DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আছুৱে দিছে হাত উজান : শুৱালকুছিত ব্ৰহ্মপুত্ৰৰ বালিচৰত কঠোৰ শাৰীৰিক অনুশীলনত ব্যস্ত ২০০ যুৱক-যুৱতী

মৃদুল প্ৰীতম ডেকা by মৃদুল প্ৰীতম ডেকা
August 10, 2021 3:50 pm
kka
230
VIEWS
Share on FacebookShare on Twitter

শুৱালকুছিৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ সেউজ বালিচৰত আজিৰে পৰা কঠোৰ শাৰীৰিক অনুশীলনত ব্যস্ত হৈছে ২০০ যুৱক- যুৱতী।

শুৱালকুছিত আছুৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে আৰক্ষী ভাৰতীয় সেনাৰ নিযুক্তিৰ শাৰীৰিক অনুশীলন শিবিৰ।

কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ ৰয়ে এই শিবিৰত নিযুক্তি দিছে দুগৰাকী CRPF জোৱান।

দুই CRPF জোৱানে শাৰীৰিক অনুশীলনৰ নেতৃত্ব দিব ।

নতুন চৰকাৰ খনে দায়িত্ব লোৱাৰ পাছতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীত আৰু কেইবাটাও বেটেলিয়ান কেম্প সৃষ্টিৰে বৃহৎ নিযুক্তি ব্যৱস্থা কৰা  হব বুলি ঘোষণা কৰিছে।

তাৰ পাছতে শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাই যুৱক-যুৱতীসকল শাৰীৰিক প্ৰশিক্ষণ প্ৰদানৰ অভিনৱ কাৰ্যসূচী হাতত লৈছে।

শুৱালকুছি আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ আগ্ৰহী যুৱক- যুৱতীয়ে যাতে অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষাত যাতে উত্তীৰ্ণ হব পাৰে তাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰিছে আছুৱে।

আজিৰে পৰা ১৫ দিন ধৰি চলিব এই শাৰীৰিক অনুশীলন শিবিৰ। আজিৰ এই অনুষ্ঠান শুভাৰম্ভ কৰা হয়।

অনুষ্ঠানত উপস্থিত থাকে কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, আছুৰ উপদেষ্টা প্ৰকাশ দাসকে ধৰি বহু লোক। আশা কৰা হৈছে এই শিবিৰৰ জৰিয়তে উপকৃত হব যুৱক- যুৱতী।

Recent News

Maharashtra Political Crisis

আস্থাভোট স্থগিত ৰাখিলে ৰাজ্যপালে: মহাৰাষ্ট্ৰৰ শাসনলৈ পুনৰ উভতাৰ পথত দেৱেন্দ্ৰ ফাড়নবিছ

Vice presidential election India

নিৰ্বাচন আয়োগে ঘোষণা কৰিলে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন: ৬ আগষ্টত হ’ব ভোটগ্ৰহণ, একেদিনাই হ’ব ভোটগণনা

Swara Bhasker

অভিনেত্ৰী স্বাৰা ভাস্কৰলৈ মৃত্যুৰ ভাবুকি: সাভাৰকাৰক অপমান নকৰিবলৈ সকীয়নি

Bumrah selected as test captain

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টৰ পৰা বাহিৰ ৰোহিত শৰ্মা: বুমৰাহৰ কান্ধত অধিনায়কৰ দায়িত্ব

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd