• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাৰ্কশ্বীটকলৈ ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্ত নাভূত-নাশ্ৰুত, ছাত্ৰ-ছাত্ৰীয়ে ন্যায় পাব লাগিব : সমুজ্জ্বল ভট্টাচাৰ্য্য

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 2, 2021 7:07 pm
kjkj
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেট্ৰিক আৰু হায়াৰ চেকেণ্ডেৰীৰ চূড়ান্ত পৰীক্ষাৰ মাৰ্কশ্বীটকলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এইখন মাৰ্কশ্বীট কোনোধৰণৰ চাকৰিৰ আবেদন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰিব নোৱাৰিব বা তাৰ বাবে উপযুক্ত নহ’ব, বৰঞ্চ কেৱল নামভৰ্তিৰ বাবেহে ছাত্ৰ-ছাত্ৰীয়ে এই মাৰ্কশ্বীট ব্যৱহাৰ কৰিব পাৰিব।

ইয়াৰ পাছতে ৰাজ্যৰ বিভিন্ন জাতীয় সংগঠন, ছাত্ৰ সংগঠনে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ এই সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে।

Apply Now

শেহতীয়াকৈ ইয়াক লৈ সৰৱ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা। মাৰ্কশ্বীটক লৈ ৰাজ্য চৰকাৰৰ সিদ্ধান্তক নাশ্ৰুত-নাভূত বুলি উল্লেখ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।

তেওঁ লগতে কয় ‘কমিটিৰ প্ৰতিবেদনৰ ৫ নং দফা কোনোপধ্যেই মানি ল’ব নোৱাৰি। অন্য দফাসমূহ ৰাজ্য চৰকাৰে শীঘ্ৰে কাৰ্য্যকৰী কৰিব লাগে। আমি কৈছো যে ছাত্ৰ-ছাত্ৰীসকলে ন্যায় পাব লাগে। ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত, সুৰক্ষিত স্বাস্থ্য আৰু স্বাৰ্থ সুৰক্ষিত হ’ব লাগিব বুলি পূৰ্বৰে পৰা কৈ আহিছো।‘

চৰকাৰৰ শিক্ষাবিভাগৰ এই সিদ্ধান্ত কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰি সমুজ্জ্বল ভট্টাচাৰ্য্যই এই সিদ্ধান্ত পুনৰ বিবেচনা কৰি প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক আহ্বান জনায়।

‘ছাত্ৰ-ছাত্ৰীৰ জীৱনটোক আগুৱাই নিবলৈ দেখা সপোন ভাঙি যাব আৰু চৰকাৰৰ এই সিদ্ধান্ত ছাত্ৰ-ছাত্ৰীৰ ওপৰত মাধমাৰ। ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি নেখেলিবলৈ ৰাজ্য চৰকাৰক সকীয়াই দিছো— সমুজ্জ্বল ভট্টাচাৰ্য্যই হুংকাৰ দি এইদৰে কয়।

এই সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে বুলি জানিবলৈ দিয়ে ভট্টাচাৰ্য্যই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm
উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

July 6, 2026 7:49 pm
পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

July 6, 2026 7:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd