• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰযুক্তি

বজাৰলৈ আহি আছে স্মাৰ্ট চশমা : কৃত্ৰিক বুদ্ধিমত্তা, কেমেৰাৰ লগতে থাকিব অনেক আকৰ্ষণীয় সুবিধা

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 22, 2025 8:56 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাম্প্ৰতিক যুগৰ লগত সংগতি ৰাখি মানুহৰ দৈনন্দিন প্ৰয়োজনীয় বস্তুবোৰক আধুনিকতাৰ স্পৰ্শ দিয়া হৈছে। এইবাৰ সেই তালিকাত যোগ হ’বলৈ গৈ আছে চশমা। আৰু কিছুদিনৰ পাছত দেশৰ চশমাৰ বজাৰখন দখল কৰিবলৈ আহিছে ৰে-বেন মেটাৰ স্মাৰ্ট চশমা। ইতিমধ্যে মেটাই এই ঘোষণা কৰিছে।

এই চশমাবোৰ কেৱল সাধাৰণ চশমা নহয়। ইটালীৰ বিখ্যাত দামী চশমা ব্ৰেণ্ড ৰে-বেনৰ সৈতে যৌথ উদ্যোগত এআই সমৰ্থন বৈশিষ্ট্যৰে বজাৰত মুকলি কৰা হ’ব এই চশমা।

Apply Now

ইয়াৰ উপৰিও এই অত্যাধুনিক চশমা ব্যৱহাৰ কৰিলে স্মৃতিশক্তি সংৰক্ষণ আৰু অবসৰ সময়ত সংগীত শুনিবলৈ উপযোগী হ’ব। এই চশমাৰ ব্যৱহাৰকাৰীয়ে নিজৰ মোবাইল ফোন স্পৰ্শ নকৰাকৈয়ে সকলো কাম কৰিব পাৰিব।

মন কৰিবলগীয়া যে ২০২৩ চনৰ ভিতৰত ৰে-বেনৰ স্মাৰ্ট চশমাৰ এই সংস্কৰণটো সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল, যিটো অৱশেষত ভাৰতীয় ফেশ্বন প্ৰেমীসকলে কিনিব পৰাকৈ উপলব্ধ হ’ব।

জনা যায় যে ভাৰতীয় বজাৰত মেটাৰ নতুন চশমাৰ ৩টা ডিজাইন উপলব্ধ হ’ব, যিবোৰ হ’ল Wayfarer, Skylar আৰু Headliner। বুজা গৈছে যে ফেশ্বন সচেতন ক্ৰেতাই এই চশমা কিনিবলৈ বহুত টকা দিব লাগিব, গতিকে তেওঁলোকৰ প্ৰয়োজন অনুসৰি বিশটাতকৈও অধিক ষ্টাইল আৰু ৰং ৰখা হৈছে। যাৰ পৰা তেওঁলোকে ইচ্ছামতে বাছি ল’ব পাৰে। এই আধুনিক চশমা অতি সোনকালে ভাৰতৰ বজাৰত বিয়পি পৰিব বুলি ইতিমধ্যে মেটাই কৈছে যদিও ভাৰতীয় বজাৰত ইয়াৰ আগমনৰ সঠিক তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই।

বিশ্বাস কৰা হৈছে যে দেশত মুকলি কৰাৰ পিছত ক্ৰেতাই ৰে বান ইণ্ডিয়া মেটা ষ্ট’ৰ আৰু অন্যান্য আউটলেটৰ পৰা এই চশমা ক্ৰয় কৰিব পাৰিব। বিশ্বৰ বিভিন্ন ঠাইত এই চশমাৰ দাম ২৯৯ ডলাৰ, যিটো প্ৰায় ২৬ হাজাৰ টকাৰ সমতুল্য। অৱশ্যে ভাৰতত এই চশমাৰ মূল্য মুকলিৰ সময়ত ঘোষণা কৰা হ’ব বুলি খবৰ আহিছে। স্মাৰ্ট চশমা ব্যৱহাৰ কৰাৰ সময়ত চশমা পিন্ধাসকলে একাধিক আকৰ্ষণীয় বৈশিষ্ট্যৰ সুবিধা উপভোগ কৰিব পাৰিব।

এই চশমাবোৰত ৫টা মাইক্ৰ’ফোন ছেট কৰা হৈছে। যিবোৰ উন্নত অডিঅ’ আৰু এএনচিৰ সৈতে জড়িত। এই বৈশিষ্ট্যই ব্যৱহাৰকাৰীক ফোন কল, গীত আৰু প’ডকাষ্ট শুনা সুবিধা প্ৰদান কৰিব।

দ্বিতীয়তে, চশমাৰ মালিকসকলে আন এটা বৈশিষ্ট্য উপভোগ কৰিব পাৰিব, ভইচ এক্টিভেটেড এচিষ্টেণ্ট। যিটো ‘হে মেটা’ বুলি কৈ অন কৰিব পাৰি। ব্যৱহাৰকাৰীয়ে ফোনটো স্পৰ্শ নকৰাকৈ হেণ্ডছ ফ্ৰী ব্যৱহাৰ কৰিব পাৰিব।

তৃতীয়তে, ব্যৱহাৰকাৰীয়ে এই স্মাৰ্ট চশমাত বাস্তৱ সময়ৰ অনুবাদৰ সুবিধা লাভ কৰিব। তেওঁলোকৰ প্ৰয়োজন অনুসৰি বিষয়বস্তু ইংৰাজী, ফৰাচী, ইটালীয় আৰু স্পেনিছ ভাষালৈ সহজে অনুবাদ কৰিব পাৰিব

চতুৰ্থতে এই বৈশিষ্ট্যৰ বিষয়ে জানিলে প্ৰজন্মৰ আগ্ৰহ বৃদ্ধি পাব। কাৰণ ইয়াৰ এটা ডাঙৰ বৈশিষ্ট্য হ’ল স্মাৰ্ট চশমা ব্যৱহাৰ কৰি ইনষ্টাগ্ৰাম, হোৱাটছএপ আৰু ফেচবুকত টেক্সট, ছবি, ভিডিঅ’ পোষ্ট কৰিব পাৰিব।

এনে চকু কপালত তুলিব পৰা বৈশিষ্ট্যৰ বাহিৰেও এই স্মাৰ্ট চশমাত কিছুমান মৌলিক বৈশিষ্ট্য আছে। যিয়ে ইয়াৰ চাহিদা আৰু অধিক বৃদ্ধি কৰিব।

ল’ৰা-ছোৱালীৰ পৰা প্ৰাপ্তবয়স্কলৈকে সকলোৱে আগ্ৰহী বৈশিষ্ট্যটো হ’ল কেমেৰা। এই চশমাত বাৰ মেগাপিক্সেলৰ আল্ট্ৰা ৱাইড কেমেৰাৰ সহায়ত ব্যৱহাৰকাৰীয়ে ফটো তুলিব পাৰিব। এই ছবিবোৰৰ মানদণ্ড কিমান ভাল হ’ব সেয়া স্পষ্ট। ইয়াৰ লগতে ব্যৱহাৰকাৰীয়ে ভইচ কমাণ্ড ব্যৱহাৰ কৰি ছবি আৰু ভিডিঅ’ ক্লিক কৰিব পাৰিব। এই ছানগ্লাছে ৱাই-ফাই ৬ সংযোগ আৰু ব্লুটুথ ৫.০ৰ সুবিধা প্ৰদান কৰিব।

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

June 7, 2026 3:50 pm
কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

June 7, 2026 3:36 pm
চেপটিক টেংক চাফা কৰিবলৈ গৈ বিষাক্ত গেছৰ কবলত পৰি ৪ শ্ৰমিকৰ কৰুণ মৃত্যু

চেপটিক টেংক চাফা কৰিবলৈ গৈ বিষাক্ত গেছৰ কবলত পৰি ৪ শ্ৰমিকৰ কৰুণ মৃত্যু

June 7, 2026 3:24 pm
ভাৰতীয় দলৰ বিদেশ ভ্ৰমণত বৈভৱ সূৰ্যবংশীৰ সৈতে যাব পাৰিব পিতৃ-মাতৃ, বিচিচিআইৰ বিশেষ ব্যৱস্থা

ভাৰতীয় দলৰ বিদেশ ভ্ৰমণত বৈভৱ সূৰ্যবংশীৰ সৈতে যাব পাৰিব পিতৃ-মাতৃ, বিচিচিআইৰ বিশেষ ব্যৱস্থা

June 7, 2026 3:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

June 7, 2026 3:50 pm
কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

June 7, 2026 3:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd