• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গহপুৰত নদী বান্ধৰ সামগ্ৰী কঢ়িওৱা বাহন আৱদ্ধ কৰি ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ; ছাত্ৰ নেতা-কৰ্মী গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 6, 2020 7:48 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত চলি থকা ক’ৰ’নাৰ সংক্ৰমণৰ সুযোগ গ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত এন এইচ পি চিয়ে গোগামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ বিভিন্ন সামগ্ৰীৰ পৰিবহন অব্যাহত ৰাখিছে।

আজি গহপুৰ ছাত্ৰ সন্থাই সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক প্ৰজ্ঞান ভূঞাৰ নেতৃত্বত গহপুৰত জলবিদ্যুৎ প্ৰকল্পলৈ সামগ্ৰী কঢ়িওৱা বাহন আৱদ্ধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

Apply Now

গহপুৰ ছাত্ৰ সন্থাৰ প্ৰতিবাদকাৰী সদস্য সকলে বৃহৎ নদী বান্ধ নিৰ্মাণ বন্ধ কৰক, অসম চৰকাৰ হায় হায়, এন এইচ পি চি মুৰ্দাবাদ ধ্বনিৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

ঘটনাস্থলী আৰক্ষীৰ বাহিনী উপস্থিত হৈ প্ৰজ্ঞান ভূঞাকে ধৰি গহপুৰ আঞ্চলিক ছান্ত্ৰ সন্থাৰ সভাপতি দিব্যজ্যোতি ভূঞা, সম্পাদক প্ৰণৱ বৰা, জিলা সাংস্কৃতিক সম্পাদক প্ৰাঞ্জল হাজৰিকা, ছয়দুৱাৰ আছুৰ উপদেষ্টা আৰোপ জ্যোতি ভুঞা আৰু ভালেকেইগৰাকী ছাত্ৰ সদস্যক গ্ৰেপ্তাৰ কৰে যদিও পৰৱৰ্তী সময়ত মুকলি কৰি দিয়ে।

ছাত্ৰ কৰ্মীসকলে বহু সময় ধৰি আৱদ্ধ কৰি ৰখা সামগ্ৰী কঢ়িওৱা বাহন কেইখন প্ৰতিবাদকাৰী সকলৰ প্ৰতিবাদৰ ওচৰত সেও মানি উভতি যাবলৈ বাধ্য হয়।

আনহাতে, ক’ৰ’নাৰ সংক্ৰমণৰ সুযোগ গ্ৰহণ কৰি অসম চৰকাৰ আৰু এন এইচ পি চিয়ে গোপনে আৰু পৰিকল্পিতভাৱে নামনি সোৱণশিৰি প্ৰকল্পৰ কাম আগবঢ়াই নিয়া কাৰ্য্যক গৰিহণা দিয়ে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সদস্য গোপাল দাসে।

গোগামুখত এসপ্তাহ ধৰি সম্পূৰ্ণ ল’কডাউন চলি থকাৰ সময়তো চৰকাৰে নদী বান্ধ প্ৰকল্পৰ সামগ্ৰীৰ যোগান অব্যাহত ৰখা কাৰ্য্য জনস্বাৰ্থ বিৰোধী বুলি গোপাল দাসে কোৱাৰ লগতে বানপানীত ককবকাই থকা অঞ্চলটোৰ ৰাইজৰ খবৰ লবলৈ আহৰি নোহোৱা চৰকাৰে নদী বান্ধ নিৰ্মাণৰ কাম চলায় থকা কাৰ্য্যই এইখন চৰকাৰৰ স্বৰূপ উদঙাই দিছে বুলি কয়।

গোগামুখৰ নিৰ্মাণ কাৰ্য্য বন্ধ নকৰিলে চৰকাৰ আৰু এন এইচ পি চিয়ে আৰু অধিক প্ৰতিবাদৰ সন্মুখিন হ’বলগীয়া হ’ব বুলিও তেওঁ লগতে কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd