• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“অগপৰ বলিয়া হাতীটোক লৰচৰ কৰিব নোৱৰাকৈ বান্ধি ৰাখিব লাগিব”, মাৰ্ঘেৰিটাত ক’লে আছুৱে

নিৰ্বাচনত বিজেপিক প্ৰত্যাখ্যান কৰাৰ বাবে অসমৰ ৰাইজক আহ্বান আছুৰ নেতাৰ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
December 29, 2019 6:07 pm
Margherita CAA-protest main
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে প্ৰতাৰক বিজেপি চৰকাৰক অসমৰ ৰাইজে আগন্তুক নিৰ্বাচনত প্ৰত্যাখ্যান কৰিব লাগে বুলি মন্তব্য কৰিছে আছুৰ নেতৃত্বই।

আজি আছুৰ উদ্যোগত মাৰ্ঘেৰিটা টাউন হাইস্কুল খেলপথাৰত CAA-বিৰোধী প্ৰতিবাদ কৰিবলৈ ‘মাৰ্ঘেৰিটা গৰ্জন’ কাৰ্য্যসূচী অনুষ্ঠিত হয়।

Apply Now

কাৰ্য্যসূচীৰ আৰম্ভণিতে বিতৰ্কিত আইনখনৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ গৈ অসমৰ বিভিন্ন ঠাইত চহিদ হোৱা ৫জন চহিদক শ্ৰদ্ধাঞ্জলি জনায় উপস্থিত আছু নেতা আৰু ৰাইজে।

প্ৰতিবাদী কাৰ্য্যসূচীটোত মূৰত গামোচা লৈ হাজাৰ হাজাৰ মহিলাই অংশগ্ৰহণ কৰে।

প্ৰতিবাদকাৰীয়ে নেগেৰা নাম, দিহা নাম, গায়ন-বায়নৰ উপৰি প্ৰতিবাদী গীত-মাতক ব্যৱহাৰ কৰে প্ৰতিবাদ সাব্যস্তৰ উপায় হিচাপে । বহুকেইজন শিল্পীয়েও ভাগ লয় কাৰ্য্যসূচীটোত।

জাতিধ্বংসী হিচাপে ৰাইজে চিহ্নিত কৰা আইনখনক সমৰ্থন জনোৱা বিজেপিৰ মিত্ৰ অগপকো কটাক্ষ কৰে কাৰ্য্যসূচীটোত উপস্থিত থকা আছুৰ নেতৃত্বই।

Margherita CAA-protest
মাৰ্ঘেৰিটাত CAA বিৰোধী প্ৰতিবাদত হাজাৰ হাজাৰ মহিলাৰ অংশগ্ৰহণ।

সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক উদ্দীপজ্যোতি গগৈয়ে কয়, “বৰ্তমান পগলা হাতীৰ ৰূপ লোৱা অগপৰ বলিয়া হাতীটোক লৰচৰ কৰিব নোৱৰাকৈ বান্ধি ৰাখিবৰ লাগিব”।

কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্যজনে আছুৰ নতুন ৰাজনৈতিক দল গঠন সম্পৰ্কে বিভিন্ন পৰ্য্যায়ত আলোচনা চলি আছে বুলিও মন্তব্য কৰে।

তেওঁ আৰ এছ এছ আৰু দিল্লীৰ পদলেহনকাৰী বিজেপি নেতা-কৰ্মীসকলক ৰাইজৰ পক্ষত থিয় হৈ খিলঞ্জীয়াৰ পৰিচয় দাঙি ধৰিবলৈ আহ্বান জনায়।

মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি চিন্তু গগৈ আৰু ভাৰপ্ৰাপ্ত সম্পাদক ৰুপম বৰুৱাই নেতৃত্ব লোৱা মাৰ্ঘেৰিটা গৰ্জন শীৰ্ষক এই প্ৰতিবাদী কাৰ্য্যসূচীটোত আঞ্চলিকতাবাদী নেতা দেৱজিৎ বৰুৱাও উপস্থিত থাকে।

মাৰ্ঘেৰিটাৰ শিল্পী সমাজ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, ভোজপুৰী পৰিষদ আদি বিভিন্ন জাতীয়, জনগোষ্ঠীয় দল-সংগঠনেও সহযোগ আগ বঢ়ায় এই প্ৰতিবাদী কাৰ্য্যসূচীলৈ।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd