• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘আৰণ্যক’ৰ উদ্যোগত বোকাখাতত চোৰাংচিকাৰ আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ওপৰত সজাগতা সভা

উত্তম শইকীয়া by উত্তম শইকীয়া
November 11, 2019 6:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জনসাধাৰণৰ সহযোগিতাৰ বাবেই কিছুদিন ধৰি কাজিৰঙাৰ গঁড় হত্যা নিয়ন্ত্ৰিত হৈছে। এই ধাৰাবাহিকতা অক্ষুন্ন ৰখাৰ বাবে গাওঁৰক্ষী সংগঠনেও কাম কৰা উচিত। আজি বোকাখাতত গাওঁৰক্ষী সংগঠনৰ এক সজাগতা সভাত এই দৰে কয় গোলাঘাটৰ আৰক্ষী অধীক্ষক পুস্পৰাজ সিঙে৷

প্ৰকৃতি সংগঠন ‘আৰণ্যক’ৰ উদ্যোগত আৰু গাওঁৰক্ষী সংগঠনৰ বোকাখাত থানা সমিতিৰ সহযোগত পুৱতি সাহিত্য সভা ভৱনত অনুষ্ঠিত চোৰাংচিকাৰ প্ৰতিৰোধ আৰু বন্যপ্ৰাণী সংৰক্ষনৰ এই সজাগতা সভাত কাজিৰঙাৰ কাষৰীয় গাওঁবোৰৰ গাওঁৰক্ষী সংগঠনৰ শতাধিক সদস্যই অংশগ্ৰহণ কৰে।

Apply Now

আৰণ্যকৰ আইন উপদেষ্টা কোষৰ প্ৰৱন্ধক মানস কুমাৰ ভট্টচাৰ্য্যই উদ্দেশ্য বাখ্যা কৰা সভাত বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে গাওঁৰক্ষী সংগঠনৰ সদস্যসকলক গাঁৱৰ পৰিৱেশ উন্নিত কৰাৰ বাবে মদৰ প্ৰচলন নিষিদ্ধ কৰিবৰ বাবে আহ্বান জনায়।

ইয়াৰ উপৰি বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিব্যজ্যোতি দত্তই মদৰ ঘাটি উচ্চেদ কৰাৰ লগতে চোৰাং চিকাৰীৰ তথ্য পালে আৰক্ষীক জনাবৰ বাবে আহ্বান জনায়। গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াই বিশ্বত গঁড় প্ৰজাতি, গঁড়ৰ খড়্গৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায় আৰু গঁড় হত্যাৰ তথ্যৰ সচিত্ৰ উপস্থাপন দাঙি ধৰে।

গোলাঘাট জিলাৰ উপ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম শইকীয়াই চোৰাংচিকাৰ প্ৰতিহত কৰাৰ বাবে কাম কৰা গাওঁৰক্ষী সংগঠনক ৰ গাওঁ সমিতিক দক্ষতাৰ ভিত্তিত পুৰস্কৃত কৰাৰ বাবে আৰণ্যকক পৰামৰ্শ দিয়ে।

আৰণ্যকৰ বোকাখাত সমিতিৰ সভাপতি মৃদুল বৰাৰ পৌৰহিত্যত অনুষ্ঠিত সভাত গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক পুস্পৰাজ সিং, পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰমেশ গগৈ, অগৰাতলিৰ বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰা, জে ডি এছ জি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বাবুলাল মোৰ আৰু গাওঁৰক্ষী সংগঠনৰ সমন্বয়ক আৰিফ আহমেদ আদিয়ে মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

July 4, 2026 11:37 am
৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

July 4, 2026 11:13 am
চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am
সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

July 4, 2026 10:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

July 4, 2026 11:37 am
৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

July 4, 2026 11:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd