• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীক অধিক সেউজীয়া কৰি তোলাৰ লক্ষ্য গুৱাহাটী ছাত্ৰ সন্থাৰ; চান্দমাৰীত বিশ্ব পৰিবেশ দিৱস পালন

দীপজ্যেতি শৰ্মা দীপজ্যোতি শৰ্মা
গুৱাহাটী , June 5, 2020 1:58 pm

1 min read

গুৱাহাটীক অধিক সেউজীয়া কৰি তোলাৰ লক্ষ্য গুৱাহাটী ছাত্ৰ সন্থাৰ; চান্দমাৰীত বিশ্ব পৰিবেশ দিৱস পালন

আছুৰ বিশ্ব পৰিবেশ দিৱস পালন

2.2k
VIEWS
Share on FacebookShare on Twitter

‘‘সমগ্ৰ গুৱাহাটীত বৃক্ষ ৰোপনৰ লক্ষ্য লৈছে সদৌ গুৱাহাটীৰ ছাত্ৰ সন্থাই। গ্ৰীণ গুৱাহাটীৰ পৰিকল্পনা কৰা হৈছে,’’ চান্দমাৰী অভিযান্ত্ৰিক খেল পথাৰত অনুষ্ঠিত বিশ্ব পৰিবেশ দিৱসত আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সীমান্ত ঠাকুৰীয়াই এইদৰে মন্তব্য কৰে।

‘‘ৰাজ্য সকলো বিদ্যালয়-মহাবিদ্যালয়কে ধৰি শিক্ষানুষ্ঠানসমূহত ফল- মূলৰ গছ পুলি ৰোপন কৰাৰ কথা চিন্তা কৰা হৈছে। প্ৰতিজন ছাত্ৰ-ছাত্ৰীক নিজ ঘৰত একোজোপা গছ পুলি ৰোপন কৰাৰ বাবে আহ্বান জনাইছো,’’ ঠাকুৰীয়াই লগতে কয়।

আজি বিশ্ব পৰিবেশ দিৱসৰ অংশস্বৰূপে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য সকলে চান্দমাৰীৰ অসম অভিযান্ত্ৰিক খেলপথাৰত বিশ্ব পৰিবেশ দিৱস পালন কৰে।

বিশ্ব পৰিবেশ দিৱসত সদৌ গুৱাহাটীৰ ছাত্ৰ সন্থাৰ উদ্যোগত মহানগৰীৰ বিভিন্ন স্থানত গছ পুলি ৰোপন কৰা হয়।

গছপুলি ৰোপন কাৰ্যসূচীত উপস্থিত থাকে আছুৰ কেন্দ্ৰীয় কাৰ্যনির্বাহক সদস্য  সীমান্ত ঠাকুৰীয়াৰ লগতে তপন কলিতাকে ধৰি সদৌ গুৱাহাটীৰ ছাত্ৰ সন্থাৰ বিষয়-ববীয়া সকল।

ক’ৰ’নাৰ সংকটৰ সময়ত সামাজিক দূৰত্ব মানি চলি আছু সদস্য সকলে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰকৃতি সুৰক্ষাৰ বিভিন্ন বাণী ৰাইজলৈ প্ৰেৰণ কৰে।

Recent News

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ, আছু গোটৰ তীব্ৰ প্ৰতিবাদ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ, আছু গোটৰ তীব্ৰ প্ৰতিবাদ

ajit

টীয়কত চুতীয়া জাতি সন্মিলনৰ মাঘী উৎসৱ উদযাপন

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

CBSC-Exam-750x375

২ ফেব্ৰুৱাৰিত প্ৰকাশ পাব চিবিএছচিৰ দশম-দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সূচী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd