• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সংগোপনে টোলগেট নিৰ্মাণ কৰাৰ বিৰুদ্ধে আছু-এ জে ৱাই চি পিৰ তীব্ৰ প্ৰতিবাদ

অভিক চক্ৰৱৰ্তি by অভিক চক্ৰৱৰ্তি
September 21, 2020 10:11 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

192
VIEWS
Share on FacebookShare on Twitter

উজনি অসমৰ বগীবিল দলঙৰ দক্ষিণ পাৰ সংযোগী ধমল গাঁৱত অতি গোপনে টোলগেটৰ নিৰ্মাণকাৰ্য চলাই থকাৰ বিৰোধিতাত আজি সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

বগীবিল দলং সংযোগী পথত টোলগেট নিৰ্মাণৰ বিৰুদ্ধে ছাত্ৰ সংগঠন দুটাই প্ৰায় এঘণ্টা সময় ধৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

বগীবিল দলং সংযোগী ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগে সংগঠন দুটাৰ সদস্যসকলে হাতে হাতে প্লে কাৰ্ড লৈ চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিয়া পৰিলক্ষিত হয়।

আছুৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই কয়, “আমি এই অঞ্চলত টোলগেট স্থাপনৰ বিৰোধিতা কৰো কিয়নো এই পথেৰে ধেমাজি আৰু লখিমপুৰ জিলাৰ বিভিন্ন অঞ্চলৰ ৰোগীসকল ডিব্ৰুগড়লৈ চিকিৎসাৰ বাবে আহে”।

টোলগেট নিৰ্মাণকাৰ্যৰ ২০ শতাংশ কাম সম্পূৰ্ণ হোৱা বুলি উল্লেখ কৰি আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য উদ্দীপ জ্যোতি গগৈয়ে কয়, “চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ নহওতেই অবৈধভাৱে টোলগেট নিৰ্মাণ কৰিছে”।

Recent News

প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে খালী কৰিলে চৰকাৰী বাসগৃহ

প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে খালী কৰিলে চৰকাৰী বাসগৃহ

গুৱাহাটীত ভগৱান ভেংকটেশ্বৰ মন্দিৰৰ বাবে ভূমি অনুমোদন হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটীত ভগৱান ভেংকটেশ্বৰ মন্দিৰৰ বাবে ভূমি অনুমোদন হিমন্ত বিশ্ব শৰ্মাৰ

প্ৰজ্জ্বল ৰেভান্নাক ধৰ্ষণৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ড, ১১ লাখ টকাৰ জৰিমনা

প্ৰজ্জ্বল ৰেভান্নাক ধৰ্ষণৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ড, ১১ লাখ টকাৰ জৰিমনা

ব্ৰিটেইনৰ সংসদীয় প্ৰতিবেদন প্ৰত্যাখ্যান কৰিলে ভাৰতে! আন্তঃৰাষ্ট্ৰীয় দমনৰ অভিযোগ অস্বীকাৰ

ব্ৰিটেইনৰ সংসদীয় প্ৰতিবেদন প্ৰত্যাখ্যান কৰিলে ভাৰতে! আন্তঃৰাষ্ট্ৰীয় দমনৰ অভিযোগ অস্বীকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd