• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পুৰণিগুদাম বিদ্যানিকেতনত অভিজ্ঞান সমাৰোহ সম্পন্ন

NE NOW NEWS ভাৰ্গব হাজৰিকা
পুৰণিগুদাম , May 20, 2019 1:00 pm

2 min read

পুৰণিগুদাম বিদ্যানিকেতনত অভিজ্ঞান সমাৰোহ সম্পন্ন
1.2k
VIEWS
Share on FacebookShare on Twitter

অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত ১৯৯৬ চনত পুৰণিগুদামত স্থাপিত পুৰণিগুদাম বিদ্যানিকেতনে বিগত বৰ্ষৰ দৰে এইবাৰো এশ শতাংশৰ উত্তীৰ্ণৰ সফলতাৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হোৱাৰ উপৰিও দুগৰাকী ছাত্ৰই অসমৰ ভিতৰত সপ্তম আৰু দশম স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে বিদ্যালয়খনৰ পৰা মুঠ ৭০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে অংকুৰ ৰাজ কাশ্যপে সপ্তম স্থান আৰু মিন্টু গায়নে দশম স্থান লাভ কৰাৰ লগতে ১৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ডিষ্টিংচন, ১১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ মাৰ্ক, ২৫ গৰাকীয়ে প্ৰথম বিভাগ, ১১ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু দুগৰাকী ছাত্ৰই তৃতীয় বিভাগ লাভ কৰে।

কালি অৰ্থাৎ ১৯ মে’ত উত্তীৰ্ণ সকলো ছাত্ৰ-ছাত্ৰীকে বিদ্যালয়ৰ আজীৱন সদস্য কৰাৰ বাবে এখন অভিজ্ঞান সমাৰোহ অনুষ্ঠিত কৰে। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পোনানন্দ ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অভিজ্ঞান সমাৰোহত সকলো ছাত্ৰ-ছাত্ৰীকে একোখনকৈ মান পত্ৰ প্ৰাদন কৰে। এই সভাতে স্থানপ্ৰাপ্ত দুগৰাকী ছাত্ৰ অংকুৰ ৰাজ কাশ্যপ আৰু মিন্টূ গায়নক চামগুৰি বিদ্যুৎ উপ সংমণ্ডলৰ তৰফৰ পৰা ভৱজ্যোতি বৰাৰ নেতৃত্বত অহা এটা দলে বিশেষভাৱে সম্বৰ্ধনা জনায়।

সভাত কবি জীৱন নৰহ, শিক্ষাবিদ কমল শইকীয়া, ভবানন্দ বৰা, সাংবাদিক মুনীন্দ্ৰ শইকীয়া, তপন কুমাৰ বৰা, সাহিত্যিক ৰুমী লস্কৰ বৰা, সমাজকৰ্মী প্ৰফুল্ল শইকীয়াৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাত বিদ্যালয়ৰ এগৰাকী মেধাৱী ছাত্ৰী প্ৰয়াত মায়াংকী কাশ্যবৰ সোঁৱৰণত দুয়োগৰাকী স্থান লাভ কৰা ছাত্ৰক বঁটা প্ৰদা কৰাৰ কথা ঘোষণা কৰাৰ লগতে সমাজকৰ্মী প্ৰফুল্ল শইকীয়াই পিতৃ ফটিক চন্দ্ৰ শইকীয়াৰ সোঁৱৰণত আগবঢ়োৱা আৰ্থিক অনুদান দুয়োগৰাকী স্থান প্ৰাপ্ত ছাত্ৰক অভিজ্ঞান সমাৰোহতে প্ৰদান কৰে।

Recent News

অসমৰ শেষ সীমান্ত জাগুনত স্থাপন হ’ব অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থান

অসমৰ শেষ সীমান্ত জাগুনত স্থাপন হ’ব অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থান

২৩ জানুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু অসম চৰকাৰ

২৩ জানুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু অসম চৰকাৰ

IMG-20210119-WA0047

২০২১ৰ নিৰ্বাচনৰ পূৰ্বে অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ দাবী পূৰ্ণ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ

২৪ জানুৱাৰিত গৃহ মন্ত্ৰী অমিত শ্বাহে কোকৰাঝাৰত ভাগ ল’ব বিশাল জনসভাত

২৪ জানুৱাৰিত গৃহ মন্ত্ৰী অমিত শ্বাহে কোকৰাঝাৰত ভাগ ল’ব বিশাল জনসভাত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd