• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মানহানিৰ গোচৰ : আপ নেত্ৰী আতিশীক চমন দিল্লীৰ আদালতৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
May 28, 2024 6:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লী বিজেপিৰ সংবাদ মাধ্যমৰ মুৰব্বী প্ৰবীণ শংকৰ কাপুৰে দাখিল কৰা মানহানিৰ গোচৰৰ সন্দৰ্ভত দিল্লীৰ মন্ত্ৰী আতিশীক চমন জাৰি কৰিছে দিল্লীৰ আদালতে।

আদালতে ২৯ জুনত আতিশীক আদালতত হাজিৰ নিৰ্দেশ দিছে। এই গোচৰটো আতিশীয়ে আপৰ বিধায়কক উৎকোচ দিবলৈ চেষ্টা কৰা আৰু চোৰাংচোৱাৰ চেষ্টা কৰা বুলি উত্থাপন কৰা অভিযোগৰ সৈতে জড়িত।

Apply Now

আনহাতে, মানহানিৰ গোচৰত নাম উল্লেখ থকা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক চমন দিয়া নাই আদালতে।

কাপুৰে দাবী কৰিছিল যে অতিশীৰ এই অভিযোগে বিজেপি দলৰ সুনাম ক্ষতি কৰিছে। অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি আদালতে

আতিশীক অভিযুক্ত বুলি চিনাক্ত কৰি ২৯ জুনত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে।
বিজেপি নেতাগৰাকীয়ে ৩০ এপ্ৰিলত মানহানিৰ গোচৰ তৰিছিল।

আদালতত দিয়া আবেদনত কাপুৰে কয় যে অৰবিন্দ কেজৰিৱালে সামাজিক মাধ্যমত বিজেপিয়ে আপৰ ৭জন বিধায়কৰ সৈতে যোগাযোগ কৰি পক্ষ সলনিৰ বাবে ২৫ কোটি টকা আগবঢ়াইছে বুলি মন্তব্য কৰিছিল। আনহাতে আতিশীয়ে বিজেপিত যোগদানৰ প্ৰস্তাৱ পাইছিল আৰু বিজেপিত যোগদান নকৰিলে বলবৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তআৰ কৰাৰ ভাবুকি দিয়া বুলি মন্তব্য কৰিছিল।

লগতে দলীয় সহযোগী সৌৰভ ভৰদ্বাজ, ৰাঘৱ চাধা, আৰু দুৰ্গেশ পাঠকক আগন্তুক দুমাহৰ ভিতৰত গ্ৰেপ্তাৰ কৰা হ’ব বুলিও দাবী কৰিছিল আপ নেত্ৰীগৰাকীয়ে।আৱেদনত বিজেপি নেতাগৰাকীয়ে আতিশীয়ে কৰা মন্তব্য প্ৰত্যাহাৰ কৰাৰ লগতে টিভি আৰু ছ’চিয়েল মিডিয়াত ক্ষমা খোজাৰ দাবী জনাইছে।

ইফালে, আতিশীলৈ আদালতে দিয়া চমনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে দাবী কৰে যে আপৰ নেতাসকলক সম্পূৰ্ণ ক্ষীণ, তুচ্ছ আৰু ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে।

“মই আগতেই কৈছিলোঁ যে তেওঁলোকে পৰৱৰ্তী সময়ত আতিশীক গ্ৰেপ্তাৰ কৰিব। তেওঁলোকে এতিয়া তেনে কৰাৰ পৰিকল্পনা কৰিছে। সম্পূৰ্ণ একনায়কত্ববাদ। তেওঁলোকে আপৰ সকলো নেতাক এজন এজনকৈ গ্ৰেপ্তাৰ কৰিছে। প্ৰতিজন বিৰোধী নেতাক গ্ৰেপ্তাৰ কৰা হ’ব।  যদি মোডী জীয়ে পুনৰ ক্ষমতালৈ আহে তেন্তে আমাৰ প্ৰিয় দেশখনক একনায়কত্ববাদলৈ পৰিণত কৰিব” – এক্সযোগে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অৰবিন্দ কেজৰিৱালে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd