• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

নিজ সমষ্টিতে বিজেপি বিধায়ক মৃনাল শইকীয়াক ক’লা পতাকা প্ৰদৰ্শন

NE NOW NEWS এন ই নাও নিউজ
গোলাঘাট , January 23, 2020 7:54 pm

1 min read

নিজ সমষ্টিতে বিজেপি বিধায়ক মৃনাল শইকীয়াক ক’লা পতাকা প্ৰদৰ্শন
565
VIEWS
Share on FacebookShare on Twitter

পিছে বিধায়কগৰাকী গাড়ীত উঠিবলৈ লওঁতেই সন্মুখিন হয় ক’লা পতাকাৰ। পিছত ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ মাজতে অকলেই গাড়ী চলাই সেই স্থান ত্যাগ কৰে বিধায়কগৰাকীয়ে।

‘কা’ বিৰোধী প্ৰতিবাদ অৱহ্যত থকা সময়তে সততে বিভিন্ন মন্তব্য কৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি অহা খুমটাই সমষ্টিৰ বিধায়ক মৃনাল  শইকীয়া আজি নিজৰ সমষ্টিতে ক’লা পতাকাৰ সন্মুখীন হ’বলগীয়া হয়।

আজি খুমটাই সমষ্টিৰ এক অনুষ্ঠানত অংশ ল’বলৈ আহি থকা অৱস্থাত শইকীয়াক দেৰগাঁও আঞ্চলিক ছাত্র সন্থাৰ বিষয়ববীয়াই কলা পতাকা প্ৰদৰ্শন কৰে।

আছুৰ কৰ্মীসকলে ‘আমি কা নামানো, মৃনাল শইকীয়া গ’ বেক, মৃনাল শইকীয়া দাদাগিৰি নচলিব, আছু জিন্দাবাদ আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।

খুমটাইৰ দুলীয়া গাৱৰ বৰ-নামঘৰৰ ত্ৰি-শতবৰ্ষৰ উদযাপন অনুস্থানলৈ বিশিষ্ট অতিথি হিচাপে  গৈছিল বিধায়ক গৰাকী।

Recent News

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

Legendary classical musician Ustad Ghulam Mustafa Khan dies at 89

ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কিংবদন্তি শিল্পী ওস্তাদ গুলাম মুস্তাফা খান আৰু নাই

a modi

মাৰ্ঘেৰিটাত ৩ শতাধিক সমৰ্থকসহ জ্যেষ্ঠ কংগ্ৰেছ নেতা হৰিনন্দ গড়ৰ AJP দলত যোগদান

index.jpgn

কাজিৰঙাত আৰণ্যক আৰু ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত গাঁওৰক্ষী বাহিনীৰ মাজত সজাগতাৰ অভিযান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd