• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ’নাৰ কালৰূপ! এদিনতে দেশত ৫০গৰাকী চিকিৎসকৰ মৃত্যু; মুঠ মৃত্যু প্ৰায় ১ হাজাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 18, 2021 10:34 am
Doctors on Covid duty

প্ৰতিনিধিত্বমূলক ফটো।

338
VIEWS
Share on FacebookShare on Twitter

কৰ’নাৰ দ্বিতীয়টো ঢৌত দেশৰ জনজীৱন বিপৰ্যস্ত হৈ পৰিছে। চৌদিশে কেৱল মৃত্যুৰ খৱৰ, আক্ৰান্তৰ হাহাকাৰ তথা সম্বলহীন নাগৰিকৰ শংকিত ছবি।

ইয়াৰ মাজতে ভাঙি পৰিছে দেশৰ স্বাস্থ্য ব্যৱস্থাও। পৰ্যাপ্ত বিছনাৰ অভাৱ, দৰৱ, অক্সিজেনৰ নাটনি, আনকি মৃতদেহ সৎকাৰৰ বাবে ঠাইৰো অভাৱ।

যিসকল চিকিৎসকে নিৰন্তৰ সন্মুখৰ শাৰীত থিয় দি কৰ’নাৰ বিৰুদ্ধে যুদ্ধ চলাই গৈছে তেওঁলোকো লাহে লাহে যেন পৰাজিত হৈ মৃত্যুৰ কোলাত ঢলি পৰিছে।

ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যন (আইএমএ) জানিবলৈ দিছে যে কেবলমাত্ৰ ২৪ ঘন্টাতেই ৫০গৰাকীকৈ চিকিৎসকে প্ৰাণ হেৰুৱাইছে।

কৰ’নাৰ দ্বিতীয়টো ঢৌত এতিয়ালৈকে মুঠ ২৪৪গৰাকী চিকিৎসকে প্ৰাণ হেৰুৱাইছে। শেহতীয়াকৈ দিল্লীৰ গুৰু তেজ বাহাদুৰ হাস্পাতালত এগৰাকী জুনিয়ৰ আবাসিক চিকিৎসকৰ কৰ’নাত মৃত্যু হৈছে। ২৬বছৰীয়া আনাছ মুজাহিদ হৈছে এতিয়ালৈকে কৰ’নাত প্ৰাণ হেৰুওৱা কনিষ্ঠতম চিকিৎসক।

আনহাতে, জ্যেষ্ঠতম চিকিৎসক হিচাপে কৰ’নাত প্ৰাণ হেৰুৱাইছে বিশাখাপট্টনমৰ এছ সত্যমূৰ্তিয়ে। ইএনটি বিভাগৰ চিকিৎসক অধ্যাপকগৰাকীয়ে ৯০বছৰ বয়সত কৰ’না আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয়।

কৰ’নাৰ প্ৰথমটো ঢৌত মুঠ ৭৩৬গৰাকী চিকিৎসকে প্ৰাণ হেৰুৱাইছিল। সকলো মিলি এতিয়ালৈ প্ৰায় ১হাজাৰ চিকিৎসকে কৰ’নাৰ বলি হ’বলগীয়া হৈছে।

Recent News

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd