• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিতাধিকাৰীক ভাবুকি প্ৰদানেৰে নির্বাচনী বৈতৰণী পাৰ হোৱাৰ অপচেষ্টা বিজেপিৰ-আম আদমি পাৰ্টী

উপায়ুক্তৰ কাৰ্যালয়ৰ নাম লৈ ভাবুকি দিয়া বিজেপি কৰ্মীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
April 16, 2022 4:16 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে এক সংবাদমেল সম্বোধন কৰি আম আদমি পাৰ্টীৰ ৰাজ্যিক সমন্বয়ক ভৱেন চৌধুৰীয়ে বিজেপিয়ে হিতাধিকাৰীক ভাবুকিৰে নির্বাচনী বৈতৰণী পাৰ হোৱাৰ অপচেষ্টা চলাইছে বুলি মন্তব্য প্ৰকাশ কৰে।

তেওঁ কয় “চৰকাৰ এখন সকলোৰে বাবে, তাত দল- মতৰ কথা আহি নপৰে। একেদৰে চৰকাৰী আঁচনি একমাত্র দলীয় কৰ্মীৰ বাবে নহয়। চৰকাৰী আঁচনিৰ হিতাধিকাৰী এজনে আন দলৰ প্রার্থীক ভোট দিব পাৰে বা আন দলৰ হৈ নিৰ্বাচনত প্ৰচাৰ কৰিব পাৰে।”

Apply Now

৫২ নং ৱাৰ্ডৰ এগৰাকী মহিলাই বিৰোধী পাৰ্টীৰ হৈ প্ৰচাৰ চলোৱা আৰু তেওঁ হিতাধিকাৰী হোৱাৰ বাবেই বিজেপি কর্মীয়ে অৰুণোদয় আঁচনিৰ পৰা তেওঁৰ নাম কৰ্তন কৰা হ’ব বুলি টেলিফোন যোগে ভাবুকি প্রদান কৰা কাৰ্যক অসাংবিধানিক আৰু গণতন্ত্ৰ বিৰোধী বুলি চৌধুৰীয়ে মন্তব্য কৰে।

খোৱাপানীৰ সমস্যা, কৃত্রিম বান, ৰাস্তা-ঘাটৰ দুৰাৱস্থা, ষ্ট্রীট লাইটকে ধৰি গুৱাহাটীৰ এশ-এবুৰি সমস্যা সঠিকভাৱে সমাধান নকৰি একমাত্র চৰকাৰী আঁচনিত কেলেংকাৰী কৰি নিজৰ পকেট গৰম কৰা বিজেপিয়ে নির্বাচনী বৈতৰণী পাৰ হ’বলৈ এতিয়া ভয়-ভাবুকিৰ আশ্ৰয় লৈছে বুলিও তেওঁ কয়।

এনে ভীতি প্রদর্শনে পৌৰ নিগমৰ নিৰ্বাচনত ডুবন্ত বিজেপিক কোনো প্ৰকাৰে সহায় নকৰে বুলি স্পষ্ট কৰি দিয়ে আপ, অসমে। ৰাইজৰ উন্নতিৰ দিশলৈ পিঠি দি একমাত্র হিতাধিকাৰী সৃষ্টি কৰি গাদী ৰক্ষা কৰি থাকিব পাৰিব বুলি ভাবি থকা বিজেপিক যিমান সোনকালে ক্ষমতাচ্যুত কৰিব, সিমানেই মংগল বুলি তেওঁ পুনৰ উল্লেখ কৰে।

ইফালে আম আদমি পাৰ্টীয়ে কামৰূপ মহানগৰৰ উপায়ুক্তক আহ্বান জনায় যাতে তেওঁৰ কাৰ্যালয়ৰ নাম লৈ হিতাধিকাৰী মহিলাক ভাবুকি প্রদান কৰা বিজেপি কর্মীজনৰ বিৰুদ্ধে অতি সোনকালে বিহিত ব্যৱস্থা গ্রহণ কৰে।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

September 1, 2026 9:04 am
ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

September 1, 2026 8:57 am
এটা যুগৰ অৱসান! আন্তৰ্জাতিক ফুটবলক বিদায় মেছিৰ; ২১ বছৰীয়া কেৰিয়াৰৰ পৰিসমাপ্তি

এটা যুগৰ অৱসান! আন্তৰ্জাতিক ফুটবলক বিদায় মেছিৰ; ২১ বছৰীয়া কেৰিয়াৰৰ পৰিসমাপ্তি

September 1, 2026 8:17 am
প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

September 1, 2026 7:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

September 1, 2026 9:04 am
ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

September 1, 2026 8:57 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd