• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছাত্ৰীৰ গাল পিটিকাৰ অভিযোগত নিলম্বিত হ’ল বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক

কৰ্তৃপক্ষৰ অনুমতি নোলোৱাকৈ বিশ্ববিদ্যালয়ৰ প্ৰধান কাৰ্য্যালয় এৰি নাযাবলৈ নিৰ্দেশ

স্মিতা ভট্টাচাৰ্য্য by স্মিতা ভট্টাচাৰ্য্য
September 9, 2019 8:25 pm
Assam-Agricultural-University-AAU-Jorhat-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক জ্যোতি গগৈক (৬৩) বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এগৰাকী ছাত্ৰীয়ে অনা যৌন নিৰ্য্যাতনৰ অভিযোগত নিলম্বন কৰিছে।

ছাত্ৰীগৰাকীয়ে যোৱা ৬ ছেপ্টেম্বৰত অধ্যাপকজনৰ দ্বাৰা তেওঁৰ কক্ষত নিৰ্য্যাতনৰ সন্মুখীন হৈছিল বুলি অভিযোগ আনিছিল আৰু উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানটোৰ যৌন নিৰ্য্যাতন সম্পৰ্কীয় কমিটীক ঘটনাটো বিচাৰৰ বাবে আৰ্জি দিছিল।

Apply Now

অভিযুক্ত গগৈ কৃষি অৰ্থনীতি আৰু পাম ব্যৱস্থাপনা (Agricultural Economics and Farm Management) বিভাগৰ জ্যেষ্ঠ অধ্যাপক।

বিশ্ববিদ্যালয়খনৰ অধীন কৃষি মহাবিদ্যালয়ৰ Women Harassment Cell-ৰ প্ৰতিবেদনৰ ভিত্তিত আৰু অনুসন্ধান সম্পূৰ্ণ নোহোৱা কথাটো বিবেচনা কৰি উক্ত অভিযোগত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্যই তৎকালীনভাৱে কাৰ্য্যকৰী হোৱাকৈ গগৈক নিলম্বন কৰে।

বিশ্ববিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য্য ড০ অশোক ভট্টাচাৰ্যই কয়, বিশ্ববিদ্যালয়খনৰ এটা আইনী গোটৰ দ্বাৰা অধ্যাপক গগৈ নিলম্বনৰ সিদ্ধান্ত লোৱা হয়।

[pdf-embedder url=”https://assam.nenow.in/wp-content/uploads/2019/09/AAU_Jyoti-Gogoi_Suspensiopn.pdf” title=”AAU_Jyoti Gogoi_Suspensiopn”]

নিলম্বনৰ পিছত বিষয়টো তদন্তৰ বাবে আৰু পৰৱৰ্তী কাৰ্য্যব্যৱস্থাৰ পৰামৰ্শ বিচাৰি বিশ্ববিদ্যালয়খনৰ অভ্যন্তৰীণ অভিযোগ কমিটীলৈ প্ৰেৰণ কৰা হ’ব।

“অভ্যন্তৰীণ অভিযোগ কমিটী দুই এদিনতে বিষয়টো অনুসন্ধানৰ বাবে বহিব পাৰে আৰু পৰৱৰ্তী কাৰ্য্যব্যৱস্থাৰ পৰামৰ্শ দিব পাৰে” ড০ ভট্টাচাৰ্য্যই কয়।

পঞ্জীয়কৰ দ্বাৰা স্বাক্ষৰিত নিলম্বনৰ জাননীত গগৈক কৰ্তৃপক্ষই তেওঁৰ হাতত থকা বিশ্ববিদ্যালয়খনৰ সেৱাবোৰত তেওঁক দিয়া অনুমোদিত বিশেষাধিকাৰ/পাছৱৰ্ড আদি আৰু তেওঁৰ হাতত থকা Agricultural Research Information Systems (ARIS)-ৰ হাৰ্ডৱেৰবোৰ তেওঁৰ অনুৱৰ্তী অধ্যাপকক চমজাই যাবলৈ নিৰ্দেশ দিয়া হৈছে।

নিলম্বনৰ সময়ছোৱাত তেওঁক বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ অনুমতি নোলোৱাকৈ বিশ্ববিদ্যালয়ৰ প্ৰধান কাৰ্য্যালয় এৰি নাযাবলৈ কোৱা হৈছে।

পি জি প্ৰগ্ৰামত নামভৰ্তি কৰিব খোজা ভুক্তভোগী ছাত্ৰীগৰাকীয়ে দিয়া অভিযোগটোত কোৱা হৈছিল যে ঘটনাটোৰ সময়ত তেওঁ থাৰ্ড কাউন্সেলিঙৰ বাবে আসনৰ উপলব্ধতা সম্পৰ্কে জানিবলৈ অধ্যাপকজনৰ কক্ষলৈ গৈছিল।

তেতিয়া অধ্যাপক গগৈয়ে তেওঁৰ ডেস্কটপ কম্পিউটাৰটোত আসনৰ তালিকা দেখুৱাবলৈ ছাত্ৰীগৰাকীক নিজৰ দাঁতিৰফালে মাতে আৰু আসনৰ তালিকা দেখুওৱাৰ অচিলাৰে ছাত্ৰীগৰাকীক পিছফালৰ পৰা টানি ধৰে আৰু গালতো স্পৰ্শ কৰে।

ভুক্তভোগী ছাত্ৰীগৰাকীৰ ঘৰ নগাঁৱত আৰু তেওঁৰ দেউতাকে অধ্যাপকজনে চুমা খোৱা বুলিও অভিযোগ তুলিছে।

স্মিতা ভট্টাচাৰ্য্য

স্মিতা ভট্টাচাৰ্য্য

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

June 30, 2026 8:53 pm
হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd