• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চাণক্য নীতি: শত্ৰুতকৈও ভয়ংকৰ এইবোৰ মানুহ; ভুলতো তেওঁলোকৰ সহায় নল’ব!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 9, 2023 7:14 am
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাচীন কালত চাণক্যই ৰচনা কৰা নীতিসমূহ আজিও অতি প্ৰাসংগিক। আজিও চাণক্যৰ নীতিয়ে আমাক জীৱনৰ বহু কঠিন পৰিস্থিতিত আগবাঢ়ি যোৱাত সহায় কৰে। মানৱ জীৱনৰ কিছুমান বিশেষ ক্ষেত্ৰত কি কৰিব লাগে আৰু কি কৰিব নালাগে সেই কথা তেওঁ আঙুলিয়াই দিছে।

সেয়েহে শ শ বছৰ পাৰ হৈ যোৱাৰ পাছতো তেওঁৰ কথাবোৰ অমৰ হৈয়েই আছে আৰু আজিও মানুহৰ জীৱনত সমানে ফলপ্ৰসূ। চাণক্য নীতিত বহু কথাই কোৱা হৈছে, যিবোৰ মানি চলিলে জীৱনৰ যিকোনো সমস্যাৰ পৰা ওলাই আহিব পাৰি।

এজন পণ্ডিত, শিক্ষক, কূটনীতিবিদ, দাৰ্শনিক আৰু অৰ্থনীতিবিদ হিচাপে চাণক্যৰ সুনাম অসীম। চাণক্য নীতি অনুসৰি প্ৰতিজন পুৰুষে নিজৰ শত্ৰুক চিনি পোৱা উচিত। আমাৰ চৌপাশে শত্ৰুৰ তুলনাত অধিক বিপদজনক মানুহ আছে। কাৰ পৰা সদায় আঁতৰি থাকিব লাগে জানো আহক।

Apply Now

কাৰ পৰা দূৰত্ব বজাই ৰাখিব?

চাণক্য নীতিত লিখা এটা শ্লোকত কোৱা হৈছে যে জীৱনত ভুলতো শত্ৰুৰ পৰা সহায় ল’ব নালাগে। শ্লোকটো হ’ল –

না পশ্যতি চ জন্মান্ধ: কামান্ধো নৈৱ পশ্যতি |

মদোন্মত্তা ন পশ্যন্তি অর্থী দোষং ন পশ্যতি ||

অৰ্থাৎ অন্ধ হৈ জন্ম হোৱা ব্যক্তিয়ে যেনেকৈ একো দেখা নাপায়, তেনেকৈ কামাতুৰ আৰু ক্ৰোধত মত্ত লোকেও একো দেখা নাপায়। এজন অহংকাৰী ব্যক্তিয়ে কেতিয়াও নাভাবে যে তেওঁ কিবা ভুল কৰি আছে। আৰু যিসকলে কেৱল ধনৰ পিছত দৌৰিছে, তেওঁলোকে নিজৰ কৰ্মত কোনো পাপ দেখা নাপায়।

খঙাল মানুহৰ পৰা আঁতৰি থাককঃ

আচাৰ্য চাণক্যৰ মতে, যিজন ব্যক্তিয়ে কথাই কথাই খং কৰে বা ক্ৰোধান্বিত হয় আৰু কামুক স্বভাৱৰ হয়, তেনে ব্যক্তিৰ পৰা ভুলতেও সাহায্য লোৱা উচিত নহয়। এনে লোকে নিজৰ ইচ্ছা পূৰণৰ বাবে সদায় আনৰ ক্ষতি কৰে। আৰু তেওঁলোকে ইয়াক উপভোগ কৰে।

ঈৰ্ষাপৰায়ণ মানুহৰ পৰা দূৰত্ব বজাই ৰাখকঃ

চাণক্য নীতি অনুসৰি যি দুষ্ট আৰু লোভী তেওঁলোকে আনৰ সমৃদ্ধি দেখি ঈৰ্ষা কৰে। এনে লোকৰ পৰা কেতিয়াও জীৱনত সহায় লোৱা উচিত নহয়। তেওঁলোকে দেখুৱাই আপোনাক সহায় কৰিব, কিন্তু গোপনে আপোনাৰ কাম ধ্বংস কৰিবলৈ চেষ্টা কৰিব।

স্বাৰ্থপৰ মানুহৰ পৰা আঁতৰি থাককঃ

চাণক্য নীতি অনুসৰি স্বাৰ্থপৰ লোকে জীৱনত নিজৰ লাভৰ বাহিৰে আন একো চিন্তা নকৰে। স্বাৰ্থৰ বাবে আনক বিপদত পেলায়। গতিকে তেওঁলোকৰ পৰা আঁতৰি থকাই ভাল। এনে লোকে কেতিয়াও কাকো সহায় নকৰে, কেৱল মাত্ৰ নিজৰ সুবিধা বিচাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

August 15, 2026 8:50 pm
চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

August 15, 2026 7:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd