• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আছু নেতাক ভয়-ভাবুকি প্ৰদৰ্শন কেতিয়াও সহ্য কৰা নহ’ব : সমুজ্জ্বল ভট্টাচাৰ্য

এন ই নাও নিউজ by এন ই নাও নিউজ
May 12, 2019 11:03 am
Samujjal Bhatta

আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্য। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে আপত্তি দাখিল কৰাৰ বাবে নগাঁৱত আছু নেতা-কৰ্মীক ভয় ভাবুকি প্ৰদৰ্শন কৰাৰ ঘটনা পোহৰলৈ অহাৰ পাছত শনিবাৰে পুনৰ  এজন আছু নেতাক আপত্তিৰ আৱেদন উঠাই ল’বলৈ ভাবুকি দিয়া ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, নগাঁও মহকুমা ছাত্ৰ সন্থাৰ উপ-সভাপতি কৌশিক শইকীয়াক শনিবাৰে কানু ডকাইত নামৰ এজন ব্যক্তিয়ে জুৰীয়াস্থিত তেওঁৰ বাসভৱনলৈ গৈ এন আৰ চিত দাখিল কৰা আপত্তিৰ আৱেদন সোমবাৰৰ ভিতৰত উঠাই নল’লে পৰিস্থিতি বিষম হ’ব বুলি ভাবুকি প্ৰদান কৰে।

Apply Now

ইপিনে, সমগ্ৰ বিষয়টো সন্দৰ্ভত কৌশিক শইকীয়াই সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদককৰ লগতে আছুৰ কেন্দ্ৰীয় সমিতিকো বিষয়টো অৱগত কৰে।

উল্লেখযোগ্য যে যোৱা ৯ মে’ৰ দিনৰ প্ৰায় ৯ বজাত সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক কংকনজ্যোতি শৰ্মাক ম’বাইল ফোনযোগে এজন অজ্ঞাত লোকে ভাবুকি দি কুকুৰৰ দৰে চোঁচৰাই নি মাৰপিট কৰাৰ ধমকি দিছিল।

৮৭৬১০৫৩২৫৬ নম্বৰৰ পৰা এজন অচিনাক্ত ব্যক্তিয়ে আছুৰ বিষয়ববীয়াজনৰ ম’বাইল ফোনলৈ ফোন কৰি এন আৰ চিত অভিযোগ দাখিল কৰাৰ বাবে বিভিন্ন অশ্লীল বাক্যবাণেৰে সকীয়নি দিছিল। এই সন্দৰ্ভত ইতিমধ্যে আছুৰ নেতৃত্বই বিষয়টো জিলা আৰক্ষী অধীক্ষকক অৱগত কৰিছে।

আনহাতে, নগাঁৱত আছুৰ নেতা-কৰ্মীলৈ ভাবুকি প্ৰদৰ্শনৰ ঘটনা সন্দৰ্ভত আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইতিমধ্যে বিষয়টো সন্দৰ্ভত নগাঁও আছুৰ আৰু আছুৰ কেন্দ্ৰীয় সমিতিয়ে জিলা আৰক্ষী অধীক্ষকক বিষয়টো অৱগত কৰাৰ লগতে চৰকাৰ আৰু প্ৰশাসনক এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

ড০ ভট্টাচাৰ্যই কয় যে আছু কৰ্মীক এইদৰে ভয়-ভাবুকি প্ৰদানৰ ঘটনা কেতিয়াও সহ্য কৰা নহ’ব। কাকো আইন হাতত তুলি ল’বলৈ দিয়া নহ’ব বুলি সকীয়াই দি আছুৰ নেতাজনে কয় যে অসমত যদি খিলঞ্জীয়াৰ চৰকাৰ চলিছে, তেনেহ’লে এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd