• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সংকট আৰু বিপদৰ সময়ত এইবোৰ কথা অৱশ্যেই মনত ৰাখিব! চাণক্যই দিছে উপদেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 14, 2023 7:19 am
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাচীন ভাৰতৰ ইতিহাসত চাণক্যৰ নাম সোণালী আখৰেৰে লিখা ৰৈছে। তেওঁ আছিল এজন মহান পণ্ডিত, কূটনীতিবিদ, দাৰ্শনিক আৰু অৰ্থনীতিবিদ। ইতিহাসৰ মাজেৰে চালে দেখিব যে আজিলৈকে মানুহক সমানে প্ৰভাৱিত কৰি অহা বহুতো কিতাপ আছে। তাৰ ভিতৰত উল্লেখযোগ্য হৈছে চাণক্যৰ দ্বাৰা ৰচিত শ্ৰেষ্ঠ গ্ৰন্থ- ‘চাণক্য-নীতি’। কেৱল কিতাপৰ গৱেষণাই নহয়, চাণক্য নীতি আজিও মানুহৰ জীৱনতো সমানে ফলপ্ৰসূ।

চাণক্য নীতি পালন কৰি জীৱনত সফলতা লাভ কৰিব পাৰি। চাণক্যক মহান পণ্ডিতৰ ভিতৰত গণ্য কৰা হয়। এই কাৰণেই আজিও প্ৰাসংগিক আলোচনাত চাণক্যৰ নীতিৰ কথা আহি পৰে। চাণক্যই কৈছে জ্ঞান মানুহৰ শ্ৰেষ্ঠ সম্পদ। এজন জ্ঞানী মানুহক সকলোতে শলাগ লোৱা হয়। জ্ঞানৰ শক্তিৰে মানুহে এই পৃথিৱীৰ সকলোখিনি সাধন কৰিব পাৰে। গতিকে নিজকে জ্ঞানী কৰক। সৌন্দৰ্য্য আৰু যৌৱনতকৈ জ্ঞান অধিক শক্তিশালী। কিন্তু জ্ঞানৰ অহংকাৰত অন্ধ হোৱাটো কেতিয়াও উচিত নহয়।

চাণক্য এজন ভাৰতীয় শিক্ষক, দাৰ্শনিক, অৰ্থনীতিবিদ আৰু ৰাজ উপদেষ্টা আছিল। অৰ্থনৈতিক আৰু ৰাজনৈতিক দূৰদৰ্শিতাৰ বাবে চাণক্য আজি বিশ্ববিখ্যাত। পৃথিৱীৰ বিষয়ে তেওঁৰ জ্ঞান অপৰিসীম আছিল। তেওঁ আপোনাৰ জীৱনটো সুখী কৰিবলৈ কি কৰিব লাগে সেই বিষয়ে বিতংভাৱে বৰ্ণনা কৰিছে, চাওক সেইবোৰ-

Apply Now

১. চাণক্যৰ নীতি অনুসৰি যিকোনো ব্যক্তিৰ জীৱনত বেয়া সময় আহিব পাৰে। যিজনে সেই সময়ত ধৈৰ্য্য ধৰি সংযম দেখুৱাব পাৰে তেওঁ বেয়া সময়বোৰ জয় কৰিব পাৰে। ইয়াৰ উপৰি চাণক্যই মানৱ জীৱনৰ বিষয়ে আৰু বহু কথা কৈছিল। তেওঁৰ মতে, মানুহে কেতিয়াও সেইবোৰ পৰিত্যাগ কৰা উচিত নহয়। বিশেষকৈ বেয়া সময়ত সেইবোৰ মনত ৰাখিব লাগে। বিপদ আৰু সংকটৰ সময়ত এইবোৰে মানুহক পথ প্ৰদৰ্শন কৰে। এইবোৰৰ সহায়তে মানুহে জীৱনত আগবাঢ়ি যাব পাৰে আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে বেয়া সময় অতিক্ৰম কৰি পুনৰ সফলতা লাভ কৰিব পাৰে।

২. চাণক্যৰ মতে বেয়া সময়ত কেতিয়াও ধৈৰ্য্য হেৰুৱাব নালাগে। মানুহৰ জীৱনত বেয়া সময় আহে। ইয়াৰ দ্বাৰা হতাশ নহ’ব। দিনৰ পিছত ৰাতি যেনেকৈ আহে, ভাল সময়ৰ পিছত বেয়া সময় আহে। ৰাতিৰ অন্ধকাৰৰ পিছত আকৌ দিনৰ পোহৰ জিলিকি উঠে। বেয়া সময়বোৰো পাৰ হৈ যায়। এনেকৈয়ে মানুহৰ জীৱনত সুখ-দুখ আহে আৰু যায়। মানুহৰ জীৱনত যিদৰে সুখ স্থায়ী নহয়, দুখো স্থায়ী নহয়। এই কাৰণেই মানুহে বেয়া সময়ৰ বাবে সাজু হোৱা উচিত। বেয়া সময়বোৰ ধৈৰ্য্যৰে জয় কৰিব লাগে। ধৈৰ্য্য হেৰুৱাৰ বাবে জীৱনটো কঠিন হৈ পৰে।

৩. চাণক্যই সংযমৰ ওপৰতো যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল। তেওঁৰ মতে বেয়া সময়ত সকলোৱে অতি সুস্থিৰ হৈ পৰম সংযমেৰে কাম কৰিব লাগে। বেয়া সময়ত বেয়া সিদ্ধান্তই সংকট বৃদ্ধি কৰিব পাৰে। গতিকে সাৱধানে পদক্ষেপ ল’ব লাগে। ভাল সময় অহালৈ ৰৈ থাকিব লাগে।

৪. চাণক্যই লগতে কয় যে খং সদায় নিয়ন্ত্ৰণ কৰিব লাগে। বিশেষকৈ বেয়া সময়ত খং নিয়ন্ত্ৰণ কৰিব লাগে। বেয়া সময়ত মানসিক চাপৰ বাবে খং স্বাভাৱিক। কিন্তু খঙৰ পৰা হাত সাৰিবলৈ সাৱধান হ’ব লাগে। বেয়া সময়ত খঙে জুইত ঘি ঢলাৰ দৰে কাম কৰে। ইয়াৰ ফলত নতুন সমস্যাৰ সৃষ্টি হয়। গতিকে ইয়াৰ প্ৰতি সাৱধান থাকিব লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

September 8, 2026 8:23 pm
বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

September 8, 2026 7:23 pm
“জেলৰ পৰা ওলাই আহি ছুগাৰ ডেডীকো হত্যা কৰিম!” সাংবাদিকৰ আগত ভাবুকি ঘাতক ৰামানুজ গোস্বামীৰ

“জেলৰ পৰা ওলাই আহি ছুগাৰ ডেডীকো হত্যা কৰিম!” সাংবাদিকৰ আগত ভাবুকি ঘাতক ৰামানুজ গোস্বামীৰ

September 8, 2026 6:32 pm
নগাঁও লোকসভা উপ-নিৰ্বাচনলৈ সাজু প্ৰশাসন ঃ ১৯.০৭ লাখ ভোটাৰৰ বাবে সাজু ১,৩৩৯টা ভোটকেন্দ্ৰ

নগাঁও লোকসভা উপ-নিৰ্বাচনলৈ সাজু প্ৰশাসন ঃ ১৯.০৭ লাখ ভোটাৰৰ বাবে সাজু ১,৩৩৯টা ভোটকেন্দ্ৰ

September 8, 2026 5:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

September 8, 2026 8:23 pm
বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

September 8, 2026 7:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd