• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

খান ছাৰৰ বিবাহ অভ্যৰ্থনাৰ বিশাল আয়োজন : আমন্ত্ৰণ কৰা হৈছে ৫০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 22, 2025 8:37 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জনপ্ৰিয় ইউটিউবাৰ তথা শিক্ষক খান ছাৰৰ বিবাহ সম্বৰ্ধনা এক বিৰল ছাত্ৰ উৎসৱলৈ ৰূপান্তৰিত হয়। পাটনাৰ অঞ্জুমান ইছলামিয়া হলত অনুষ্ঠিত হোৱা বিবাহ সভাত ৫০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক আমন্ত্ৰণ জনোৱা হয়। শুকুৰবাৰে প্ৰথম ৰাউণ্ডৰ অনুষ্ঠানলৈ কেৱল ছাত্ৰীসকলক আমন্ত্ৰণ জনোৱা হৈছিল।

‘খান ছাৰ’ সাধাৰণ শিক্ষক নহয়, তেওঁ হৈছে কোটি কোটি ছাত্ৰ-ছাত্ৰীৰ প্ৰেৰণাৰ নাম। তেওঁৰ অভিনৱ পাঠদান কৌশলৰ বাবে সমগ্ৰ বিশ্বতেই পৰিচিতি লাভ কৰিছে।

Apply Now

জীৱনৰ এটা বিশেষ দিনত তেওঁ সেই পৰিচয় পুনৰবাৰ প্ৰমাণ কৰিলে। তেওঁৰ বিয়াৰ অভ্যৰ্থনালৈ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীক নিমন্ত্ৰণ কৰে।

অনুষ্ঠানত ভাষণ দি খান ছাৰে কয়, ‘অভ্যৰ্থনা অনুষ্ঠানত ৫০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক আমন্ত্ৰণ জনোৱা হৈছে। আজি কেৱল ছাত্ৰীসকলকহে নিমন্ত্ৰণ কৰা হৈছে। পিছত ছাত্ৰসকলৰ বাবে এটা সুকীয়া অভৰ্থনা হ’ব।’ তেওঁ লগতে কয়, ‘ছাত্ৰ-ছাত্ৰীৰ মৰম আৰু সমৰ্থনে মোক সদায় অনুপ্ৰাণিত কৰি আহিছে। এই আনন্দ তেওঁলোকৰ সৈতে ভাগ কৰাটো মোৰ কৰ্তব্য বুলি মই অনুভৱ কৰোঁ।’

খান ছাৰৰ এই পদক্ষেপে ছ’চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰিছে। কিছুমানে কৈছে, ‘এয়া হয়তো আদৰ্শ শিক্ষকৰ সংজ্ঞা হ’ব পাৰে। যিজনে ছাত্ৰ-ছাত্ৰীক কেৱল পাঠ্যপুথিৰ মাজতে আবদ্ধ কৰি নাৰাখে, কিন্তু জীৱনৰ প্ৰতিটো মুহূৰ্ততে তেওঁলোকৰ কাষত থাকে।’

সমগ্ৰ অনুষ্ঠানটোৱে দেখুৱাইছে যে এজন শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ সৈতে থকা সম্পৰ্কক কেনেকৈ পাৰিবাৰিক সম্পৰ্কলৈ ৰূপান্তৰিত কৰিব পাৰে। ইতিমধ্যে এই অনুষ্ঠানৰ ছবি আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। খান ছাৰক প্ৰশংসাৰে উপছাই পেলাইছে নেটিজেনসকলে। খান ছাৰৰ এজন প্ৰাক্তন শিক্ষাৰ্থীয়ে সামাজিক মাধ্যমত লিখিছে, ‘খান ছাৰ কেৱল এজন শিক্ষক নহয়, তেওঁ এটা আন্দোলনৰ নাম।’

Tags: khan sir
নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm
গৰচুক ফ্লাইঅভাৰৰ সমীপত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী! তালাচীত বাহনৰ পৰা উদ্ধাৰ তিনিটাকৈ গৰু

গৰচুক ফ্লাইঅভাৰৰ সমীপত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী! তালাচীত বাহনৰ পৰা উদ্ধাৰ তিনিটাকৈ গৰু

June 13, 2026 9:08 pm
ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

June 13, 2026 7:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd