• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

৩০০ অতিক্ৰম কৰিলে কেজৰিৱালৰ ছুগাৰ লেভেল! তিহাৰ জেলৰ সন্মুখত আপৰ প্ৰতিবাদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 22, 2024 3:43 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰবিন্দ কেজৰিৱালক লৈ মধুমেহ বিতৰ্কই পুনৰ চৰ্চা লাভ কৰিছে। দেওবাৰে দিল্লীৰ মুখ্যমন্ত্ৰীৰ আম আদমী পাৰ্টিয়ে দাবী কৰিছিল যে কেজৰিৱালৰ দেহত চেনিৰ মাত্ৰাই (তেজত চেনিৰ মাত্ৰা) ৩০০ অতিক্ৰম কৰিছে। দেওবাৰে দিল্লীৰ তিহাৰ জেলৰ সন্মুখত হাতত ইনচুলিন লৈ প্ৰতিবাদ সাব্যস্ত কৰে কৰে আপৰ নেতা কৰ্মীসকলে।

আম আদমি পাৰ্টিৰ মুৰব্বী কেজৰিৱালে দিল্লীৰ ৰাউজ এভিনিউ আদালতৰ কাষত তেজত চেনিৰ মাত্ৰা নিয়মিতভাৱে পৰীক্ষা কৰিবলৈ অনুমতি বিচাৰিছিল। লগতে তেওঁক চিকিৎসকৰ পৰামৰ্শ লোৱাৰ সুযোগ দিয়াৰ বাবে অনুৰোধ জনায়। বৃহস্পতিবাৰে একেটা গোচৰৰ শুনানিত ইডিৰ বিশেষ অধিবক্তা জোহেব হুছেইনে কয় যে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে ইচ্ছাকৃতভাৱে জেলত অধিক মিঠাই আৰু আম খাই ব্লাড ছুগাৰ বৃদ্ধি কৰিছে। ইডিয়ে লগতে দাবী কৰে যে দিল্লী আবকাৰী দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা কেজৰিৱালে তেজত চেনিৰ মাত্ৰা উঠা-নমা কৰা দেখুৱাই জামিন লাভ কৰিব বিচাৰে।

দেওবাৰে আপ নেতা তথা দিল্লী চৰকাৰৰ মন্ত্ৰী আতিশী মাৰ্লেনাই দাবী কৰে যে কেজৰিৱালৰ চেনিৰ মাত্ৰাই ৩০০ অতিক্ৰম কৰিছে।উল্লেখ্য যে, যদি কোনো ব্যক্তিৰ চেনিৰ মাত্ৰা ৩০০ তকৈ অধিক হয় তেন্তে ইয়াক যথেষ্ট বিপদজনক বুলি গণ্য কৰা হয়। দেওবাৰে আতিশীয়ে কয় যে কেজৰিৱাল যোৱা ২০ দিন জেলত আছে। ৩০ বছৰ ধৰি তেওঁ ডায়েবেটিছ ৰোগী।কেজৰিৱালৰ চেনিৰ মাত্ৰা ৩০০ৰ ওপৰত। আপুনি পৃথিৱীৰ যিকোনো ডাক্তৰক সুধিব, তেওঁ আপোনাক ক’ব যে এই পৰিস্থিতিত ইনচুলিন অবিহনে মধুমেহ নিয়ন্ত্ৰণ কৰিব নোৱাৰি।

আপে কেজৰিৱালক ইনচুলিন ব্যৱহাৰ কৰিবলৈ অনুমতি দিবলৈ অনুৰোধ জনোৱাৰ সময়তে তিহাৰ জেল কৰ্তৃপক্ষই দিল্লীৰ উপ-ৰাজ্যপাল ভি কে ছাক্সেনালৈ চিকিৎসা প্ৰতিবেদন প্ৰেৰণ কৰে। প্ৰতিবেদনত দাবী কৰা হৈছে যে যোৱা ১০ আৰু ১৫ এপ্ৰিলত এজন বিশেষজ্ঞই দিল্লীৰ মুখ্যমন্ত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰিছিল। একেজন বিশেষজ্ঞই মধুমেহ ৰোগী কেজৰিৱালক ইনচুলিনৰ সলনি ঔষধ দিব লাগে বুলি পৰামৰ্শ দিছিল। আপে অৱশ্যে দাবী কৰিছে যে কেজৰিৱালক চেনিৰ মাত্ৰা হ্ৰাস কৰিবলৈ ঔষধ নহয়, ইনচুলিনৰ প্ৰয়োজন। আৰু দিল্লীৰ মুখ্যমন্ত্ৰীক সেই ইনচুলিন ব্যৱহাৰ কৰাত বাধা দিয়া হৈছে।প্ৰসংগক্ৰমে ২১ মাৰ্চত দিল্লী আবকাৰী দুৰ্নীতিৰ গোচৰত ইডিয়ে কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল। ইডিৰ জিম্মাত থকাৰ পাছত দিল্লীৰ মুখ্যমন্ত্ৰীৰ বৰ্তমানৰ ঠিকনা হৈছে তিহাৰ জেইল।

Apply Now
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd