• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পতি-পত্নীৰ সম্পৰ্ক: চাণক্যৰ মতে পৰস্পৰে কি কি কথা গোপনে ৰাখিলে সুখৰ হ’ব দাম্পত্য?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 4, 2025 7:22 am
53
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আচাৰ্য চাণক্য আছিল কূটনীতি, ৰাজনীতি, নৈতিকতাৰ জ্ঞানৰ বাবে বিখ্যাত প্ৰাচীন ভাৰতীয় পণ্ডিত। তেওঁৰ নীতিসমূহে পাৰিবাৰিক সম্পৰ্কতো গভীৰ প্ৰভাৱ পেলায়। বিশেষকৈ স্বামী-স্ত্ৰীৰ সম্পৰ্ক সন্দৰ্ভত কিছুমান বিষয়ত সাৱধানতাৰ পৰামৰ্শ দিয়ে। তেওঁৰ মতে, সুখী আৰু সুস্থিৰ বৈবাহিক জীৱন বজাই ৰাখিবলৈ কিছুমান বিশেষ কথা আছে যিবোৰ কেতিয়াও জীৱনসংগীৰ আগত প্ৰকাশ কৰিব নালাগে।

নিজৰ দুৰ্বলতা প্ৰকাৰ নকৰিব

Apply Now

চাণক্যৰ মতে স্বামীয়ে নিজৰ দুৰ্বলতা বা ভয়ৰ কথা পত্নীৰ আগত প্ৰকাশ কৰিব নালাগে। কাৰণ বহুতৰে ইয়াক সুযোগ হিচাপে ব্যৱহাৰ কৰাৰ প্ৰৱণতা থাকিব পাৰে, যাৰ ফলত সম্পৰ্কত নেতিবাচক প্ৰভাৱ পৰিব পাৰে।

অপমানৰ অভিজ্ঞতা গোপনে ৰখা

যদি কোনো স্বামীয়ে কোনো লজ্জাজনক পৰিস্থিতিৰ সন্মুখীন হৈছে তেন্তে পত্নীৰ আগত সেই কথা প্ৰকাশ নকৰাটোৱেই ভাল। বহু সময়ত এগৰাকী পত্নীয়ে অজানিতে অপমানৰ বিষয়টো বাৰে বাৰে উত্থাপন কৰি সম্পৰ্কত দূৰত্বৰ সৃষ্টি কৰিব পাৰে।

দানৰ কথা গোপনে ৰখা

দান এক উদাৰ কাম, কিন্তু চাণক্যই কৈছে যে এইটো গোপনে কৰা উচিত। দানৰ পৰিমাণ বা উদ্দেশ্যৰ বিষয়ে আলোচনা কৰিলে পাৰিবাৰিক জীৱনত অশান্তিৰ সৃষ্টি হ’ব পাৰে।

উপাৰ্জনৰ সম্পূৰ্ণ হিচাপ নিদিয়া

যদি কোনো স্বামীয়ে নিজৰ আয়ৰ সকলো তথ্য পত্নীৰ সৈতে ভাগ কৰে তেন্তে আৰ্থিক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সংঘাতৰ সৃষ্টি হ’ব পাৰে। চাণক্যৰ মতে ব্যক্তিগত সঞ্চয় পৰিকল্পনা গোপনে ৰখাটো বৈবাহিক সম্পৰ্কৰ বাবে ভাল হ’ব পাৰে।

গোপন পছন্দ আৰু মোহৰ কথা নোকোৱা

বহুতৰে জীৱনত বিশেষ কাৰোবাৰ প্ৰতি মোহ থাকে, যাক আধুনিক ভাষাত ‘ক্ৰাছ’ বুলি কোৱা হয়। কিন্তু বিবাহিত জীৱনত এই বিষয়বোৰ উত্থাপন নকৰাই ভাল, কিয়নো ইয়াৰ ফলত সন্দেহ আৰু অবিশ্বাসৰ সৃষ্টি হ’ব পাৰে।

সঞ্চয় গোপনে ৰখা

বহু পত্নীয়ে নিজৰ নিৰাপত্তাৰ বাবে গোপনে কিছু টকা জমা কৰে। এইটো বিবাহিত জীৱনৰ স্বাভাৱিক অংশ যদিও অত্যধিক গোপনীয়তাই বিবাহৰ প্ৰতি অনাস্থাৰ জন্ম দিব পাৰে।

অসুস্থতা লুকুৱাই ৰখা

বহু পত্নীয়ে স্বামীৰ আগত নিজৰ বেমাৰৰ কথা প্ৰকাশ নকৰে, যাতে তেওঁ দুঃচিন্তাত নপৰে। কিন্তু যদি আপোনাৰ কোনো গুৰুতৰ অসুখ আছে তেন্তে আপুনি অৱশ্যেই জনোৱা উচিত।

চাণক্যৰ এই নীতিসমূহে বৈবাহিক জীৱন সুখী আৰু সুস্থ কৰি ৰখাত সহায় কৰিব পাৰে। অৱশ্যে আধুনিক সম্পৰ্কত স্বচ্ছতা আৰু পাৰস্পৰিক বিশ্বাসো অতি গুৰুত্বপূৰ্ণ। গতিকে কিবা এটা গোপনে ৰখা বা প্ৰকাশ কৰাটো পাৰস্পৰিক বুজাবুজি আৰু সম্পৰ্কৰ গভীৰতাৰ ওপৰত নিৰ্ভৰ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm
‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

September 21, 2026 9:16 pm
চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

September 21, 2026 8:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd