• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১০০ ঘণ্টীয়া অ’ এন জি চি বন্ধৰ আহ্বান আটাছু শিৱসাগৰ জিলা সমিতিৰ

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , September 20, 2019 5:50 pm

2 min read

AATSU protest

আটাছুৰ ১০০ ঘণ্টীয়া অ' এন জি চি বন্ধৰ আহ্বান

4.2k
VIEWS
Share on FacebookShare on Twitter

অসমৰ তৈল ক্ষেত্ৰসমূহ ব্যক্তিগত প্ৰতিষ্ঠানক গটোৱাৰ বিৰোধিতাৰে সদৌ তাই আহোম ছাত্ৰ সন্থা(আটাছু)ৰ শিৱসাগৰ জিলা সমিতিয়ে ২৪ ছেপ্টেম্বৰ ৰাতিপুৱা ৫ বজাৰ পৰা ২৮ ছেপ্টেম্বৰ পুৱা ৯ বজালৈ ১০০ ঘণ্টীয়া অ’ এন জি চি বন্ধৰ আহ্বান জনাইছে।

সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি ধমেন গগৈ, কাৰ্য্যকৰী সভাপতি মৌচম বুঢ়াগোঁহাই আৰু যুটীয়া সম্পাদক মাসন সন্দিকৈ আৰু নিপন বৰুৱাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিবৃতিৰ যোগেৰে ১০০ ঘণ্টীয়া অ’ এন জি চি বন্ধৰ কথা ৰাজহুৱা কৰে।

অ’এনজিচিয়ে ষাঠিৰ দশকৰ পৰাই শিৱসাগৰ, নাজিৰা, গেলেকী, লাকুৱাত খনন কাৰ্য চলাই লাভ অৰ্জন কৰি অহাৰ পাছতো অসম বিৰোধী এটা চক্ৰই লাভজনক গেলেকী, ডিমুৱাল, লাইপলেং আদি তৈল ক্ষেত্ৰসমূহ ব্যক্তিগত কোম্পানীক গটোৱাৰ যি পৰিকল্পনা হাতত লৈছে, সেই পৰিকল্পনা শীঘ্ৰে ত্যাগ কৰাৰ বাবে দাবী জনাই আটাছুৱে।

আনহাতে, অ’এনজিচিৰ অসম সম্পদৰ মুখ্য কাৰ্যালয় নাজিৰাৰ পৰা স্থানান্তৰ কৰি অন্য ঠাইলৈ নিয়া কাৰ্য্যও স্থগিত ৰখিবলৈ  দাবী জনায় সংগঠনটোৱে।

তদুপৰি, আটাছুৱে প্ৰেছ বিবৃতিটোত শিৱসাগৰ জিলাৰ দৰিদ্ৰ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বছৰেকীয়া বিশেষ জলপানিৰ ব্যৱস্থা গ্ৰহণ কৰা আৰু আহোম অধ্যুষিত অঞ্চলৰ শিক্ষিত নিবনুৱাসকলৰ বাবে এককালীন সাহাৰ্য পুঁজিৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰে।

অ’এনজিচিয়ে চিভিলৰ এ আৰ চি কামৰ নিবিদাৰ যি  চৰ্ত আৰোপ কৰিছে তাৰ পৰা শিক্ষিত, থলুৱা  নিবনুৱা যুৱক যুৱতী লাভাম্বিত হোৱাৰ পৰিবৰ্তে কেইজনমান মুষ্টিমেয়  পুঁজিপতি ঠিকাদাৰেহে ৪ বছৰ এ আৰ চিৰ কাম কৰি থাকিব পাৰিব বুলিও সংগঠনটোৱে অভিযোগ কৰে।

Recent News

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শুকানজূলী ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত অৱস্থাত ড্ৰোন উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শুকানজূলী ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত অৱস্থাত ড্ৰোন উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

জখলাবন্ধাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

জখলাবন্ধাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

Coronavirus-Test-

অবিশ্বাস্য! বিগত ৫মাহত ৩১ বাৰ কৰ’না পজিটিভ এইগৰাকী মহিলা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd