• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

PPE Kit কেলেংকাৰী : মুখ্যমন্ত্ৰীৰ পত্নী আৰু ব্যৱসায়ী বন্ধুৰ বিৰুদ্ধে AAP ৰ গোচৰ

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
June 6, 2022 7:26 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আইনী মেৰপেছত সোমাব নেকি মুখ্যমন্ত্ৰীৰ পৰিয়াল?
কেৱল অভিযোগ তোলাই নহয়!
এইবাৰ মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু ব্যৱসায়ী বন্ধুৰ বিৰুদ্ধে গোচৰ দাখিল আম আদমী পাৰ্টীৰ।

ৰাজ্যজুৰি চৰ্চিত কোভিডৰ সময়ত মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু ব্যৱসায়ী বন্ধুৰ পিপিই কিট আৰু চেনিটাইজাৰ ক্ৰয়ৰ নামত কেলেংকাৰীৰ অভিযোগৰ প্ৰসংগ।

Apply Now

দা ক্ৰছ কাৰেন্ট আৰু দা ৱায়াৰে যুটীয়া অনুসন্ধানত পোহৰলৈ আনিছিল মুখ্যমন্ত্ৰীৰ পত্নী মালিকাধীন জেচিবিয়ে ৬৬০ টকাৰ পিপিই কিটৰ ৯৯০ টকাত ক্ৰয় কৰিব ওলোৱাৰ তথ্য।

এই বাতৰিৰ পাছতে ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লাগিছিল। লগতে আপৰ দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনিষ ছিছ’দিয়াই সংবাদমেলো সম্বোধন কৰিছিল।

ৰাইজৰ দলো এই বিষয়টোত সৰব হৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক কাৰ্য্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু স্মাৰক পত্ৰও প্ৰদান কৰিছিল।

কিন্তু কোনেও মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা নাছিল। সোমবাৰে আম আদমী পাৰ্টীৰ অসম শাখাই লতাশিল থানাত পিপিই কিট কেলেংকাৰীৰ তদন্ত বিচাৰি এজাহাৰ দাখিল কৰে।

ভাৰতীয় দণ্ডবিধিৰ ১২০(বি), ৪২০, ৪০৪, ৪০৯ ধাৰাৰ
অধীনত লতাশিল আৰক্ষীক গোচৰ ৰুজু কৰিবলৈ আহ্বান জনায় আম আদমী পাৰ্টীয়ে।

ইপিনে, সোমবাৰে দীঘলী পুখুৰীৰ পাৰত পি পি ই কিটৰ দুৰ্নীতিৰ তদন্ত বিচাৰি আম আদমী পাৰ্টীয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ।

আনহাতে, পিপিই কিট কেলেংকাৰী ঢাকিবলৈকে অখিল গগৈয়ে আপত যোগদান কৰিব বুলি বাতৰি প্ৰকাশ কৰা বুলি গুৰুতৰ অভিযোগ তোলে শিৱসাগৰৰ বিধায়ক গৰাকীয়ে। ইয়াৰ লগতে পিপিই কীট কেলেংকাৰীৰ তেওঁ চিবিআই তদন্তও দাবী কৰে।

ৰাইজৰ দলৰ সন্দেহ – মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপন হোৱা দুৰ্নীতিৰ অভিযোগ লুকুৱাবলৈকে অখিল গগৈয়ে আপত যোগদান কৰিব বুলি ভুৱা বাতৰি ব্যাপক ৰূপত প্ৰচাৰ কৰা হৈছে ৷

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm
বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

September 5, 2026 4:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd