• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বকাপৰ কোৱালিফাইং মেচত মেছিৰ আৰ্জেণ্টিনাক পৰাস্ত কৰি চমক পেৰাগুৱেৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 15, 2024 10:39 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বকাপৰ কোৱালিফাইং মেচত আগবাঢ়ি যোৱাৰ পাছতো পেৰাগুৱেৰ হাতত ২-১ গ’লত পৰাস্ত হয় মেছিৰ আৰ্জেণ্টিনা। প্ৰতিযোগিতাখনত এয়া তেওঁলোকৰ তৃতীয়টো পৰাজয়।

নেটত গ’ল সোমাবলৈ আৰ্জেণ্টিনাই বেছি সময় অপেক্ষা কৰিব লগা নাছিল। মেচৰ ১১ মিনিটত লাউটাৰো মাৰ্টিনেজে এনজো ফাৰ্নাণ্ডেজৰ থ্ৰো পাছ ধৰি ডিফেণ্ডাৰৰ কাষেৰে ক্ৰছ শ্বট মাৰি বলটো নেটত সোমাই দিয়ে। আৰম্ভণিতে লাইনমেনে অফছাইড দিছিল। পিছত ভিএআৰৰ সহায়ত ৰেফাৰীয়ে গ’লৰ হুইচেল মাৰিলে।

আৰম্ভণিতে মাত্ৰ ৮ মিনিটৰ বাবে অগ্ৰগতি ৰক্ষা কৰিবলৈ সক্ষম হয় আৰ্জেণ্টিনা। ১৯ মিনিটত গুস্তাভো গোমেছৰ হেডাৰটো ক্ৰছবাৰৰ পৰা উভতি আহে। এই যাত্ৰাত আলবিচেলেষ্টৰ ভাগ্যই তেওঁক সহায় কৰিলেও ছানাব্ৰিয়াই হাৰ নামানিলে। বাইলাইনৰ ওচৰৰ পৰা গুস্তাফো ভেলাস্কেজৰ ক্ৰছৰ পৰা বাইচাইকেল কিকেৰে তেওঁ বল নেটত সুমুৱায়।পোষ্টত খুন্দা মাৰি যোৱা বলটো ৰক্ষা কৰিব নোৱাৰিলে এমিলিয়ানো মাৰ্টিনেজে।

Apply Now

লগতে পঢ়কঃ পুনৰ হ্ৰাস পালে টকাৰ মূল্য, ডলাৰৰ হিচাপত সৰ্বনিম্ন; ট্ৰাম্পৰ প্ৰত্যাৱৰ্তনতে ভাৰতীয় মুদ্ৰাৰ পতন?

২৫ মিনিটত আৰ্জেণ্টিনাই আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰে। মলিনাৰ ক্ৰছৰ পৰা বল লাভ কৰি লায়নেল মেছিয়ে শ্বটটো লক্ষ্যত ৰাখিব নোৱাৰিলে। প্ৰথমাৰ্ধ ১-১ গ’লত ড্ৰ’ত সমাপ্ত হয়।

বিৰতিৰ পিছত পেৰাগুৱেই মেচখনত আগবাঢ়ি যায়। ৪৭ মিনিটত এলডেৰে গোমেছৰ ফ্ৰী কিকত দৌৰি গৈ ডাইভিং হেড কৰি বলটো নেটত সুমুৱাই দিয়ে। খেলখনত পিছ পৰি থকাৰ পাছত আৰ্জেণ্টিনাই বলৰ দখলো হেৰুৱাই পেলায়। পেৰাগুৱেই চাপত থকা মেছি বাহিনীক আৰু চেপি ধৰে। তাৰ পিছতো মেছিয়ে ৭৯ মিনিটত এক সুন্দৰ সুযোগ সৃষ্টি কৰে। তেওঁৰ দীৰ্ঘ দূৰত্বৰ শ্বটটো এজনৰ গাত খুন্দা মাৰি বাউন্স হৈ পোষ্টৰ বাহিৰত যায়। তাৰপিছত আৰু মেচলৈ ঘূৰি আহিব নোৱাৰিলে।

লগতে পঢ়কঃ পুৰুষ নে মহিলা! কাৰ বেছি বুদ্ধি? চাণক্যই কৈ গৈছে প্ৰকৃত সত্য!

এই পৰাজয়ৰ পিছতো ১১ খন মেচৰ পৰা ২২ পইণ্ট লাভ কৰি পইণ্ট তালিকাৰ শীৰ্ষত আছে আৰ্জেণ্টিনা। ১০খন মেচত ১৯ পইণ্ট লাভ কৰি দ্বিতীয় স্থানত থকা কলম্বিয়াই পইণ্টৰ ক্ষেত্ৰত কাষত বহিবলৈ সুযোগ লাভ কৰিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘খোলাকটিৰ তাল’! নীৰৱ মোডীৰ বিৰুদ্ধে ধন আত্মসাতৰ কোনো প্ৰমাণ পোৱা নাই চিবিআইয়ে

‘খোলাকটিৰ তাল’! নীৰৱ মোডীৰ বিৰুদ্ধে ধন আত্মসাতৰ কোনো প্ৰমাণ পোৱা নাই চিবিআইয়ে

June 13, 2026 7:40 am
ফিক্সড ডিপজিটত ৮ শতাংশৰো অধিক সুদ: জানি লওক কোন বেংকে দিছে কিমান লাভ

ফিক্সড ডিপজিটত ৮ শতাংশৰো অধিক সুদ: জানি লওক কোন বেংকে দিছে কিমান লাভ

June 13, 2026 6:40 am
এটাৰ পিছত আন এটা গোচৰ : অভিষেক বেনাৰ্জীৰ বাসগৃহত উপস্থিত চিআইডি, কালীঘাটত তীব্ৰ চাঞ্চল্য

এটাৰ পিছত আন এটা গোচৰ : অভিষেক বেনাৰ্জীৰ বাসগৃহত উপস্থিত চিআইডি, কালীঘাটত তীব্ৰ চাঞ্চল্য

June 12, 2026 9:35 pm
বেজৰ নাকত খৰ! আমেঠিৰ ভোটাৰ তালিকাৰ পৰা অন্তৰ্ধান স্মৃতি ইৰাণীৰ নাম

বেজৰ নাকত খৰ! আমেঠিৰ ভোটাৰ তালিকাৰ পৰা অন্তৰ্ধান স্মৃতি ইৰাণীৰ নাম

June 12, 2026 9:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘খোলাকটিৰ তাল’! নীৰৱ মোডীৰ বিৰুদ্ধে ধন আত্মসাতৰ কোনো প্ৰমাণ পোৱা নাই চিবিআইয়ে

‘খোলাকটিৰ তাল’! নীৰৱ মোডীৰ বিৰুদ্ধে ধন আত্মসাতৰ কোনো প্ৰমাণ পোৱা নাই চিবিআইয়ে

June 13, 2026 7:40 am
ফিক্সড ডিপজিটত ৮ শতাংশৰো অধিক সুদ: জানি লওক কোন বেংকে দিছে কিমান লাভ

ফিক্সড ডিপজিটত ৮ শতাংশৰো অধিক সুদ: জানি লওক কোন বেংকে দিছে কিমান লাভ

June 13, 2026 6:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd