• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম কৃষি বিশ্ববিদ্যালয়ৰ সাফল্য: মগু মাহৰ বীজ ৯ মাহলৈকে সংৰক্ষণৰ পদ্ধতি উদ্ভাৱনেৰে পেটেন্টৰ অনুমোদন লাভ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 10, 2021 7:35 pm
a saun
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত পোন প্ৰথমবাৰৰ বাবে মগু মাহৰ বীজ দীৰ্ঘদিনলৈ সংৰক্ষণ পদ্ধতি উদ্ভাৱন কৰি বিশেষ সফলতা অৰ্জন কৰিছে অসম কৃষি বিশ্ব বিদ্যালয়ে। কেৱল সেয়াই নহয়, এনে উদ্ভাৱনৰ বাবে পেটেণ্টৰ অনুমোদন লাভ কৰিছে বিশ্ব বদ্যিালয় খনে।

যোৱা ৯ আগষ্টত অসম কৃষি বিশ্ববিদ্যালয়ক এই পদ্ধতিৰ পেটেন্টত অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে।

Apply Now

এই পদ্ধতিৰ আৱিষ্কাৰকসকল হৈছে বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ প্ৰিয়ংকা দাস আৰু ডঃ পুলিন পাটগিৰি।

এই পদ্ধতিৰ  জৰিয়তে ফুটি পোক( বৈজ্ঞানিক নাম আজুকী বীন উইভিল (Azuki bean weevil), Callosobruchus chinensis (কেল’চব্ৰুকাচ চাইনেন্সিছ) ৰ পৰা মগুমাহৰ বীজক ৰক্ষণাবেক্ষণ দিব পৰা যাব বুলি জনায় আৱিষ্কাৰক ড০ প্ৰিয়ংকা দাসে।

তেওঁ জনোৱা অনুসৰি ‘এই পদ্ধতি প্ৰয়োগৰ জৰিয়তে কৃষকসকলে প্ৰায় ৯ মাহলৈকে মগু মাহৰ বীজ সংৰক্ষণ কৰিব পাৰিব।  ৯ মাহ সংৰক্ষণ কৰাৰ পাছত এই বীজৰ অংকুৰিত হোৱাৰ সম্ভাৱনাৰ হাৰ ৮২.২২ শতাংশ পৰ্যন্ত হাবাল থাকিব’।

এই পদ্ধতিত বীজ সংৰক্ষণ কৰিলে খৰচো কম হ’ব তথা প্ৰতি ১০ কেজি বীজ যদি সংৰক্ষণ কৰে তেন্তে ইয়াৰ বিপৰীতে মাত্ৰ ১ টকা খৰচ পৰিব।

তেওঁ লগতে জনায়  যে এই পদ্ধতিত খোৱাৰ যোগ্য সামগ্ৰী ব্যৱহাৰ কৰা হৈছে। সাধাৰণ ৰুম টেম্পেৰেশ্যাৰতে এই পদ্ধতি প্ৰয়োগ কৰিব পাৰিব আৰু তাৰ বাবে বায়ু নিৰুদ্ধ পাত্ৰ (Air tide Container) লাগিব।

এই পদ্ধতিৰ তুলনাত সাধাৰণ পদ্ধতিত বীজ সংৰক্ষণ কৰিলে নষ্ট হোৱাৰ আশংকা বেছি থাকে।

২০০৯ চনতে এই প্ৰকল্পটো কেন্দ্ৰীয় চৰকাৰৰ হাতত অৰ্পন কৰা হৈছিল যদিও বায়’লজিকেল অথ’ৰিটী অৱ ডাইভাৰচিটীৰ পৰা অনুমতি পোৱাত বিলম্ব ঘটিছিল।

এইক্ষেত্ৰত হোৱা কিছু ভুলৰ বাবে প্ৰায় ১১ বছৰৰ পাছত এই প্ৰকল্পই পেটেন্ট লাভ কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ প্ৰকাশ কৰে।  অসম কৃষি বিশ্ববিদ্যালয়ৰ এনে অভিনৱ উদ্ভাৱনে ৰাজ্যৰ কৃষকসকলক উপকৃত কৰিব বুলি আশা কৰা হৈছে।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

October 16, 2026 10:33 am
মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

October 16, 2026 9:37 am
আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

October 16, 2026 8:56 am
কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

October 16, 2026 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

October 16, 2026 10:33 am
মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

October 16, 2026 9:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd