• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৰকাৰৰ দমনমূলক নীতিৰ প্ৰতিফলন; অখিল গগৈৰ মুক্তিৰ দাবী ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 11, 2021 8:51 pm
Samujjal-Bhattacharya

ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্য। ফাইল ফটো।

398
VIEWS
Share on FacebookShare on Twitter

কাৰাৰুদ্ধ কৃষক নেতা তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক শীঘ্ৰে মুক্তি দিয়াৰ দাবী জনাইছে আছু নেতা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই।

বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত অখিল গগৈৰ জামিন আবেদন নাকচ হোৱাৰ পাছত ছচিয়েল মিডিয়াত এইদৰে দাবী জনাইছে আছু নেতাগৰাকীয়ে।

ড০ ভট্টাচাৰ্যই টুইটাৰত এই সন্দৰ্ভত মন্তব্য কৰি কয় যে অখিল গগৈৰ জামিন আবেদন পুনৰ নাকচ হ’ল। ই ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ দমনমূলক নীতিৰ প্ৰতিফলন। দীৰ্ঘদিন ধৰি কাৰাৰুদ্ধ হৈ থকা অখিল গগৈক শীঘ্ৰে মুক্তি দিয়াৰ দাবী জনালোঁ।”

অখিল গগৈৰ জামিন আবেদন পুনৰবাৰ নাকচ হ'ল। ই @mygovindia আৰু @mygovassam ৰ দমনমূলক নীতিৰ প্ৰতিফলন।

দীৰ্ঘদিন ধৰি কাৰাৰুদ্ধ হৈ থকা অখিল গগৈক শীঘ্ৰে মুক্তি দিয়াৰ দাবী জনালোঁ।

— Dr. Samujjal Bhattacharjya (@SamujjalBhatta) February 11, 2021

স্বাভাৱকিতে আছু নেতাগৰাকীৰ এই দাবীয়ে অসমৰ আঞ্চলিক জাতীয়তাবাদী শক্তিসমূহক একত্ৰিত ৰূপত চাব বিচৰা জনসাধাৰণক উৎসাহিত কৰিব।

চৰকাৰে এটাৰ পাছত আন এটা গোচৰ জাপি দি অখিল গগৈক কাৰাৰুদ্ধ কৰি ৰখাৰ যি ষড়যন্ত্ৰ কৰাৰ অভিযোগ উঠিছে তাক সকলো জাতীয়তাবাদী-গণতান্ত্ৰিক শক্তিয়ে প্ৰতিবাদ কৰাটো আশাব্যঞ্জক বুলি মন্তব্য কৰিছে বিভিন্নজনে।

Recent News

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd