতে জয় ভীম শ্লোগানেৰে আপ কাউন্সিলাৰসকলে পৰিৱেশ উত্তাল কৰি তোলে। ইফালে, মেয়ৰ নিৰ্বাচনত পৰাজয়ৰ পিছতে বিজেপিয়ে উপ-মেয়ৰ পদৰ প্ৰাৰ্থী প্ৰত্যাহাৰ কৰে। ফলত আপ শিবিৰে বিনা প্ৰতিদ্বন্দ্বিতাৰে এই পদত জয়লাভ কৰে। 

Recent News

পাৰমাণৱিক অস্ত্ৰভাণ্ডাৰত পাকিস্তানক অতিক্ৰম কৰিলে ভাৰতে, ৮টা ৱাৰহেড যোগ হ’ল ভাৰতৰ : ষ্টকহোম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ প্ৰতিবেদন

পাৰমাণৱিক অস্ত্ৰভাণ্ডাৰত পাকিস্তানক অতিক্ৰম কৰিলে ভাৰতে, ৮টা ৱাৰহেড যোগ হ’ল ভাৰতৰ : ষ্টকহোম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ প্ৰতিবেদন

বেদখলকাৰীৰ কৱলত ঐতিহাসিক হাবুঙ! দখলীকৃত ভূমি উদ্ধাৰৰ দাবী সচেতন ৰাইজৰ

বেদখলকাৰীৰ কৱলত ঐতিহাসিক হাবুঙ! দখলীকৃত ভূমি উদ্ধাৰৰ দাবী সচেতন ৰাইজৰ

গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা; বিকল্প ব্যৱস্থা নকৰালৈকে অভিযান বন্ধ ৰখাৰ দাবী DYFIৰ

গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা; বিকল্প ব্যৱস্থা নকৰালৈকে অভিযান বন্ধ ৰখাৰ দাবী DYFIৰ

১৩ হাজাৰ কোটি টকাৰ ব্যয়! আগন্তুক লোকপিয়লত দেশবাসীয়ে মুখামুখি হ’ব ছটা নতুন প্ৰশ্নৰ

১৩ হাজাৰ কোটি টকাৰ ব্যয়! আগন্তুক লোকপিয়লত দেশবাসীয়ে মুখামুখি হ’ব ছটা নতুন প্ৰশ্নৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd