• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম আৰক্ষীৰ গুণ্ডাগিৰি! আছু কৰ্মীক গুৰুলা-গুৰুলকৈ প্ৰহাৰ, ন্যায়ৰ দাবীত প্ৰতিবাদমুখৰ জোনাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 12, 2025 11:32 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আকৌ গুণ্ডাগিৰি অসম আৰক্ষীৰ। সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী স্থানীয় কৰ্মীক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিলে জোনাই মহকুমা আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাণে। এই অভিযোগ উত্থাপন কৰিছে জোনাই আঞ্চলিক ছাত্ৰ সন্থা আৰু ভুক্তভোগী আছু কৰ্মীগৰাকীয়ে।

অভিযোগ অনুসৰি মহকুমা আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাঙে কোনো কাৰণ নোহোৱাকৈ চন্দ্ৰকান্ত বৰুৱা নামৰ আছু কৰ্মীজনক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে।

Apply Now

শুকুৰবাৰে নিশা বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা চন্দ্ৰকান্ত বৰুৱাই এজন বন্ধুৰ সৈতে জোনাই সদৰৰ হনুমান মন্দিৰত চলি থকা নাম-কীৰ্তন উপভোগ কৰি থকাৰ সময়তে জোনাই আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাঙে তেওঁলোকক কোনো কাৰণ নোহোৱালৈ গালি-গালাজ আৰম্ভ কৰে। ইয়াৰ পিছত তেওঁলোকক দাগী অপৰাধীৰ দৰে ব্যৱহাৰ কৰি অজ্ঞাত স্থানলৈ নি লাঠিৰে প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰে৷

আছু কৰ্মী চন্দ্ৰকান্ত বৰুৱাই আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাঙক বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো বিষয়া গৰাকীয়ে কোনো ভ্ৰুক্ষেপ নকৰি প্ৰহাৰ কৰি যায়। তাৰপিছত মুমুৰ্ষ অৱস্থাত চন্দ্ৰকান্ত বৰুৱাক থানালৈ লৈ যোৱা হয়।

ঘটনাৰ বিষয়ে জানিব পাৰি জোনাই আৰক্ষী থানাত ছাত্ৰ সন্থাৰ কৰ্মীসকলে পুৱতি নিশাই প্ৰতিবাদ সাব্যস্ত কৰে।

ইফালে গুৰুতৰভাৱে আহত ছাত্ৰ সন্থাৰ কৰ্মীজনক উন্নত চিকিৎসাৰ বাবে পুৱাই ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে।

এই ঘটনাক তীব্ৰ গৰিহণা দি আছু নেতা উৎপল শৰ্মাই সামাজিক মাধ্যমত লিখিছে – “প্ৰতিটো কোবৰ হিচাপ লাগিব!  যোৱা নিশা বাহিৰ জোনাই আঞ্চলিক ছাত্র সন্থাৰ উপদেষ্টা চন্দ্ৰকান্ত বৰুৱাক কোনোধৰণৰ কাৰণ নোহোৱাকৈ জোনাই মহকুমা আৰক্ষী বিষয়াই বৰ্বৰ অত্যাচাৰ কৰিছে। দাঁত ভাঙি গৈছে, ডিঙিত চিৰাল ফাট মেলিছে। সৰ্ব শৰীৰত আঘাতৰ চিন! এজন নিৰীহ যুৱকক এইদৰে প্ৰহাৰ কৰাৰ অধিকাৰ ক’ত পালে? আৰক্ষী বিষয়া গৰাকীক গৰিহণা দিছোঁ। তেওঁৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থাৰ দাবী জনাইছোঁ। আৰক্ষীৰ নামত এনে গুণ্ডাগিৰী সহ্য কৰা নহ’ব। মুখ্যমন্ত্রী, ডিজিপিয়ে ব্যৱস্থা লওক; অন্যথা তীব্র আন্দোলন হ’ব। প্ৰতিটো কোবৰ হিচাপ লাগিব।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

August 30, 2026 5:52 pm
আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

August 30, 2026 4:30 pm
চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

August 30, 2026 3:31 pm
মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

August 30, 2026 2:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

August 30, 2026 5:52 pm
আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

August 30, 2026 4:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd