• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ভেকচিন প্ৰদানৰ গতি খৰতকীয়া কৰক’, নিৰ্বাচনমুখী পাঁচ ৰাজ্যক নিৰ্দেশ নিৰ্বাচন আয়োগৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
January 3, 2022 6:24 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশজুৰি এতিয়া আৰম্ভ হৈছে কোভিডৰ মহা সংহাৰ। ৰাজ্যই ৰাজ্যই বৃদ্ধি পাইছে অমিক্ৰন সংক্ৰমণৰ ঘটনা এনে সময়তে আজি কেন্দ্ৰীয় নিৰ্বাচন আয়োগে নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া পাঁচ খন ৰাজ্যক কোভিচ ভেকচিন প্ৰদানৰ কাম অধিক দ্ৰুত ভাবে সম্পাদন কৰিবলৈ নিৰ্দেশ দিছে।

নিৰ্বাচন আয়োগে মহামাৰীৰ মোকাবিলাৰ বাবে চলি থকা টিকাকৰণ অভিযান ত্বৰান্বিত কৰিবলৈ পাঁচখন নিৰ্বাচনী ৰাজ্যলৈ আজি এখন পত্ৰ প্ৰেৰণ কৰিছে। শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৫ খন ৰাজ্যৰ মুখ্য সচিবসকললৈ চিঠি পত্ৰ খনত কোভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ভেকচিন প্ৰদান প্ৰক্ৰিয়া অধিক ক্ষীপ্ৰতাৰে কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

Apply Now

নিৰ্বাচন আয়োগে মণিপুৰত টিকাকৰণৰ প্ৰথম পালিৰ নিম্ন হাৰক লৈও উদ্বেগ প্ৰকাশ কৰিছে।

মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰই সকলো ৰাজনৈতিক দলেই নিৰ্ধাৰিত সময়মতেই পাঁচ ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত কৰাটো বিচাৰিছে বুলি মন্তব্য কৰিছিল।

তেওঁ এনে মন্তব্যৰ জৰিয়তে স্পষ্ট ইংগিত দিছিল যে পাঁচখন নিৰ্বাচনমুখী ৰাজ্যত নিৰ্বাচন স্থগিত কৰা নহ’ব।

ইয়াৰ পূৰ্বে ভাৰতৰ নিৰ্বাচন আয়োগৰ শীৰ্ষ পদাধিকাৰীসকলে সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণক সাক্ষাৎ কৰিছিল আৰু পাঁচখন নিৰ্বাচনমুখী ৰাজ্যত কোভিডৰ সংক্ৰমণ তথা ভেকচিন প্ৰদানৰ বিষয়টোকলৈ খৰচি মাৰি আলোচনা কৰিছিল।

উল্লেখ্য অহা বছৰ উত্তৰ প্ৰদেশ, মণিপুৰ, উত্তৰাখণ্ড, গোৱা আৰু পঞ্জাৱত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।
ইয়াৰ পূৰ্বে, অমিক্ৰনৰ আতংকৰ বাবে এলাহাবাদ উচ্চ ন্যায়ালয়ে ভাৰতৰ নিৰ্বাচন আয়োগক উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন কমেও ১-২ মাহৰ বাবে স্থগিত ৰাখিবলৈ কৈছিল।

ন্যায়ালয়ে আনকি ৰাজনৈতিক দলসমূহৰ ৰেলী আৰু ৰাজহুৱা সভা তাৎক্ষণিকভাৱে নিষিদ্ধ কৰিবলৈ পৰামৰ্শ দিছিল।

এতিয়ালৈকে দেশৰ ২৩ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত মুঠ ১,৭০০ গৰাকী লোক অমিক্ৰনত আক্ৰান্ত হৈছে।

মহাৰাষ্ট্ৰত সৰ্বাধিক ৫১০ গৰাকী লোক অমিক্ৰনত আক্ৰান্ত হোৱাৰ দিল্লীত ৩৫১, কেৰালাত ১৫৬,গুজৰাটত ১৬ ,তামিলনাডুত ১২১, আৰু ৰাজস্থানত ১২০গৰাকী লোক অমিক্ৰনত আক্ৰান্ত হোৱাৰ খবৰ আহিছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am
সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

July 4, 2026 10:02 am
বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

July 4, 2026 8:28 am
জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am
সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

July 4, 2026 10:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd