• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যত সংঘটিত গণহত্যাৰ বিৰুদ্ধে আম আদমি পাৰ্টি অসমৰ প্ৰতিবাদ, মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
June 17, 2020 6:41 pm
আম আদমী পাৰ্টিৰ প্ৰতিবাদ

আম আদমী পাৰ্টিৰ প্ৰতিবাদ

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত সংঘটিত গণহত্যা ৰোধৰ বাবে আজি গুৱাহাটী ক্লাৱত আম আদমি পাৰ্টিয়ে প্ৰতিবাদ সাব্যস্ত কৰে।

ৰাজ্যৰ সাধৰণ নাগৰিকৰ বৰ্বৰ গণহত্যাৰ লগত জড়িত সকলো দোষীকে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে শীঘ্ৰে উপযুক্ত শাস্তি প্ৰদানৰ দাবীৰ লগতে গণহত্যা ৰোধৰ ক্ষেত্ৰত এখন আইন বলবৎ কৰাৰ বাবে মুখ্য মন্ত্ৰীক আহ্বান জনায়।

Apply Now

কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ যোগেদি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে দলটোৱে।

হাতে হাতে প্লে কাৰ্ড লৈ গণ হত্যা বন্ধ কৰক, যোৰহাটৰ জয়ন্ত বৰাৰ মৃত্যুৰ উচিত তদন্ত কৰক আদি শ্লোগানেৰে প্ৰতিবাদকাৰী সকলে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

 ‘ৰাজ্যৰ গণহত্যাৰ লগত জড়িত সকলো দোষীক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে শীঘ্ৰে উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছো,’ কামৰূপ মহানগৰ জিলা সমন্বয়ক মাধুৰ্য্য শইকীয়াই কয়।

আনহাতে, অসম সন্তান ঋতুপৰ্ন পেগু, সনাতন ডেকা, জোনমনি কুটুম,দেৱাশিষ গগৈ,অভিজিৎ নাথ, নিলোৎপল দাস,ঝংকাৰ শইকীয়া এই লোক সকলক স্বাধীন গণতান্ত্ৰিক দেশত নৃশংসভাৱে হত্যা কৰা কাৰ্য্যৰো তীব্ৰ নিন্দা কৰে দলটোৱে।

স্মাৰক পত্ৰ যোগে মুখ্যমন্ত্ৰী সোণোৱালৰ ওচৰত দোষীক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে অতি শীঘ্ৰে উপযুক্ত তথা দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবী জনাই আপে।

ৰাজ্যত যাতে এনেধৰণৰ জঘন্য অপৰাধ কৰিবলৈ পুনৰ কাৰো সাহস নহয় সেই কথা নিশ্চিত কৰাৰ লগতে গনহত্যা ৰোধ কৰাৰ বাবে এখন আইন বলবৎ কৰাৰ বাবে মুখ্য মন্ত্ৰীক আহ্বান জনায় দলটোৱে।

ইপিনে, যোৰহাট জিলাৰ বৰহোলাত জয়ন্ত বৰা নামৰ অসমীয়া যুৱকৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত কৰি  দোষীক শাস্তি প্ৰদানৰ বাবে স্মাৰক পত্ৰ যোগে মুখ্য মন্ত্ৰীক দাবী জনোৱাৰ লগতে জয়ন্ত বৰাৰ পৰিয়ালক চৰকাৰে উপযুক্ত ক্ষতিপূৰণ দিয়াৰ বাবেও আহ্বান জনায়।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm
দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm
দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd