• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৃষক বিৰোধী বিধেয়কৰ প্ৰতিলিপি দাহ কৰি শিৱসাগৰত আছুৰ প্ৰতিবাদী কাৰ্যসূচী

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , September 25, 2020 4:47 pm

1 min read

aasu
159
VIEWS
Share on FacebookShare on Twitter

কৃষক বিৰোধী বিধেয়কৰ বিৰুদ্ধে শিৱসাগৰত আছুৱে আজি  প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত শিৱসাগৰ আঞ্চলিক ছাত্ৰই নগৰৰ মুক্তি নাথ চাৰিআলিত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

কৃষকৰ উৎপাদন, বাণিজ্য আৰু ব্যৱসায় ২০২০,  কৃষকৰ মূল্য নিশ্চিতকৰণ আৰু কৃষি সেৱা বিধেয়ক ২০২০ আৰু অত্যাৱশ্যকীয় সেৱা সামগ্ৰীৰ সংশোধনী বিধেয়ক ২০২০ ৰ প্ৰতিলিপি দাহ কৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

আছুৰ কেন্দ্ৰীয়  সাংগঠনিক সম্পাদক শৰৎ হাজৰিকাই নৰেন্দ্ৰ মোডী নেতৃত্বধীন বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কয়, ‘বিজেপি চৰকাৰে কৃষকৰ ওপৰত তথা জনসাধাৰণৰ ওপৰত বলপূৰ্বক ভাৱে এই কৃষি আৰু অত্যাৱশ্যকীয় সামগ্ৰী সংশোধনী আইন জাপি দিব বিচাৰিছে।

চৰকাৰৰ এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে ইয়াৰ প্ৰতিবাদ স্বৰূপে আজি এই বিধেয়ক তিনিখনৰ প্ৰতিলিপি দাহ কৰা হৈছে ।এই বিধেয়ক অতিশীঘ্ৰে বাতিল কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়  শৰৎ হাজৰিকাই।

Recent News

IMG_20210225_150244

নির্বাচনৰ বাবে বুথ পৰ্য্যায়ৰ বিষয়া আৰু চুপাৰভাইজাৰসকলক বোকাখাত মহকুমা প্রশাসনৰ প্রশিক্ষণ

a cylin

জনতাৰ মূৰত ৰামটাঙোন চৰকাৰৰ! ফেব্ৰুৱাৰী মাহতে তৃতীয়বাৰৰ বাবে বৃদ্ধি ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য

Cement-Syndicate-1024x512

নিৰ্বাচনমুখী অসমত অসাধু চিমেন্ট ‘ছিণ্ডিকেট’য়ে বঢ়ালে চিমেন্টৰ মূল্য

bhaba

বাক্সাৰ নাগ্ৰীজুলিত ড্ৰাগছ উদ্ধাৰকলৈ চাঞ্চল্য ,দুজনক আটক কৰি জে’ললৈ প্ৰেৰণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd