DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, October 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিভাজনকামী শক্তিৰ বিৰুদ্ধে খিলঞ্জীয়া জনগোষ্ঠীসমূহ ঐক্যবদ্ধ হোৱাত গুৰুত্ব আছুৰ

প্ৰফুল্ল কামান by প্ৰফুল্ল কামান
October 25, 2019 10:28 am
4-21-1140x570

জোনাইত সাংবাদিকৰ আগত বক্তব্য ৰাখিছে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই। ফটো : নৰ্থইষ্ট নাও

5.8k
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম ছাত্ৰ সন্থা(আছু)ৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে বিভাজন আনিবলৈ প্ৰচেষ্টা চলাই থকা বিভাজনকামী শক্তিসমূহৰ বিৰুদ্ধে খিলঞ্জীয়া অসমীয়া জনগোষ্ঠীসমূহ ঐক্যবদ্ধ হোৱাৰ এয়া উপযুক্ত সময়।

বৃহস্পতিবাৰে ধেমাজিত আছুৰ সাধাৰণ সভাত উপস্থিত থকা ভট্টাচাৰ্যই কয়,’’কিছুমান শক্তিয়ে অসমীয়া জাতিৰ মাজত ভাষা, সংস্কৃতি তথা ধৰ্মীয় পৰিচয়ৰ ভিত্তিত বিভাজন আনিবলৈ প্ৰচেষ্টা চলাই আছে।‘’

‘’এইটোৱে খিলঞ্জীয়া অসমীয়া সমাজৰ অস্তিত্বৰ প্ৰতি ভাবুকি আনিছে,’’-তেওঁ কয়।

আছুৰ সাধাৰণ সভাখন ধেমাজিৰ জোনাইত অনুষ্ঠিত হৈছিল আৰু ছাত্ৰ সংগঠনটোৰ শীৰ্ষ নেতা তথা কৰ্মীসকল উপস্থিত আছিল।

আছুৰ উপদেষ্টাগৰাকীয়ে ‘বিভাজনকামী শক্তিসমূহক’ অসমীয়া সমাজৰ মাজত সংঘাত সৃষ্টি নকৰিবলৈ সকীয়াই দিয়ে।

‘’সমাজখনত সংঘাত সৃষ্টি কৰিবলৈ চেষ্টা চলাই থকা শক্তিসমূহে জনা উচিত যে অসমীয়া জাতিয়ে তেওঁলোকৰ বিৰুদ্ধে যুঁজ দিবলৈ ঐক্যবদ্ধ হৈছে,’’-ভট্টাচাৰ্যই লগতে কয়।

আছুৰ উপদেষ্টাগৰাকীয়ে সকলোকে তেওঁলোকৰ নিজৰ সামূহিক স্বাৰ্থ সুৰক্ষিত কৰিবলৈ এক উমৈহতীয়া স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

‘’আমাৰ ৰাজ্যখনত সাম্প্ৰদায়িকতাৰ কোনো স্থান নাই। আমি জনগোষ্ঠীয় ভিন্নতাৰ দোহাই দি খিলঞ্জীয়া লোকসকলৰ মাজত বিভাজন আনিবলৈ সাম্প্ৰদায়িক শক্তিসমূহক কেতিয়াও অনুমতি নিদিও,’’-দোহাৰে।

Recent News

মোডীৰ মুখামুখি হ’ব নে উত্তৰ প্ৰদেশৰ আন আসনৰ পৰা যুঁজ দিব প্ৰিয়ংকাই? চৰ্চাত নতুন খৱৰ!

মোডীৰ মুখামুখি হ’ব নে উত্তৰ প্ৰদেশৰ আন আসনৰ পৰা যুঁজ দিব প্ৰিয়ংকাই? চৰ্চাত নতুন খৱৰ!

সন্ত্ৰাস দমনত বৃহৎ সফলতা! ৰাজধানীৰ পৰা গ্ৰেপ্তাৰ ‘মোষ্ট ৱাণ্টেড’ আইছিছ সন্ত্ৰাসবাদী

সন্ত্ৰাস দমনত বৃহৎ সফলতা! ৰাজধানীৰ পৰা গ্ৰেপ্তাৰ ‘মোষ্ট ৱাণ্টেড’ আইছিছ সন্ত্ৰাসবাদী

প্ৰায় ৬৫০ গৰাকী নাৰীৰ সৈতে ঘনিষ্ঠতা, লিপ্ত হৈছিল শাৰীৰিক সম্পৰ্কতো; কোন এই ক্ৰিকেটাৰ?

প্ৰায় ৬৫০ গৰাকী নাৰীৰ সৈতে ঘনিষ্ঠতা, লিপ্ত হৈছিল শাৰীৰিক সম্পৰ্কতো; কোন এই ক্ৰিকেটাৰ?

ভণ্ড সাধু নিৰ্মূল অভিযান! সাধুসকলৰ আঙুলিৰ ছাপ সংগ্ৰহ কৰা আৰম্ভ কৰিলে তামিলনাডু আৰক্ষীয়ে

ভণ্ড সাধু নিৰ্মূল অভিযান! সাধুসকলৰ আঙুলিৰ ছাপ সংগ্ৰহ কৰা আৰম্ভ কৰিলে তামিলনাডু আৰক্ষীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd