• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত পৃথক বড়োলেণ্ড গঠনৰ দাবীৰে আবছুৰ নেতৃত্বত চিৰাঙত বিশাল প্ৰতিবাদী ৰেলী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 10, 2019 9:15 pm

2 min read

Pramod-Boro

প্ৰতিবাদী ৰেলীৰ দৃশ্য

396
VIEWS
Share on FacebookShare on Twitter

সদৌ বড়ো ছাত্ৰ সন্থা (আবছু), এনডিএফবি (পি) আৰু পি জে এ চি বি এমে মঙলবাৰে পৃথক বড়োলেণ্ড গঠনৰ দাবীৰে চিৰাঙত বিশাল ৰেলীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে ভাৰতীয় সংবিধানৰ ২ নং আৰু ৩ নং অনুচ্ছেদ অনুসৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত সুকীয়া বড়োলেণ্ড গঠনৰ দাবী তোলে।

প্ৰতিবাদ ৰেলীত আবছুৰ সভাপতি প্ৰমোদ বড়ো, এনডিএফবি(পি)ৰ সভাপতি গোবিন্দ বসুমতাৰী আৰু পিজেএচিবিএমৰ নেতা ৰাকেশ বড়োই প্ৰতিবাদকাৰীক সকলক সম্বোধন কৰে।

কেন্দ্ৰই জম্মু-কাশ্মীৰৰ পৰা লাডাখক পৃথক কৰি সুকীয়া কেন্দ্ৰ শাসিত অঞ্চল হিচাপে ঘোষণা কৰাৰ প্ৰসংগ উত্থাপন কৰি প্ৰতিবাদকাৰীসকলে সুকীয়া বড়োলেণ্ডৰ দীৰ্ঘদিনীয়া দাবী পুৰণ কৰাৰ বাবে দাবী জনায়।

‘‘আমি চৰকাৰক দীৰ্ঘদিনীয়া বড়োলেণ্ডৰ দাবী পুৰণ কৰাৰ বাবে আহ্বান জনাইছো। বড়োলেণ্ডৰ দাবী দেশৰ ভিতৰত এটা পুৰণা দাবী। পৃথক তেলেংগানা গঠনতকৈও পৃথক বড়োলেণ্ড গঠনৰ দাবী পুৰণি’’-যুটীয়া বক্তব্যত প্ৰতিবাদৰ নেতৃত্ব দিয়া সংগঠনকেইটাই উল্লেখ কৰে।

প্ৰতিবাদকাৰী সংগঠনকেইটাৰ নেতৃত্বই বড়ো আন্দোলনৰ ইতিহাসক এক ৰক্তক্ষয়ী অধ্যায় আখ্যা দি এই আন্দোলনত প্ৰায় ৫০০০ নিৰপৰাধী লোকে প্ৰাণ হেৰুৱাৰ লগতে ২০,০০০ তকৈ অধিক লোকে কাৰাবাস খাটিবলগীয়া হৈছে বুলি কয়।

সুকীয়া বড়োলেণ্ড ৰাজ্য গঠনৰ বাবে ভাৰতীয় সংবিধান অনুসৰি থাকিবলগীয়া সকলো অৰ্হতা থকাৰ পাছতো কেন্দ্ৰ চৰকাৰে পৃথক বড়োলেণ্ড গঠনৰ বাবে সৎভাৱ নেদেখুৱাটো আশ্বৰ্য্যকৰ দিশ হিচাপে পৰিগণিত হৈছে বুলিও প্ৰতিবাদকাৰী সকলে কয়।

প্ৰতিবাদকাৰী সকলে কেন্দ্ৰীয় চৰকাৰক পৃথক বড়োলেণ্ড গঠনৰ বাবে পলম নকৰিবলৈ আহ্বান জনাই তেওঁলোককো প্ৰধান মন্ত্ৰীৰ সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস নীতিক অনুভৱ কৰিবলৈ সুযোগ দিবৰ বাবে অনুৰোধ কৰে।

Recent News

IMG-20210115-WA0005

নগাঁৱত বনকৰ্মী মহেশ নাথৰ দুখনকৈ গ্ৰন্থ উন্মোচন

a doctor

ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে সৰ্বপ্ৰথমে গ্ৰহণ কৰিব কোভিডৰ ভেকচিন

FB_IMG_1610717632176

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

a gana

ভাৰতীয় গণনাট্য সংঘৰ জ্যোতি-স্মৰণ আৰু গণশিল্পী হেমাঙ্গ বিশ্বাস বঁটা প্ৰদান অনুষ্ঠান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd