• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জলকীয়াৰ আছে আচৰিত উপকাৰ, কি কয় গৱেষণাই?

এন ই নাও নিউজ by এন ই নাও নিউজ
February 19, 2020 5:37 pm
190724_chilli_full
704
VIEWS
Share on FacebookShare on Twitter

আপুনি যদি জলকীয়া খাই ভাল নাপায় তেনেহ’লে অভ্যাস সলনি কৰক। জীৱনৰ লগতে খাদ্য তালিকাতো কিছু মচলা জলা তথা জলকীয়া অন্তৰ্ভুক্ত কৰিলে ই আপোনাৰ বাবে উপকাৰী প্ৰমানিত হ’ব পাৰে।

গৱেষণা অনুসৰি, মচলাযুক্ত আৰু জলকীয়াৰ জলা সোৱাদে হাৰ্ট এটেক, ষ্ট্ৰোক আৰু হৃদ পিণ্ডৰ সৈতে জড়িত বহুতো ৰোগৰ পৰা বিপদমুক্ত কৰে।

এই গৱেষণাৰ প্ৰতিবেদন প্ৰকাশ পাইছে জাৰ্ণেল অফ আমেৰিকান কলেজ অফ কাৰ্ডিঅ’লজিত।

এই অধ্যয়ন ২৩ হাজাৰ লোকৰ ওপৰত চলোৱা হৈছিল। গৱেষকসকলে সন্ধান পাইছে যে যদি নিয়মিতভাৱে জলকীয়া খোৱা হয়, তেতিয়াহ’লে ষ্ট্ৰোকৰ সম্ভাৱনা ৬১ শতাংশ, হাৰ্ট এটেকৰ সম্ভাৱনা ৪০ শতাংশ আৰু ৰক্তহীন হৃদৰোগত মৃত্যুৰ সম্ভাৱনা ৪৪ শতাংশ হ্ৰাস পায়।

জলকীয়া ইমান শক্তিশালী কিয়? শুকান জলকীয়াত কেপছাচিন নামৰ এবিধ ৰসায়ন থাকে যিয়ে শৰীৰৰ জ্বলন-পোৰণ হ্ৰাস কৰাত সহায় কৰে।

এই গৱেষণাৰ চিকিৎসকৰ মতে, ‘মানুহৰ খাদ্য সম্ভাৰ স্বাস্থ্যকৰ হয় নে নহয়, সেয়া কোনো কথা নহয়। মাত্ৰ খাদ্যত জলকীয়াৰ অন্তৰ্ভুক্তিয়ে স্বভাৱসিদ্ধভাৱে মৃত্যুৰ সম্ভাৱনা হ্ৰাস কৰে।

আন ভাষাত, এজন ব্যক্তিয়ে এক স্বাস্থ্যসন্মত মজলীয়া প্ৰকাৰৰ খাদ্যসম্ভাৰ খোৱা আৰু আন কম স্বাস্থ্যসন্মত খাদ্যসম্ভাৰ খোৱা এগৰাকী ব্যক্তিৰ দুয়োগৰাকীয়ে যদি জলকীয়া খায় তেনেহ’লে হৃদৰোগৰ সম্ভাৱনা বহু পৰিমানে হ্ৰাস পাব।

প্ৰতিবেদনত সদৰী কৰা হৈছে যে যিসকলে সপ্তাহত চাৰিবাৰ জলকীয়া খায়, তেওঁলোকৰ মাজত একেবাৰে জলকীয়া নোখোৱা লোকৰ তুলনাত হৃদৰোগত মৃত্যু হোৱাৰ সম্ভাৱনা বহু কম।

আন কিছুমান অধ্যয়নত দেখা গৈছে যে শুকান জলকীয়াৰ ব্যৱহাৰে কেন্সাৰ আৰু ডায়েবেটিজৰ পৰা হ’ব পৰা বিপদৰ সম্ভাৱনা হ্ৰাস কৰে। ইয়াৰ কাৰণ জলকীয়াই অন্ত্ৰত অন্ত্ৰ বেক্টেৰিয়াৰ বিকাশ ঘটায় আৰু লগতে ওজন নিয়ন্ত্ৰণ কৰে।

Recent News

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd