• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জীৱনত অত্যধিক সৎ হ’লে ঘোৰ বিপদত পৰিব! চাণক্য নীতিয়ে দেখুৱাইছে ভালে থকাৰ বাট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 26, 2023 6:57 am
15k
VIEWS
Share on FacebookShare on Twitter

চাণক্যৰ কথাবোৰ যুক্তিসংগত আৰু আমাৰ জীৱনত অত্যন্ত ফলপ্ৰসূ যদিও প্ৰশ্ন উঠিব পাৰে এই চাণক্য কোন আছিল? তেওঁ এজন প্ৰাচীন ভাৰতীয় অৰ্থনীতিবিদ দাৰ্শনিক আৰু ৰাজ উপদেষ্টা। তেওঁ প্ৰাচীন তক্ষশীলা বিশ্ববিদ্যালয়ৰ অৰ্থনীতি আৰু ৰাজনীতিৰ অধ্যাপক আছিল। তেওঁৰ নীতিৰ বৈশিষ্ট্য হ’ল যে ইয়াত সত্যবোৰ অতি সহজ ভাষাত প্ৰকাশ কৰা হয় যিটো আজিও প্ৰাসংগিক। তেওঁৰ নীতি অনুসৰণে জীৱনৰ অৰ্থ উন্মোচন কৰিব।

আমাৰ মনত প্ৰায়ে প্ৰশ্ন উত্থাপন হয় যে “মই কেতিয়াও কোনো ভুল কৰা নাই, তথাপিও সৎ মানুহে প্ৰতিটো খোজতে কিয় সমস্যাৰ সন্মুখীন হ’ব লাগে?” তেনেহ’লে মানুহ হিচাপে আমি কেনেকুৱা হোৱা উচিত?

আচাৰ্য চাণক্যই কয় যে এজন পুৰুষ কেতিয়াও অতি বেছি সৎ হ’ব নালাগে। তাৰ অৰ্থ এইটো নহয় যে আমি স্বাৰ্থপৰ হম।

এই নীতিৰ দ্বাৰা তেওঁ বুজাব বিচাৰিছে যে যদি কোনো ব্যক্তি অতি সহজ আৰু সৎ হয়, তেন্তে তেওঁৰ চাৰিওফালে ঘূৰি ফুৰা মুখাপিন্ধা মানুহবোৰে প্ৰথমে তেওঁৰ ক্ষতি কৰিব। যিসকলে স্বাৰ্থ নোহোৱাকৈ আৰু কোনো সংকোচ নোহোৱাকৈ সহায়ৰ হাত আগবঢ়ায়, সকলোকে আপোন কৰি লয়, অসাধু লোকসকলে সেই সুযোগৰ সুবিধা ল’ব। পিছত তেওঁক বিশ্বাসঘাতকতা কৰিব।

গতিকে তেওঁৰ কথা হ’ল যিসকল মিছলীয়া আৰু প্ৰতাৰক, তেনে মানুহৰ লগত কেতিয়াও সৎভাৱে সংগ দিব নালাগে। আৰু তেওঁলোকৰ সৈতে সম্পৰ্ক বজাই ৰাখিবলগীয়া হ’লেও দূৰত্ব বজাই ৰাখিব লাগে।

Recent News

দেশত শিক্ষাৰ অভাৱ! টাইমছ ৰেংকিঙৰ শীৰ্ষ ৫০ খন বিশ্ববিদ্যালয়ৰ তালিকাত আছে ভাৰতৰ মাত্ৰ ২ খন বিশ্ববিদ্যালয়

দেশত শিক্ষাৰ অভাৱ! টাইমছ ৰেংকিঙৰ শীৰ্ষ ৫০ খন বিশ্ববিদ্যালয়ৰ তালিকাত আছে ভাৰতৰ মাত্ৰ ২ খন বিশ্ববিদ্যালয়

সংকটত খোৱাংৰ তিনঠেঙীয়া বনাঞ্চল! বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপনৰ পূৰ্বেই ধ্বংস যজ্ঞ চলিছে বনাঞ্চলখনত

সংকটত খোৱাংৰ তিনঠেঙীয়া বনাঞ্চল! বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপনৰ পূৰ্বেই ধ্বংস যজ্ঞ চলিছে বনাঞ্চলখনত

বজাৰলৈ আহি আছে স্মাৰ্ট চশমা : কৃত্ৰিক বুদ্ধিমত্তা, কেমেৰাৰ লগতে থাকিব অনেক আকৰ্ষণীয় সুবিধা

বজাৰলৈ আহি আছে স্মাৰ্ট চশমা : কৃত্ৰিক বুদ্ধিমত্তা, কেমেৰাৰ লগতে থাকিব অনেক আকৰ্ষণীয় সুবিধা

খান ছাৰৰ বিবাহ অভ্যৰ্থনাৰ বিশাল আয়োজন : আমন্ত্ৰণ কৰা হৈছে ৫০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক

খান ছাৰৰ বিবাহ অভ্যৰ্থনাৰ বিশাল আয়োজন : আমন্ত্ৰণ কৰা হৈছে ৫০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd