• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম চুক্তিৰ আধাৰত চিনাক্ত বিদেশীক বহিষ্কাৰৰ দাবী আছুৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 10, 2019 10:04 am
nationalherald_2018-06_49954759-51b6-4e2f-b57e-31db4f44c738_all_parties_in_assam_opposed_to_citizenship_amendment_bill_except_bjp_1-1140x570

আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশ আৰু ভাৰত চৰকাৰৰ মাজত অবৈধ বিদেশী বহিষ্কাৰৰ বাবে দ্বিপাক্ষিক চুক্তি সম্পাদন কৰাৰ দাবী তুলিছে আছুৱে। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত বিদেশী সংক্ৰান্তীয় গোচৰৰ শুনানিত উপস্থিত থকা আছুৰ মুখ্য উপদেষ্টা ড০সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এই দাবী উত্থাপন কৰিছে।

অসম চুক্তিৰ আধাৰত অবৈধ বিদেশীক বহিষ্কাৰ কৰাৰ দাবী দোহাৰি ড০ ভট্টাচাৰ্যই কয়,’’অসম চুক্তিৰ আধাৰত চিনাক্ত হোৱা অবৈধ বিদেশীক বহিষ্কাৰ কৰক। ভাৰত আৰু বাংলাদেশ চৰকাৰৰ মাজত উচ্চস্তৰৰ কূটনৈতিক আলোচনা অনুষ্ঠিত কৰক। অবৈধ বাংলাদেশী বহিষ্কাৰৰ বাবে শীঘ্ৰেই দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক চুক্তি সম্পাদনৰ বাবে খৰতকীয়া ব্যৱস্থা গ্ৰহণ কৰক।‘’

Apply Now

ভট্টাচাৰ্যই কয়,’’ অসম চুক্তি অনুসৰি ১৯৭১ চনৰ আগেয়ে অহা হিন্দু-মুছলমান সকলো নাগৰিকে অসমত থাকিব পাৰিব। ৭১’ৰ পাছত অহা হিন্দু-মুছলমান সকলো অবৈধ বাংলাদেশী নাগৰিকৰ বহিষ্কাৰ হ’ব লাগিব।‘’

তেওঁ লগতে কয় যে চুক্তি অনুসৰি চিনাক্ত হোৱাৰ পাছত হেৰাই যোৱা বিদেশীক ৰাজ্য চৰকাৰে কৰায়ত্ত কৰক আৰু উভয় চৰকাৰে বহিষ্কাৰৰ ব্যৱস্থা গ্ৰহণ কৰক। চুক্তি অনুসৰি বিদেশী চিনাক্ত হৈ ডিটেনশ্যন কেম্পত থকা অবৈধ বিদেশীক বহিষ্কাৰৰ বাবে উভয় চৰকাৰে ব্যৱস্থা লওক।

আনহাতে, ডিটেনশ্যন কেম্পত থকা অবৈধ বাংলাদেশীক চৰ্তসাপেক্ষে মুকলি কৰি দিলে ই ভুল ইংগিত বহন কৰিব বুলি উল্লেখ কৰি ভট্টাচাৰ্যই কয় যে ই অবৈধ অনুপ্ৰৱেশক উদ্গনি যোগাব।

অসম চুক্তি মৰ্মে সকলো অবৈধ বাংলাদেশী নাগৰিকক বহিষ্কাৰৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰৰ প্ৰতি আছুৰ উপদেষ্টাগৰাকীয়ে আহ্বান জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd