• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বাস্থ্য বিভাগৰ বিৰুদ্ধে যোৰহাটত আছুৰ প্ৰতিবাদ

স্মিতা ভট্টাচাৰ্য্য by স্মিতা ভট্টাচাৰ্য্য
August 8, 2020 8:14 am
IMG-20200807-WA0093-750x375

ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয় চৌহদৰ সন্মুখত শুকুৰবাৰে আছুৱে স্বাস্থ্য বিভাগৰ বিৰুদ্ধে এক প্ৰতিবাদ সাৱ্যস্ত কৰে।

স্বাস্থ্য বিভাগে কোভিড-১৯ আৰু আন সংকটজনক অৱস্থাৰ ৰোগীয়ে তাৎক্ষণিক গুৰুত্ব তথা চিকিৎসকৰ চিকিৎসা লাভ কৰাৰ ক্ষেত্ৰত মেডিকেল প্ৰট’কল ৰূপায়ন নকৰাৰ বাবে আছুৱে এইদৰে প্ৰতিবাদ সাৱ্যস্ত কৰে।

Apply Now

জিলাখনৰ আছুৰ পাঁচখন আঞ্চলিকে প্লেকাৰ্ড হাতত লৈ  ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগৰ বিৰুদ্ধে শ্ল’গান দিয়ে।

প্ৰতিবাদকাৰীসকলে পাছত উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

যোৰহাট জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক বিজয় শংকৰ বৰদলৈয়ে কয় যে যদিও চিকিৎসকসকলে ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সেৱা আগবঢ়াইছে, কোভিড-১৯ৰ পৰীক্ষাৰ ফলাফল অপেক্ষা কৰাৰ ব্যৱস্থাটো বিশেষকৈ সংকটজনক ৰোগীৰ ক্ষেত্ৰত আঁতৰ কৰা উচিত।

অলপতে এনেদৰে মৃত্যু হোৱা ৰোগী সমীৰ ফুকন, মেঘনাদ মহিলি আৰু অচিন্ত্য বৈশ্যৰ প্ৰসংগ দাঙি ধৰি বৰদলৈয়ে কয় যে হাৰ্টৰ অসুখ, ষ্ট্ৰ’ক, অগ্নিদগ্ধ আদি এনেধৰণ ৰোগীৰ চিকিৎসা তাৎক্ষণিক আৰু জৰুৰীকালীনভাৱে হোৱা উচিত।

এনেধৰণৰ ৰোগীৰ প্ৰয়োজনীয় চিকিৎসাৰ বাবে সুকীয়া আইছ্যলেশ্যন ৱাৰ্ড তথা আইচিয়ুৰো লগতে দাবী কৰে আছুৱে।

তেওঁলোকে চৰকাৰী বা ব্যক্তিগত সকলো হাস্পাতলতে ৰেপিড এন্টিজেন টেষ্ট কৰাৰ বাবে দাবী জনায়।

ইয়াৰ পূৰ্বে যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ নেতৃত্বত কংগ্ৰেছে জেএমচিএইচৰ সন্মুখত একেধৰণে প্ৰতিবাদ সাৱ্যস্ত কৰিছিল।

জেএমচিএইচৰ চিকিৎসা ব্যৱস্থাৰ বিৰুদ্ধে এইটো আছিল দ্বিতীয়টো প্ৰতিবাদী কাৰ্যসূচী। প্ৰথমটো যোৱা ৩ আগষ্টত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ স্বাস্থ্য বিভাগৰ প্ৰতিকৃতি জ্বলাই মিথপুখুৰী অঞ্চলত প্ৰতিবাদ সাৱ্যস্ত কৰিছিল।

স্মিতা ভট্টাচাৰ্য্য

স্মিতা ভট্টাচাৰ্য্য

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বান মুক্ত অসমৰ বাবে ১৮,০০০ কোটি টকাৰ প্ৰতিশ্ৰুতি অসম চৰকাৰৰ

বান মুক্ত অসমৰ বাবে ১৮,০০০ কোটি টকাৰ প্ৰতিশ্ৰুতি অসম চৰকাৰৰ

August 12, 2026 6:08 pm
বানত প্ৰতিবন্ধী লোকৰ সুৰক্ষা আৰু সাহায্যক লৈ IIRDDA-ৰ উদ্বেগ, তথ্য ৰাজহুৱা কৰাৰ দাবী

বানত প্ৰতিবন্ধী লোকৰ সুৰক্ষা আৰু সাহায্যক লৈ IIRDDA-ৰ উদ্বেগ, তথ্য ৰাজহুৱা কৰাৰ দাবী

August 12, 2026 6:01 pm
বিৰোধীৰ তীব্ৰ আপত্তিৰ অন্তত বিতৰ্কিত এফ চি আৰ এ বিধেয়ক যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কেন্দ্ৰৰ

বিৰোধীৰ তীব্ৰ আপত্তিৰ অন্তত বিতৰ্কিত এফ চি আৰ এ বিধেয়ক যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কেন্দ্ৰৰ

August 12, 2026 5:07 pm
অসম-অৰুণাচল সীমান্তৰ সংঘাত : ভাতৃ হিচাপে আলোচনাৰে সমস্যা সমাধানৰ আহ্বান টি এম পি কেৰ

অসম-অৰুণাচল সীমান্তৰ সংঘাত : ভাতৃ হিচাপে আলোচনাৰে সমস্যা সমাধানৰ আহ্বান টি এম পি কেৰ

August 12, 2026 4:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বান মুক্ত অসমৰ বাবে ১৮,০০০ কোটি টকাৰ প্ৰতিশ্ৰুতি অসম চৰকাৰৰ

বান মুক্ত অসমৰ বাবে ১৮,০০০ কোটি টকাৰ প্ৰতিশ্ৰুতি অসম চৰকাৰৰ

August 12, 2026 6:08 pm
বানত প্ৰতিবন্ধী লোকৰ সুৰক্ষা আৰু সাহায্যক লৈ IIRDDA-ৰ উদ্বেগ, তথ্য ৰাজহুৱা কৰাৰ দাবী

বানত প্ৰতিবন্ধী লোকৰ সুৰক্ষা আৰু সাহায্যক লৈ IIRDDA-ৰ উদ্বেগ, তথ্য ৰাজহুৱা কৰাৰ দাবী

August 12, 2026 6:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd