• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চাণক্য নীতি : কেনে স্বভাৱৰ নাৰীয়ে স্বামীৰ জীৱনলৈ সৌভাগ্য কঢ়িয়াই আনে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 19, 2023 9:13 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমি সকলোৱে ইতিহাসত চাণক্য বা কৌটিল্যৰ বিষয়ে পঢ়িছো। যিগৰাকীক পৌৰাণিক ভাৰতৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ দাৰ্শনিক বুলি গণ্য কৰা হয়। এই চাণক্যই ভৱিষ্যৎ প্ৰজন্মৰ বাবে ৰাজনীতি, অৰ্থশাস্ত্ৰ উপৰিও গাৰ্হস্থ্য জীৱনৰ বিষয়ে নানা উপদেশ আৰু বাণী দি থৈ গৈছে।  

অৰ্থাৎ এইজন ব্ৰাহ্মণ পণ্ডিতে যেনেকৈ অৰ্থশাস্ত্ৰত নিজৰ তীক্ষ্ণ বুদ্ধিমত্তা প্ৰদৰ্শন কৰিছিল, ঠিক তেনেদৰে তেওঁ ৰাজ্য প্ৰশাসন আৰু মানৱ জীৱনৰ উন্নতিৰ ক্ষেত্ৰতো বহুতো গুৰুত্বপূৰ্ণ পৰামৰ্শ  আগবঢ়াইছিল। এই গুৰুত্বপূৰ্ণ পৰামৰ্শসমূহ হাজাৰ হাজাৰ বছৰৰ পাছতো চাণক্য নীতি হিচাপে অতি জনপ্ৰিয় হৈ আছে। আজি আমি আলোচনা কৰিম কেনেধৰণৰ নাৰীয়ে স্বামীৰ জীৱনলৈ সৌভাগ্য কঢ়িয়াই আনে।

চাণক্যৰ নৈতিকতাত আওতাত জীৱনৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ বিষয়ৰ কথা উল্লেখ কৰা হৈছে। ব্যক্তিগত জীৱনৰ পৰা আৰম্ভ কৰি কৰ্ম, ব্যৱসায়, সম্পৰ্ক আদি সকলো বিষয়তে চাণক্যই পৰামৰ্শ দি গৈছে। চাণক্য-নীতিয়ে মানুহক দৰ্শাই জীৱনত সফলতা লাভৰ পথ। চাণক্যৰ কথাবোৰ বহুতৰে কঠোৰ যেন লাগিব পাৰে, কিন্তু আচলতে তেওঁ ভাল বেয়াৰ মাজত পাৰ্থক্য অতি স্পষ্টকৈ দেখুওৱাই গৈছে।

Apply Now

কেনেধৰণৰ নাৰীয়ে স্বামীৰ জীৱনলৈ সৌভাগ্য কঢ়িয়াই আনে সেই সম্পৰ্কে আচাৰ্য চাণক্যই কি কৈছে চাওঁ আহক —

ধৈৰ্য্যৱতী নাৰী :

চাণক্য নীতি অনুসৰি ধৈৰ্য্য নাৰীৰ চৰিত্ৰৰ এক বিশেষ গুণ, অৰ্থাৎ নাৰীৰ ভূষণ। ধৈৰ্য্যশীল এগৰাকী নাৰীৰ স্বামী আৰু পৰিয়াল অতি সৌভাগ্যৱান হয়। তেনে নাৰীয়ে স্বামী বা স্বামীৰ পৰিয়ালে কোনো সমস্যাৰ সন্মুখীন হ’লে, তেনে সময়ত তেওঁলোকক কেতিয়াও এৰি নাযায়। বৰং অসীম ধৈৰ্য্যৰে তেওঁ সেই সংকটৰ পৰা ওলাই অহাৰ পথ বিচাৰিহে উলিয়াবলৈ অহৰহ চেষ্টা কৰে। এনে নাৰীক বিয়া কৰোৱা পুৰুষ নিঃসন্দেহে ভাগ্যৱান।

ধাৰ্মিক মনৰ নাৰী :

চাণক্যৰ মতে ধাৰ্মিক নাৰীয়ে সদায় পৰিয়াললৈ সৌভাগ্য কঢ়িয়াই আনে। এগৰাকী ধৰ্মপৰায়ণ নাৰীয়ে কেতিয়াও নিজে অধম কৰ্ম নকৰে আৰু কেতিয়াও নিজৰ পৰিয়ালক অধাৰ্মিৰ পথ অনুসৰণ কৰিবলৈ নিদিয়ে। তেওঁ সদায় সঠিক কাম কৰে। এনে এগৰাকী নাৰীক বিয়া কৰোৱা স্বামীৰ জীৱনলৈ সুখ আৰু সৌভাগ্য সকলোবোৰেই আহে।

শান্ত নাৰী :

শান্ত স্বভাৱৰ নাৰীয়ে স্বামীৰ জীৱনলৈ সুখ-সমৃদ্ধি কঢ়িয়াই আনে। চিঞৰ-বাখৰ, হৈ-হাল্লা কৰা নাৰীয়ে কেতিয়াও স্বামীৰ জীৱনত ভাল প্ৰভাৱ পেলাব নোৱাৰে। গতিকে শান্ত নাৰীক বিয়া কৰোৱা স্বামীৰ জীৱন সলনি হৈ পৰিব পাৰে।

সুমিষ্টভাষী নাৰী :

কথা বতৰাত যদি ক্ৰুৰতা বা উগ্ৰতা থাকে, নাৰী হওঁক বাবে পুৰুষ হওঁক তেনে লোকক কোনেও ভাল পাব নোৱাৰে। যিয়ে মধুৰ লয়েৰে কথা কয় তেওঁ সকলোৰে মন জয় কৰিবলৈ সক্ষম হয়। গতিকে যিজন ব্যক্তিৰ জীৱন সংগী হিচাপে এগৰাকী মিঠাভাষী নাৰী থাকে তেওঁ নিঃসন্দেহে ভাগ্যৱান।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm
দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

October 16, 2026 5:55 pm
জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd