DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধীতাৰে বিশ্বনাথত আছুৰ চহিদ দিৱস

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
December 10, 2018 9:38 pm
AASU
229
VIEWS
Share on FacebookShare on Twitter

অসম আন্দোলনৰ ৮৫৫ গৰাকী চহিদক স্মৰণ কৰি আজি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথটো সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত চহিদ দিৱস পালন কৰা হয়। জিলাখনৰ বিশ্বনাথ ঘাটৰ মটক গাঁও বৰনামঘৰ প্ৰাঙ্গণত অনুস্থিত অনুষ্ঠানত আছুৰ সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকতকিকে ধৰি বিশ্বনাথৰ বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

এই উপলক্ষে পুৱা পতাকা উত্তোলন আৰু চহিদ তৰ্পনৰ পিছতে পৰৱৰ্তী সময়ত বিশ্বনাথ ঘাট শাখা ছাত্ৰ সন্থাৰ অধিবেশন অনুষ্ঠিত হয়। অধিবেশনৰ অন্তত মটক গাঁও বৰনামঘৰ প্ৰাঙ্গণত বিশ্বনাথ জিলাৰ আছুৰ উপদেষ্টা ৰুপম দাসৰ সভাপতিত্বত এখন মুকলি সভা অনুষ্ঠিত হয়।

চহিদ সকলক স্মৰণ কৰাৰ বাবে অনুষ্ঠিত হোৱা উক্ত সভাত নাগৰিকত্ব সংশোধনী আইনৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভুমিকাৰ বাবে চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে আছুৰ সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকতকিয়ে বিধেয়কখন বাতিলৰ দাবী তোলে।

লক্ষণীয়ভাৱে নেতা গৰাকীয়ে ৭০ টা জাতীয় সংগঠনৰ লগত এককভাৱে নাথাকিলেও চৰকাৰক বিধেয়ক বাতিল কৰাৰ বাবে দাবী জনোৱাৰ ক্ষেত্ৰত আছু নিজৰ নিতী আদৰ্শত সদায় অটল থকা বুলি মন্তব্য কৰে।

সদৌ অসম ছাত্ৰ সন্থাৰ বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বিশ্বনাথ ঘাট শাখা ছাত্ৰ সন্থাৰ সহযোগত অনুষ্ঠিত অনুষ্ঠানৰ অন্তত মটক গাওঁ বৰনামঘৰ প্ৰাঙ্গণত ৮৫৫ গজ বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটো সামৰা হয়।

Recent News

Maharashtra political crisis: আৰু জটিল হৈ পৰিছে মহাৰাষ্ট্ৰৰ সংকট; উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ সিন্দে শিৱিৰ, আজি শুনানি

Maharashtra political crisis: আৰু জটিল হৈ পৰিছে মহাৰাষ্ট্ৰৰ সংকট; উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ সিন্দে শিৱিৰ, আজি শুনানি

Assam Career- Lakhimpur DC

Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd