• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব ৩৫ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস

এন ই নাও নিউজ by এন ই নাও নিউজ
September 2, 2018 11:33 am
01-09-18 gUWAHATI- abhiruchi pmt (1)

গুৱাহাটীত অভিৰুচি ক্ৰীড়া দিৱস আয়োজক সমিতিৰ অধ্যক্ষ বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীয়ে সংবাদমেলত বক্তৱ্য ৰখাৰ মুহূৰ্তত। ফটো : ইউ বি

258
VIEWS
Share on FacebookShare on Twitter

অসমৰ প্ৰথমগৰাকী অৰ্জুন বঁটা বিজয়ী ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ জন্ম দিৱস উপলক্ষে অহা ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ৩৫ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস। ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ’ব লগা অভিৰুচি ক্ৰীড়া দিৱসৰ দিনা পুৱা ৬.১৫ বজাত চানমাৰিৰ আনন্দৰাম বৰুৱা  সেঁতুৰ পৰা নেহৰু ষ্টেডিয়ামলৈ সমূহীয়া দৌৰৰ আয়োজন কৰা হৈছে।

মণিপুৰৰ বিধানসভাৰ অধ্যক্ষ ৱাই ক্ষেমচান্দ সমূহীয়া দৌৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

শনিবাৰে অসম অলিম্পিক সন্থাৰ সভাগৃহত অনুষ্ঠিত সংবাদমেলত আয়োজক কমিটীৰ অধ্যক্ষ বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীয়ে জানিব দিয়ে যে এইবাৰ অভিৰুচি ক্ৰীড়া দিৱস তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে।

চক্ৰৱৰ্তীয়ে জানিবলৈ দিয়া অনুসৰি অহা ৮ ছেপ্টেম্বৰৰ দিনৰ ১০.৩০ বজাৰ পৰা লেণ্ডমাৰ্ক হোটেলত শাৰীৰিক শিক্ষা, ক্ৰীড়া বিজ্ঞান আৰু যোগক বিদ্যালয়ৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰা সম্পৰ্কত এক আলোচনাচক্ৰ অনু্ষ্ঠিত হ’ব।

সমান্তৰালভাৱে একে সময়তে তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত আন্তঃশিক্ষানুষ্ঠান স্প’ৰ্টছ কুইজ আৰু ৯ ছেপ্টেম্বৰৰ দিনৰ ১ বজাৰ পৰা ইনড’ৰ ষ্টেডিয়ামত আন্তঃশিক্ষানুষ্ঠান সামূহিক ব্যায়াম আৰু গ্ৰুপ ডেন্স প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

সেইদিনা বিয়লি ৫ বজাত একেটা স্থানতে খেলুৱৈৰ সম্বৰ্ধনা, বঁটা বিতৰণ আৰু ৰাজহুৱা সভা অনুষ্ঠিত হ’ব।

উল্লেখ্য যে অইল ইণ্ডিয়া, অ’ এন জি চি, ভাৰতীয় ষ্টেট বেংক, নুমনীগড় শোধনাগাৰ, আই অ’ চি, আছাম ৰুফিং, এন এইচ পি চি, এন এইচ এম, নীপকো আদিয়ে অভিৰুচি ক্ৰীড়া দিৱস স্পনছৰ কৰিছে।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd