• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰশাসনৰ সকীয়নি নৰজিল: হাৰিয়ানাত হিন্দুত্ববাদী সংগঠনৰ সভাত উচতনিমূলক ভাষণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 13, 2023 8:50 pm
Nuh violance
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাম্প্ৰদায়িক হিংসাত পুনৰ জ্বলি উঠিব নেকি হাৰিয়ানা! নুহৰ ভয়াৱহতা মাৰ নাযাওঁতেই ৰাজ্যখনত শেহতীয়াকৈ একাংশ ধৰ্মীয় সংগঠনৰ কাৰ্যকলাপে এই আশংকা অধিক ঘনীভূত কৰি তুলিছে। আজি নুহৰ ঘটনাৰ প্ৰতিবাদস্বৰূপে সৰ্ব হিন্দু সমাজ নামৰ এক গোটৰ উদ্যোগত আয়োজিত হৈছিল এক বৃহৎ সমাৱেশ।

পালৱাল জিলাত অনুষ্ঠিত এই সমাৱেশৰ বাবে অনুমতিৰ সময়ত সমাৱেশত যাতে কোনো ঘৃণামূলক ভাষণ দিয়া নহয় তাৰ চৰ্ত আৰোপ কৰা হৈছিল তথা বৃহৎ হাৰত আৰক্ষী বাহিনী মোতায়েন কৰা হৈছিল যদিও চৰ্ত ভংগ কৰি, আৰক্ষীক অংগুষ্ঠ প্ৰদৰ্শন কৰি একাংশ বক্তাই ঘৃণামূলক বক্তব্যৰে মুকলি ভাবুকি প্ৰদান কৰে।

Apply Now

সমাৱেশত ভাষণ দিয়া এগৰাকী বক্তাই কোনো সম্প্ৰদায়ৰ কথা স্পষ্টকৈ উল্লেখ নকৰে যদি ‘আপুনি আঙুলি এটা তুলিলে আমি আপোনাৰ হাত কাটি দিম’ বুলি উচতনিমূলক মন্তব্য কৰে। আনহাতে আন এগৰাকী বক্তাই নিজ ভাষণৰ মাজতে ৰাইফলৰ অনুজ্ঞাপত্ৰ দাবী কৰে।

নুহৰ সংঘৰ্ষৰ মূল কাৰণ গৰুৰ চোৰাং বেহা বুলি দাবী কৰি এই বেহা বন্ধ কৰিবলৈ দাবী কৰাৰ লগতে নিৰাপত্তা নিশ্চিত কৰিবলৈ নুহত অৰ্ধসামৰিক বাহিনীৰ মুখ্য কাৰ্যালয় স্থাপন কৰাৰ দাবী জনায়। আনহাতে নুহ সংঘৰ্ষৰ তদন্তৰ দাবী জনায়।

ইফালে এই সাম্প্ৰদায়িক সংঘৰ্ষত নিহতৰ পৰিয়ালক ১ কোটি টকা আৰু আহতৰ পৰিয়ালক ৫০ লাখ টকা ক্ষতিপূৰণ দিবলৈ দাবী জনায় সমাৱেশত। লগতে মহাপঞ্চায়তখনে আন স্থানৰ পৰা অহা লোকৰ বাবে কঠোৰ আইন প্ৰণয়নৰ বাবেও দাবী উত্থাপন কৰে।

লক্ষণীয়ভাৱে অহা ২৮ আগষ্টত নুহত পুনৰ জালাহিছেক যাত্ৰা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে সমাৱেশত। উল্লেখ্য যে, এই সমাৱেশ সাম্প্ৰদায়িক সংঘৰ্ষই ধুই যোৱা নুহতে অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছিল। অৱশ্যে আৰক্ষীৰ পৰা অনুমতি নিদিয়াত সমাৱেশ পালৱাললৈ স্থানান্তৰ কৰা হয়।

আইন-শৃংখলাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মহাপঞ্চায়ত অনুষ্ঠিত কৰাৰ বাবে কট্টৰ হিন্দুত্ববাদী সংগঠন বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদক অনুমতি দিয়া হোৱা নাছিল যদিও আজিৰ এই সমাৱেশত দুয়োটা সংগঠনৰ সদস্যই অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

August 31, 2026 1:02 pm
অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

August 31, 2026 12:50 pm
ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

August 31, 2026 1:02 pm
অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

August 31, 2026 12:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd